Shuru
Apke Nagar Ki App…
চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
Charaideo news
চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
More news from অসম and nearby areas
- মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁচিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁচা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁচাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।1
- চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে1
- অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন1
- নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷1
- বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।1
- বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । চৰাইদেউ জিলাত বহু অঞ্চল বানে বিধ্বস্ত কৰি পেলাই । মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোমনী গাঁও খনো বানে বিধ্বস্ত কৰে । কেইবাদিনো বানত ডুবি থকাৰ পাছত পানী শুকোৱাত গাঁওৰ ৰাইজে কিদৰে জীৱন নিৰ্বাহ কৰিব তাকে ভাবি উৱাদিহ পোৱা নাই। গাঁও খনৰ অধিকাংশ লোকেই খেতি , পশু পালন , মুগা শিল্পৰ লগত জড়িত। বিধ্বংসী বানে ঘৰ দুৱাৰ পলসে পুতি পেলোৱাৰ লগতে পশু সমুহ উটোৱাই নিলে । কিতাপ পত্ৰও , বাচন বৰ্তন, আচবাব উটোৱাই নিলে নতুবা পলসত পোত গল । বছৰজোৰা শ-শ ধান ভড়াঁলতে তিতি গজালি মেলি কঠীয়াতলি হল । বানত সৰ্বস্বান্ত হৈ দিকহাৰা ৰাইজ।1
- যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে। 4