logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷

3 hrs ago
user_Tinsukia TIME
Tinsukia TIME
তিনিচুকীয়া, তিনিচুকীয়া, অসম•
3 hrs ago

নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷

More news from অসম and nearby areas
  • নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷
    1
    নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷
নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷
গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷
উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷
অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    3 hrs ago
  • অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন
    1
    অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    1 hr ago
  • ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।
    1
    ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
⭕পায়েস  ৰেষ্টুৰেন্টৰ  মিঠাইক লৈ এই অভিযোগ ।
⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় ।
⭕অভিযোগৰ পাছতেই  ৰেষ্টুৰেন্টখনত  খাদ্য সুৰক্ষা  বিভাগৰ অভিযান ।
⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
⭕পায়েস  ৰেষ্টুৰেন্টৰ  মিঠাইক লৈ এই অভিযোগ ।
⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় ।
⭕অভিযোগৰ পাছতেই  ৰেষ্টুৰেন্টখনত  খাদ্য সুৰক্ষা  বিভাগৰ অভিযান ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    22 hrs ago
  • মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    1
    মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
    1
    চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা  দলক টাইপাৰ আদৰণি
বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ  তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    6 hrs ago
  • যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা। তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত। #AssamNews #viralreelschallenge #assam যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা। তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত। #AssamNews #viralreelschallenge #assam
    1
    যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা।

তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত।
#AssamNews #viralreelschallenge #assam 
যোৰহাটত সংঘটিত চাঞ্চল্যৰ ঘটনা।
তৃষ্ণা বৰা নামৰ এগৰাকী মহিলাই নিজৰ ডেৰ বছৰীয়া পুত্ৰ সন্তানক বুকুত সাবতি জাপ দিলে ভোগদৈ নদীত।
#AssamNews #viralreelschallenge #assam
    user_Md shorif  NE degitalnews
    Md shorif NE degitalnews
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    12 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.