Shuru
Apke Nagar Ki App…
⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।
জেৰিণা আৰ হাজৰিকা
⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।
More news from Tinsukia and nearby areas
- ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।1
- মাৰ্ঘেৰিটাত মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ প্ৰশংসনীয় পদক্ষেপ। শিৱসাগৰ আৰু চৰাইদেউৰ বানপীড়িতলৈ আগবঢ়ালে বিশাল সাহাৰ্য। বানৰ কৱলত পৰা শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ দুৰ্দশাগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে মাৰ্ঘেৰিটাত দেখা গ’ল এক প্ৰশংসনীয় আৰু মানৱীয় উদ্যোগ। মাৰ্ঘেৰিটাৰ মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থা সহযোগত বানপীড়িত ৰাইজৰ বাবে প্ৰেৰণ কৰা হৈছে বৃহৎ পৰিমাণৰ সাহাৰ্য সামগ্ৰী। জানিব পৰা মতে, বিশেষ দলটোৱে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বানপ্ৰভাৱিত অঞ্চলত উপস্থিত হৈ এই সাহাৰ্য সামগ্ৰীসমূহ বিতৰণ কৰিব। মাৰ্ঘেৰিটা ক্ষুদ্ৰ তামোল সন্থাৰ এই সময়োপযোগী সঁহাৰিক এতিয়া অঞ্চলটোত ব্যাপক আদৰণি জনোৱা হৈছে।1
- বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ1
- চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলং ক্ষতিগ্ৰস্ত বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত চফ্ৰাই নদীৰ ওপৰত থকা হ'লি দলংৰ অৱস্থা অতি বেয়া কৰিলে । লোহাৰ দলঙখনৰ ২৪ টা খুটা মাজৰ ২/৩ টা খুঁটা নৈৰ বাঢ়নী পানীয়ে ভাঙি পেলোৱাত দলংখন মাজত বেকা হৈ তললৈ বহি যায় । যাৰ ফলত পথটোত যাতায়ত সম্পূৰ্ণ বন্ধ হৈ পৰে । দলঙখনৰে যাতায়ত বন্ধৰ বাবে চলাপথাৰ গাঁওৰ লগতে মথুৰাপুৰ, লাকুৱা আদিৰ লোক সকলৰ বিশেষকৈ ৰোগী সকল ডিব্ৰুগডলৈ চিকিৎসাৰ বাবে যাবলৈ দূৰণিবটীয়া পথ লব লগা হৈছে । জিলাৰ আয়ুক্তকে ধৰি বিভাগৰ লোকে দলঙখন পৰিদৰ্শন কৰিছে ।1
- Ananya Birla অসমৰ বানাক্ৰান্ত মাজত এই দৰে মানুহৰ আবেগৰ লগত আবেগিক হৈছে আৰু খাদ্য সামগ্ৰী বিতৰণ কৰিছে।1
- শিৱসাগৰত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য: বান পৰিস্থিতিৰ বুজ লৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন | শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ ভয়াৱহ বান পৰিস্থিতিৰ পোনপটীয়া বুজ লোৱাৰ উদ্দেশ্যে আজি শিৱসাগৰত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। ৰাজ্যপালগৰাকীয়ে হেলিকপ্টাৰেৰে শিৱসাগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অৱতৰণ কৰে।ভ্ৰমণকালত ৰাজ্যপালগৰাকীয়ে পোনপটীয়াকৈ বানাক্ৰান্ত অঞ্চল আৰু আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি দুৰ্দশাগ্রস্ত লোকসকলৰ সৈতে মত বিনিময় কৰে। লগতে আশ্ৰয় শিবিৰসমূহত থকা বানপীড়িতসকলৰ চিকিৎসা, খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য ব্যৱস্থাৰ বুজ লয়। ৰাজ্যপালগৰাকীৰ এই কাৰ্যসূচীত পৰিদৰ্শনকালত সংগ দিয়ে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰা আৰু কেবিনেট মন্ত্ৰী কেশৱ মহন্তই। জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াসকলো এই কাৰ্যসূচীত উপস্থিত থাকে।1
- শিৱসাগৰ নগৰত গীত পৰিৱেশন কৰি বানাক্ৰান্তক সহায়ৰ বাবে আৰ্থিক সাহাৰ্য্য সংগ্ৰহ উদীয়মান শিল্পী শেখৰ ৰাজ বৰদলৈ এণ্ড টীমৰ "কেউফালে গুজৰি গুমৰি আহিলে বান..উটুৱাই নিলে হি গাওঁখন সুখৰে ঘৰখন.." উজনি অসমৰ কেইবাখনো জিলালৈ নামি অহা প্ৰলয়ংকাৰী বানৰ পাছতে বানপীড়িত লোকসকলৰ কাষত ৰাজ্যৰ লগতে দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ অসমীয়াসকলে থিয় দিছেহি ৷ সমান্তৰালকৈ শিৱসাগৰৰ নগৰৰ দ’লমুখ চাৰিআলিৰ লগতে বিভিন্ন ঠাইত মুকলিকৈ গীত পৰিৱেশন কৰি বানাক্ৰান্তসকলক সহায়ৰ বাবে ৰাইজৰ পৰা আৰ্থিক সাহাৰ্য্য সংগ্ৰহ কৰিছে উদীয়মান সংগীত শিল্পী শেখৰ ৰাজ বৰদলৈ, গুণ গুণ গোস্বামী আদিয়ে ৷2
- বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ। বানপীড়িতৰ কাষত থিয় দিয়ক—চৰকাৰক আহ্বান অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থাৰ সম্পাদক সুনিল তুৰ্কীয়াৰ । চাহ মজদুৰ সংঘৰ ভূমিকাক লৈও তীব্ৰ ক্ষোভ প্ৰকাশ।1