logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।

4 hrs ago
user_Direct Khabar
Direct Khabar
মৰাণ, ডিব্ৰুগড়, অসম•
4 hrs ago

মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।

More news from অসম and nearby areas
  • বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    1
    বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    23 hrs ago
  • লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    1
    লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 
📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    1 hr ago
  • ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।
    1
    ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
⭕পায়েস  ৰেষ্টুৰেন্টৰ  মিঠাইক লৈ এই অভিযোগ ।
⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় ।
⭕অভিযোগৰ পাছতেই  ৰেষ্টুৰেন্টখনত  খাদ্য সুৰক্ষা  বিভাগৰ অভিযান ।
⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ।
⭕পায়েস  ৰেষ্টুৰেন্টৰ  মিঠাইক লৈ এই অভিযোগ ।
⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় ।
⭕অভিযোগৰ পাছতেই  ৰেষ্টুৰেন্টখনত  খাদ্য সুৰক্ষা  বিভাগৰ অভিযান ।
    user_জেৰিণা আৰ হাজৰিকা
    জেৰিণা আৰ হাজৰিকা
    Doom Dooma, Tinsukia•
    22 hrs ago
  • শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    1
    শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    1 hr ago
  • তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam
    1
    তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত
#AssamNews #viralreelschallenge #assam
তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত
#AssamNews #viralreelschallenge #assam
    user_Md shorif  NE degitalnews
    Md shorif NE degitalnews
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    20 hrs ago
  • দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।
    1
    দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    11 hrs ago
  • লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    1
    লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি 
মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    3 hrs ago
  • মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।
    1
    মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড।

চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ।

মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।
মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড।
চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ।
মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।
    user_Md shorif  NE degitalnews
    Md shorif NE degitalnews
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.