logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।

11 hrs ago
user_Assam Update
Assam Update
Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
11 hrs ago

দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।

More news from অসম and nearby areas
  • বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    1
    বন্যাৰ্তৰ কাষত ঘুৰি  আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    4 hrs ago
  • শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    1
    শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist North Lakhimpur, Assam•
    1 hr ago
  • লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    1
    লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি 
মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷
    user_মনোজ বৰপাত্ৰ গোহাঁই
    মনোজ বৰপাত্ৰ গোহাঁই
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    3 hrs ago
  • বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ
    4
    বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ
সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ  বিহপুৰীয়াস্থ  জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত  কৰা হয় ঃ* 
#অনুষ্ঠানত  উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক  সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়।
# ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে  APSC ' NEET ' JEE '  ADRC  আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি  সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে ।
#এই  সম্বৰ্ধনা অনুষ্ঠানত  বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা  ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে  ।
নৱজ্যোতি শৰ্মা 
বিহপুৰীয়াৰ
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    8 hrs ago
  • লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    1
    লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । 
📌 বানপীড়িত জিলাৰ দুৰ্গতজনৰ কাষত বিভিন্নজন। শিৱসাগৰ, চৰাইদেউৰ বানাক্ৰান্তৰ চুলি, দাড়ি বিনামূলীয়াকৈ কাটিছে লখিমপুৰৰ এজন যুৱকে। লখিমপুৰৰ অনন্ত বৰা নামৰ যুৱকজনে বানাক্ৰান্তৰ বিনামূলীয়াকৈ  দাড়ি আৰু চুলি কাটি আগবঢ়াইছে সহায় । যুৱকজনৰ মহানুভৱতাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    1 hr ago
  • 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    1
    🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    5 hrs ago
  • যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই | যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে। ​
    4
    যোৰহাটত কৰুণ দৃশ্য: ভোগদৈ নৈত দুবছৰীয়া সন্তানসহ জাঁপ দিলে মহিলাই |
যোৰহাটৰ শ'লমৰা মালৌপাম অঞ্চলত আজি এক হৃদয়বিদাৰক অঘটন সংঘটিত হয়। জানিব পৰা মতে, কৃষ্ণা বৰা নামৰ এগৰাকী বিবাহিত মহিলাই নিজৰ মাত্ৰ দুবছৰীয়া শিশুটিক লগত লৈ উত্তাল ভোগদৈ নদীত জাঁপ দিয়ে।
​
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.