logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।

2 hrs ago
user_MR ABDUL MOTIN
MR ABDUL MOTIN
Journalist North Lakhimpur, Assam•
2 hrs ago

শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা । শিৱসাগৰত বান পিড়ীত কাষত থিয় দিবলৈ আহিল বলিউদৰ অভিনেতা ৰনদ্বীপ হুদা ।

More news from Assam and nearby areas
  • 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    1
    🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    6 hrs ago
  • 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews
    1
    🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।

#golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ  #assamnews
🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।।
🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।
#golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ  #assamnews
    user_Golaghat খবৰ
    Golaghat খবৰ
    Local News Reporter গোলাঘাট, গোলাঘাট, অসম•
    7 hrs ago
  • মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    1
    মাহমৰা সমষ্টিৰ ঘিলাগুৰি উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত নিজেই টেক্টৰ চলাই কঠিয়া সিঁ‌চিলে মন্ত্ৰী পীযুষ হাজৰিকাই । মন্ত্ৰীজনৰ সৈতে কঠিয়া সিঁ‌চা কাৰ্যসূচীত ভাগ লয় বিধায়ক সুৰুজ দিহিঙীয়া আৰু সাংসদ যোগেন মহনে । মন্ত্ৰী পীযুষ হাজৰিকাই কঠিয়া সিঁ‌চাৰ পিছতে ডবা অঞ্চলৰ বহু বান বিধ্বস্ত কৃষকক কঠিয়া বিতৰণ কৰে ।
    user_Direct Khabar
    Direct Khabar
    মৰাণ, ডিব্ৰুগড়, অসম•
    5 hrs ago
  • চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
    1
    চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা  দলক টাইপাৰ আদৰণি
বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ  তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    8 hrs ago
  • অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন
    1
    অসম সাহিত্য সভাৰ দুলীয়াজান অধিৱেশনৰ আদৰণি সমিতিৰ প্ৰচাৰ উপ-সমিতিৰ সভা দুলীয়াজান সাহিত্য সভা ভৱনত উপ সমিতি গঠন
    user_Digital Sangbad
    Digital Sangbad
    Salesperson টেঙাখাট, ডিব্ৰুগড়, অসম•
    3 hrs ago
  • গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি//Free summer classes in sarupathar//Sarupathar news গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি Cover Topics :- free summer classes in sarupathar sarupathar news today sarupathar news sarupathar news 2026 sarupathar latest news #freeclasses #sarupatharnewstoday #newsupdate #news #latestnews
    1
    গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি//Free summer classes in sarupathar//Sarupathar news
গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি
Cover Topics :-
free summer classes in sarupathar
sarupathar news today
sarupathar news 
sarupathar news 2026
sarupathar latest news
#freeclasses #sarupatharnewstoday #newsupdate #news #latestnews
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    2 hrs ago
  • দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।
    1
    দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    13 hrs ago
  • বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । চৰাইদেউ জিলাত বহু অঞ্চল বানে বিধ্বস্ত কৰি পেলাই । মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোমনী গাঁও খনো বানে বিধ্বস্ত কৰে । কেইবাদিনো বানত ডুবি থকাৰ পাছত পানী শুকোৱাত গাঁওৰ ৰাইজে কিদৰে জীৱন নিৰ্বাহ কৰিব তাকে ভাবি উৱাদিহ পোৱা নাই। গাঁও খনৰ অধিকাংশ লোকেই খেতি , পশু পালন , মুগা শিল্পৰ লগত জড়িত। বিধ্বংসী বানে ঘৰ দুৱাৰ পলসে পুতি পেলোৱাৰ লগতে পশু সমুহ উটোৱাই নিলে । কিতাপ পত্ৰও , বাচন বৰ্তন, আচবাব উটোৱাই নিলে নতুবা পলসত পোত গল । বছৰজোৰা শ-শ ধান ভড়াঁলতে তিতি গজালি মেলি কঠীয়াতলি হল । বানত সৰ্বস্বান্ত হৈ দিকহাৰা ৰাইজ।
    1
    বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । 
বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । 
চৰাইদেউ জিলাত বহু অঞ্চল বানে বিধ্বস্ত কৰি পেলাই । মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোমনী গাঁও খনো বানে বিধ্বস্ত কৰে । কেইবাদিনো বানত ডুবি থকাৰ পাছত পানী শুকোৱাত গাঁওৰ ৰাইজে কিদৰে জীৱন নিৰ্বাহ কৰিব তাকে ভাবি উৱাদিহ পোৱা নাই।  গাঁও খনৰ অধিকাংশ লোকেই খেতি , পশু পালন , মুগা শিল্পৰ লগত জড়িত।  বিধ্বংসী বানে ঘৰ দুৱাৰ পলসে পুতি পেলোৱাৰ লগতে পশু সমুহ উটোৱাই নিলে । কিতাপ পত্ৰও , বাচন বৰ্তন,  আচবাব উটোৱাই নিলে নতুবা পলসত পোত গল । 
বছৰজোৰা শ-শ ধান ভড়াঁলতে তিতি গজালি মেলি কঠীয়াতলি হল । বানত সৰ্বস্বান্ত হৈ দিকহাৰা ৰাইজ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    16 hrs ago
  • বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    4
    বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ
## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য

বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়।  এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। 
উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.