Shuru
Apke Nagar Ki App…
গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি//Free summer classes in sarupathar//Sarupathar news গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি Cover Topics :- free summer classes in sarupathar sarupathar news today sarupathar news sarupathar news 2026 sarupathar latest news #freeclasses #sarupatharnewstoday #newsupdate #news #latestnews
সৰুপথাৰ Live
গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি//Free summer classes in sarupathar//Sarupathar news গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি Cover Topics :- free summer classes in sarupathar sarupathar news today sarupathar news sarupathar news 2026 sarupathar latest news #freeclasses #sarupatharnewstoday #newsupdate #news #latestnews
More news from অসম and nearby areas
- গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি//Free summer classes in sarupathar//Sarupathar news গ্ৰীষ্মকালীন বিনামূলীয়া পাঠদান শিবিৰৰ সফল সামৰণি Cover Topics :- free summer classes in sarupathar sarupathar news today sarupathar news sarupathar news 2026 sarupathar latest news #freeclasses #sarupatharnewstoday #newsupdate #news #latestnews1
- 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।।1
- 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews 🔻 ফলঙনিৰ অগ্ৰণী সামাজিক-সাংস্কৃতিক অনুষ্ঠান কেৰুমণি সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত আৰু ফলঙনি সমাজ কল্যাণ সাংস্কৃতিক সংঘৰ আয়োজিত এমহীয়া ভাওনা কৰ্মশালাৰ সফল সামৰণি ।। 🔻সামৰণি অনুষ্ঠান উপলক্ষে নিশালৈ অনুষ্ঠিত হয় কণ-কণ শিশুসকলৰ দ্বাৰা মঞ্চস্থ ভাওনা 'বিপ্ৰ দামোদৰ আখ্যান'।। #golaghatখবৰ #todaynews #vauna #childvauna #fallagoni Golaghat খবৰ #assamnews1
- হোজাই জিলাৰ বিধায়ক শিলাদিত দেব লোকপিয়ল সংদভত গুৰুত্বপূৰ্ণ সংবাদমেল1
- লালুক মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গৌড়ক আদিবাসী সমাজৰ উষ্ম আদৰণি মাউণ্ট এভাৰেষ্ট বিজয়ী অসমৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক আজি লালুকত সম্বৰ্দ্ধনা জনোৱা হয়৷ ৰঙানদী যুৱ সমাজৰ উদ্যোগত সদৌ অসম আদিবাসী মহিলা এচচিয়েছন,দ’লহাট আৰু আদিবাসী জানি শক্তি সংগতি, লখিমপুৰৰ সহযোগত লালুক গণ ভৱন প্ৰাংগনত আয়োজিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত ৰূপামণি গড়ক বিপুল ভাৱে সম্বৰ্দ্ধনা জনায়৷ মাউণ্ট এভাৰেষ্ট বিজয়ী ৰূপামণি গড় লালুক খেলপথাৰত উপস্থিত হোবাত উপস্থিত ৰাইজে ফুল ছটিয়াই আদৰণি জনায়৷ লালুক গণ ভৱন প্ৰাংগণত আয়োজিত সম্বৰ্দ্ধনা অনুষ্ঠানৰ আতধৰে ৰঙানদী যুৱ সমাজৰ সভাপতি কমল বাৰ্লাই৷ অনুষ্ঠানত ৰূপামণি গড়ক ভৰি ধুৱাই,আদিবাসী গামোছা পিন্ধাই আৰু সম্বৰ্দ্ধনা পত্ৰৰে উষ্ম আদৰণি জনায়৷ আনহাতে অনুষ্ঠানত উপস্থিত আদিবাসী সমাজৰ বিভিন্ন অনুষ্ঠানে পৃথকে পৃথকে ৰূপামণি গড়ক সম্বৰ্দ্ধনা জনায়৷1
- বন্যাৰ্তৰ কাষত ঘুৰি আছে।কিছু কিছু অঞ্চলত পানী কমিছে যদিও শিৱসাগৰ সমষ্টিৰ বহু অঞ্চলৰ অৱস্থা অপৰিৱৰ্তিত হৈয়ে আছে।1
- বিদপুৰীয়াত সোনোৱাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ শৈক্ষিক জলপানী বিতৰণ সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ *শিক্ষা বিভাগ* ৰ উদ্যোগত *শুভ বৰুৱা শৈক্ষিক প্ৰতিভা বঁটা আৰু জ্ঞান বিকাশ যোজনা -২০২শুভ৬ৰ অধিনত শৈক্ষিক জলপানি বিতৰণ অনুষ্ঠানখনি বিহপুৰীয়া পৰিষদীয়* *সমষ্টিৰ বিহপুৰীয়াস্থ জনজাতি কৃষ্টি বিকাশ কেন্দ্ৰত অনুষ্ঠিত কৰা হয় ঃ* #অনুষ্ঠানত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষা " উচ্চতৰ মাধ্যমিক আৰু উচ্চ শিক্ষাত উত্তীৰ্ণ হোৱা সোনোৱাল কছাৰী জনগোষ্ঠীৰ ছাত্ৰ ছাএী সকলক সম্বৰ্ধনা মান প্ৰত্ৰ সহ জলপানি প্ৰদান কৰা হয়। # ছাত্ৰ ছাত্ৰী সকলৰ শৈক্ষিক জীৱন আৰু সোনোৱাল কছাৰী সকলৰ উত্তৰণৰ চিন্তা চৰ্চাৰে APSC ' NEET ' JEE ' ADRC আদি পৰীক্ষাসমূহত সুখ্যাতিৰে উত্তীৰ্ণ হব পৰাকৈ ক'চিং চেণ্টাৰৰ ব্যৱস্থা আছে বুলি সোনোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ৰ্কয্যবাহী সদস্য খনীন্দ্ৰ সোনোৱালে জানিবলৈ দিয়ে । #এই সম্বৰ্ধনা অনুষ্ঠানত বিহপুৰীয়া সমষ্টিৰ বিধায়ক ভূপেন কুমাৰ বৰাৰ উপৰিও পৰিষদৰ বিভিন্ন বিভাগৰ দায়িত্বত থকা ৰ্কায্যবাহী সদস্য সকল " উন্নয়ন সমিতিৰ বিষয় ববীয়া সকল সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰিক্ষীত সোনোৱালৰ লগতে বহু কেইগৰাকী বিষয় ববীয়া উপস্থিত থাকে । নৱজ্যোতি শৰ্মা বিহপুৰীয়াৰ4
- শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ কাষত akhil gogoi1