Shuru
Apke Nagar Ki App…
শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ কাষত akhil gogoi
Assam Update
শলগুৰি পঞ্চায়তৰ গায়ন গাঁওত বন্যাৰ্তৰ কাষত akhil gogoi
More news from অসম and nearby areas
- চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা দলক টাইপাৰ আদৰণি বিপদৰ সময়ত উত্তৰাখণ্ডৰ পৰা চৰাইদেউ জিলালৈ বান সাহাৰ্য্য দিবলৈ অহা এটি দলক টাইপাৰ তৰফৰ পৰা অলপ মৰম যাচে কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰ আৰু কাৰ্য্যকৰ্তাসকলে1
- বানপানী বিধস্ত অঞ্চলসমূহত সাহায্য উদেশ্য ৰাইজৰ লগত লৈ প্ৰাক্তন আলফা সমন্বয় সমিতিৰ বিশেষ পদক্ষেপ1
- বিশ্বনাথত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ ## বিশ্বনাথ জিলাত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য বিশ্বনাথৰ ননকে জাপৰিগুৰিত আজি ত "অমৃত বৃক্ষ আন্দোলন ২০২৬"ৰ শুভাৰম্ভ কৰা হয়। এই কাৰ্যসূচীৰ উপ-বিষয়বস্তু আছিল "এক পেড় মা কে নাম" - অৰ্থাৎ "মাতৃৰ নামত এজোপা গছ"। উল্লেখযোগ্য যে অসম চৰকাৰে বৃহৎ পৰিসৰত গছ ৰোপণৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰা আৰু জৈব্য বৈচিত্ৰ ৰক্ষাৰ বাবে "অমৃত বৃক্ষ্য আন্দোলন" আৰম্ভ কৰিছে। আজি পূৱ শোণিতপুৰ বন সংমণ্ডলৰ উদ্যোগত অনুষ্ঠিত এই কাৰ্যসূচীত বিশ্বনাথ জিলাৰ আয়ুক্ত কৰৱী শইকীয়া কৰণ, বিজেপিৰ জিলা সভাপতি অসীম কুমাৰ দাস, বন প্ৰাধিকাৰী বিষয়া চম্পক ডেকা আদি উপস্হিত থাকি এটাকৈ মূল্যবান গছ পুলি ৰোপন কৰে। জিলা আয়ুক্ত গৰাকীয়ে অমৃত বৃক্ষ আন্দোলনৰ লগত সংগতি ৰাখি জিলাখনত ৮ লাখ গছপুলি ৰোপনৰ লক্ষ্য লৈছে বুলি জানিবলৈ দিছে4
- নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ নতুনগাঁৱত সদৰ আৱকাৰী বিভাগৰ অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান৷ গুইজান আৰক্ষীৰ সহযোগত চলোৱা অভিযানত উচ্ছেদ কৰে ৬ টাকৈ অবৈধ চুলাই ভাটি৷ উচ্ছেদৰ সময়ত চুলাই মদৰ পাচ ৪১০০ লিটাৰ, চুলাই বনোৱা সৰঞ্জাম ৬ টা, চুলাই মদ ২৫ লিটাৰ নষ্ট কৰা হয়৷ অনাগত দিনতো আৱকাৰী বিভাগে এনেদৰেই অবৈধ চুলাইৰ বিৰুদ্ধে অভিযান চলাই যাব বুলি উল্লেখ কৰে৷1
- ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান । ⭕তিনিচুকীয়া পায়েস ৰেষ্টুৰেন্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ⭕পায়েস ৰেষ্টুৰেন্টৰ মিঠাইক লৈ এই অভিযোগ । ⭕ৰেষ্টুৰেন্টখনৰ মিঠাই খাই গ্ৰাহক পালেগৈ চিকিৎসালয় । ⭕অভিযোগৰ পাছতেই ৰেষ্টুৰেন্টখনত খাদ্য সুৰক্ষা বিভাগৰ অভিযান ।1
- দবাপিটা বৰষুণেই নহয়, অন্য কোনো বাধাই , আমাৰ প্ৰলয়পীড়িত মানুহৰ প্ৰতি থকা দায়িত্ববোধ কমাব নোৱাৰে। টীম শিৱসাগৰে সকলো বাধা নেওচি কাম কৰি আছে। আজি কুংকি চৌধুৰীৰ সৈতে জনতাৰ দুৰ্দশাৰ বুজ লৈ উভতি আহোতে হাঁহচৰা পঞ্চায়তৰ লেবাং চাউলকৰা গাঁৱত প্ৰায় ৩ বজাত যি তিতিলোঁ, এতিয়া ৰাতি ৯.৩০ বজাতো : অখিল গগৈ।1
- বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । বানে বিধ্বস্ত কৰিলে বানাক্ৰান্তক । বানে উটোৱাই নিলে সকলো সামগ্ৰী , ভড়াঁলত গজিলে কঠিয়া । চৰাইদেউ জিলাত বহু অঞ্চল বানে বিধ্বস্ত কৰি পেলাই । মাহমৰা সমষ্টিৰ টেঙাপুখুৰী চোমনী গাঁও খনো বানে বিধ্বস্ত কৰে । কেইবাদিনো বানত ডুবি থকাৰ পাছত পানী শুকোৱাত গাঁওৰ ৰাইজে কিদৰে জীৱন নিৰ্বাহ কৰিব তাকে ভাবি উৱাদিহ পোৱা নাই। গাঁও খনৰ অধিকাংশ লোকেই খেতি , পশু পালন , মুগা শিল্পৰ লগত জড়িত। বিধ্বংসী বানে ঘৰ দুৱাৰ পলসে পুতি পেলোৱাৰ লগতে পশু সমুহ উটোৱাই নিলে । কিতাপ পত্ৰও , বাচন বৰ্তন, আচবাব উটোৱাই নিলে নতুবা পলসত পোত গল । বছৰজোৰা শ-শ ধান ভড়াঁলতে তিতি গজালি মেলি কঠীয়াতলি হল । বানত সৰ্বস্বান্ত হৈ দিকহাৰা ৰাইজ।1
- তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam তিনিচুকীয়া আৰক্ষীৰ বৃহৎ সফলতা : চেক্স ৰেকেটৰ লগত জড়িত তিনি মহিলা মাষ্টাৰমাইণ্ড কৰায়ত্ত #AssamNews #viralreelschallenge #assam1
- মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে। মাৰ্ঘেৰিটাত ভয়ংকৰ অগ্নিকাণ্ড। চিলিণ্ডাৰ বিস্ফোৰণত ভষ্মিভুত বাসগৃহ। মাৰ্ঘেৰিটাৰ হিলভিউত আজি এক ভয়ংকৰ অগ্নিকাণ্ডই ত্ৰাসৰ সৃষ্টি কৰে।1