logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

gosanimari Mausam pathmala #video #ceramahsingkat #funny

4 hrs ago
user_Sujan Sarkar
Sujan Sarkar
গেংটক, গেংটক, চিকিম•
4 hrs ago

gosanimari Mausam pathmala #video #ceramahsingkat #funny

More news from অসম and nearby areas
  • গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত জন আক্ৰোশ মহিলা সমদল
    1
    গৌৰীপুৰ ৰাজহুৱা পুথিভঁৰালৰ সমুখত জন আক্ৰোশ মহিলা সমদল
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    18 hrs ago
  • #খিলঞ্জীয়াৰ_বিপনী #বাক্সা #অসম
    1
    #খিলঞ্জীয়াৰ_বিপনী #বাক্সা #অসম
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    6 hrs ago
  • 👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য! 👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন। 👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ। 👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। 👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!
    1
    👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য!
👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন।
👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ।
👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    13 hrs ago
  • বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।
    3
    বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা  অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    15 hrs ago
  • ৰঙিয়াৰ আইকণিক গ্লাছ কোম্পানীত উত্তাল প্ৰতিবাদ।কাৰখানাটোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে বন্ধ কৰিলে কাম ।দীৰ্ঘদিন ধৰি কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ ।PF ESI ৰ লগতে সময়মতে নহয় দৰমহা ।শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোৰ বাহিৰত । চিকিৎসাৰ ব্যৱস্থাকে ধৰি পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ কৰ্মচাৰী সকলৰ।
    1
    ৰঙিয়াৰ  আইকণিক গ্লাছ কোম্পানীত উত্তাল  প্ৰতিবাদ।কাৰখানাটোত কৰ্মৰত একাংশ কৰ্মচাৰীয়ে বন্ধ কৰিলে কাম ।দীৰ্ঘদিন ধৰি কৰ্মচাৰীক বঞ্চনাৰ অভিযোগ ।PF ESI ৰ লগতে সময়মতে নহয় দৰমহা ।শতাধিক কৰ্মচাৰীৰ প্ৰতিবাদ কাৰখানাটোৰ বাহিৰত । চিকিৎসাৰ ব্যৱস্থাকে ধৰি  পৰ্যাপ্ত সুবিধা নথকাৰ অভিযোগ কৰ্মচাৰী সকলৰ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    8 hrs ago
  • গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰৰ আলৈ আথানি। ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা AT 8 ছাত্ৰাবাসৰ ছাত্ৰৰ বৰ্ণনা। ছাত্ৰাবাসটোত ৩ মাহ ধৰি জ্বলানাই চুলা। বিগত ৩ মাহ ধৰি বিশ্ববিদ্যালয়ৰ পাকঘৰত লাভ কৰা নাই গেছ চিলিণ্ডাৰ। বাধ্যত পৰি জ্বলাব লগা হৈছে চৌকা। কিন্তু চৌকা জ্বলাবলৈও নাই পৰ্যাপ্ত পৰিমাণৰ খৰিৰ অভাৱ। চিলিণ্ডাৰৰ নাটনিৰ বাবে এসাজ ভাতৰ বাবে এতিয়া জীয়াতু ভুগিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।
    1
    গুৱাহাটী বিশ্ববিদ্যালয়ত ছাত্ৰৰ আলৈ আথানি। 
ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালা AT 8 ছাত্ৰাবাসৰ ছাত্ৰৰ বৰ্ণনা।
ছাত্ৰাবাসটোত ৩ মাহ ধৰি জ্বলানাই চুলা।
বিগত ৩ মাহ ধৰি বিশ্ববিদ্যালয়ৰ পাকঘৰত লাভ কৰা নাই গেছ চিলিণ্ডাৰ।
বাধ্যত পৰি জ্বলাব লগা হৈছে চৌকা। কিন্তু চৌকা জ্বলাবলৈও নাই পৰ্যাপ্ত পৰিমাণৰ খৰিৰ অভাৱ।
চিলিণ্ডাৰৰ নাটনিৰ বাবে এসাজ ভাতৰ বাবে  এতিয়া জীয়াতু ভুগিছে বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    54 min ago
  • Post by Kasa Ali
    1
    Post by Kasa Ali
    user_Kasa Ali
    Kasa Ali
    আঠানি, ধুবুৰী, অসম•
    5 hrs ago
  • 📌সোণতলী স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। 📌৮০ শতাংশৰ উৰ্ধ্বৰ  নম্বৰ প্ৰাপ্ত ১৮ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, জাপি, মমেণ্ট, আলোচনী অভিনন্দন পত্ৰ প্ৰদান।
    1
    📌সোণতলী স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা।
📌৮০ শতাংশৰ উৰ্ধ্বৰ  নম্বৰ প্ৰাপ্ত ১৮ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, জাপি, মমেণ্ট, আলোচনী অভিনন্দন পত্ৰ প্ৰদান।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    14 hrs ago
  • ৰাইজে ধৰি উত্তম মধ্যম শোধালে মৃণাল ডেকাক মদ খাই দূৰ্ঘটনাত সংঘটিত কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ অধিবক্তা গৰাকীৰ নাম মৃণাল ডেকা। মৰিগাঁও চাবুকধৰা সোনাই নদী ওপৰৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো। নগাঁও পৰা আহি থকা এখন চাৰিচকীয়া বাহনত চাবুকধৰা দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। চাবুকধৰাৰ পৰা অহা বাহনখন অধিবক্তা মৃণাল ডেকা বুলি জানিব পৰা গৈছে। বিধায়ক ৰমাকান্ত দেউৰীৰ গাঁৱত বুদ্ধ পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বছৰেকীয়া নামত ৰমাকান্ত দেউৰী ঘৰত মদ্যপান কৰি আহিছিল অধিবক্তা জনে। যি জন অধিবক্তাৰ নেতৃত্বতেই মনোনয়ন পত্ৰ দাখিল কৰিছিল ৰমাকান্ত দেউৰীয়ে। ইফালে স্থানীয় মহিলাই সুৰামত্ত অধিবক্তাক লপাথপা দি উৎচিত শিক্ষা দিয়ে।
    1
    ৰাইজে ধৰি উত্তম মধ্যম শোধালে মৃণাল ডেকাক
মদ খাই দূৰ্ঘটনাত সংঘটিত কৰা বিধায়ক ৰমাকান্ত দেউৰীৰ ঘনিষ্ঠ অধিবক্তা গৰাকীৰ নাম মৃণাল ডেকা।
মৰিগাঁও চাবুকধৰা সোনাই নদী ওপৰৰ দলঙৰ ওপৰত সংঘটিত হয় দুৰ্ঘটনাটো। 
নগাঁও পৰা আহি থকা এখন চাৰিচকীয়া বাহনত চাবুকধৰা দিশৰ পৰা অহা এখন চাৰিচকীয়া বাহনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।
চাবুকধৰাৰ পৰা অহা বাহনখন অধিবক্তা মৃণাল ডেকা বুলি জানিব পৰা গৈছে। 
বিধায়ক ৰমাকান্ত দেউৰীৰ গাঁৱত বুদ্ধ পূৰ্ণিমা উপলক্ষে অনুষ্ঠিত বছৰেকীয়া নামত ৰমাকান্ত দেউৰী ঘৰত মদ্যপান কৰি আহিছিল অধিবক্তা জনে। 
যি জন অধিবক্তাৰ নেতৃত্বতেই মনোনয়ন পত্ৰ দাখিল কৰিছিল ৰমাকান্ত দেউৰীয়ে।
ইফালে স্থানীয় মহিলাই সুৰামত্ত অধিবক্তাক লপাথপা দি উৎচিত শিক্ষা দিয়ে।
    user_DSL LIVE
    DSL LIVE
    গুৱাহাটী, কামৰূপ মেট্ৰো, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.