Shuru
Apke Nagar Ki App…
আজি দ্বিত্বীয় দিনত ভৰি দিলে খিলঞ্জীয়াৰ বিপনী নামেৰে গেলামাল দোকানখ্ন। আপোনালোকৰ সকলোৰে তেখেতে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিছে। #খিলঞ্জীয়াৰ_বিপনী #বাক্সা #অসম
U song my videos
আজি দ্বিত্বীয় দিনত ভৰি দিলে খিলঞ্জীয়াৰ বিপনী নামেৰে গেলামাল দোকানখ্ন। আপোনালোকৰ সকলোৰে তেখেতে সকলো ৰাইজৰ সহায় সহযোগ বিচাৰিছে। #খিলঞ্জীয়াৰ_বিপনী #বাক্সা #অসম
More news from Kamrup Metro and nearby areas
- LoP ko dekhna chahiye! 🔥 Army Veteran slams Rahul Gandhi over Great Nicobar remarks” “Great Nicobar Project par garma-garmi! 💥 Army Veteran vs Rahul Gandhi face-off” “Security vs Politics? ⚡ Army Veteran ka bada jawab to Rahul Gandhi1
- 👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য! 👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন। 👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ। 👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। 👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!1
- Post by Mustafa SalimAhmed1
- ঘগৰা নেহেৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক বিনীত বৰাৰ বিদায় সম্ভাষণ1
- বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।3
- Post by Mahesh kumar das1
- 📌সোণতলী স্বৰ্ণ সাহিত্য সভাৰ উদ্যোগত উচ্চ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি শিক্ষাৰ্থীক সম্বৰ্ধনা। 📌৮০ শতাংশৰ উৰ্ধ্বৰ নম্বৰ প্ৰাপ্ত ১৮ গৰাকী শিক্ষাৰ্থীক ফুলাম গামোচা, জাপি, মমেণ্ট, আলোচনী অভিনন্দন পত্ৰ প্ৰদান।1
- Post by Mustafa SalimAhmed1
- Post by Bitopan Rajbongshi1