logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰী ঝগৰাপাৰ‌ অঞ্চলত আৱাসিক এলেকাত স্থাপন কৰা মদৰ দোকান ৰ সন্মুখত মদাহী ৰ বাক বিতণ্ডা, কাজিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়ি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২ যে ধুবুৰী ঝগৰাপাৰ অঞ্চলত আৱাসিক এলেকাত এখন‌ মদৰ দোকান স্থাপন কৰা কেন্দ্ৰ কৰি ৰাইজৰ দীৰ্ঘদিন ধৰি আন্দোলন চলি থকাৰ সময়তে ব্যাৱসায়ী জনে হ'ল পূৰ্বক স্হাপন কৰাৰ পিছত দৈনিক চলিছে নিশাৰ ভাগত মদাহী ৰ‌ কাজিয়া বাক বিতণ্ডা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। প‌্ৰনৱাশীষ ৰয়, ধুবুৰী

12 hrs ago
user_Pranabasish Roy
Pranabasish Roy
আঠানি, ধুবুৰী, অসম•
12 hrs ago

ধুবুৰী ঝগৰাপাৰ‌ অঞ্চলত আৱাসিক এলেকাত স্থাপন কৰা মদৰ দোকান ৰ সন্মুখত মদাহী ৰ বাক বিতণ্ডা, কাজিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়ি ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২ যে ধুবুৰী ঝগৰাপাৰ অঞ্চলত আৱাসিক এলেকাত এখন‌ মদৰ দোকান স্থাপন কৰা কেন্দ্ৰ কৰি ৰাইজৰ দীৰ্ঘদিন ধৰি আন্দোলন চলি থকাৰ সময়তে ব্যাৱসায়ী জনে হ'ল পূৰ্বক স্হাপন কৰাৰ পিছত দৈনিক চলিছে নিশাৰ ভাগত মদাহী ৰ‌ কাজিয়া বাক বিতণ্ডা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। প‌্ৰনৱাশীষ ৰয়, ধুবুৰী

More news from অসম and nearby areas
  • Post by Kasa Ali
    1
    Post by Kasa Ali
    user_Kasa Ali
    Kasa Ali
    আঠানি, ধুবুৰী, অসম•
    1 hr ago
  • ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫
    1
    ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫
    user_STAR Live24
    STAR Live24
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    7 hrs ago
  • ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২ যে ধুবুৰী ঝগৰাপাৰ অঞ্চলত আৱাসিক এলেকাত এখন‌ মদৰ দোকান স্থাপন কৰা কেন্দ্ৰ কৰি ৰাইজৰ দীৰ্ঘদিন ধৰি আন্দোলন চলি থকাৰ সময়তে ব্যাৱসায়ী জনে হ'ল পূৰ্বক স্হাপন কৰাৰ পিছত দৈনিক চলিছে নিশাৰ ভাগত মদাহী ৰ‌ কাজিয়া বাক বিতণ্ডা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। প‌্ৰনৱাশীষ ৰয়, ধুবুৰী
    1
    ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২ যে
ধুবুৰী ঝগৰাপাৰ অঞ্চলত আৱাসিক এলেকাত এখন‌ মদৰ দোকান স্থাপন কৰা কেন্দ্ৰ কৰি ৰাইজৰ দীৰ্ঘদিন ধৰি আন্দোলন চলি থকাৰ সময়তে ব্যাৱসায়ী জনে হ'ল পূৰ্বক স্হাপন কৰাৰ পিছত দৈনিক চলিছে নিশাৰ ভাগত মদাহী ৰ‌ কাজিয়া বাক বিতণ্ডা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে।
প‌্ৰনৱাশীষ ৰয়, ধুবুৰী
    user_Pranabasish Roy
    Pranabasish Roy
    আঠানি, ধুবুৰী, অসম•
    12 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    8 hrs ago
  • হাউলী চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
    1
    হাউলী চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    7 hrs ago
  • 👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য! 👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন। 👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ। 👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। 👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!
    1
    👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য!
👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন।
👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ।
👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত।
👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    11 hrs ago
  • বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।
    3
    বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা  অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।
    user_অবিৰত বাৰ্তা
    অবিৰত বাৰ্তা
    বকো, কামৰূপ, অসম•
    14 hrs ago
  • Post by Kasa Ali
    1
    Post by Kasa Ali
    user_Kasa Ali
    Kasa Ali
    আঠানি, ধুবুৰী, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.