Shuru
Apke Nagar Ki App…
ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫ ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫
STAR Live24
ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫ ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫
More news from অসম and nearby areas
- Post by Kasa Ali1
- ধুবুৰী জিলাত গম্ভীৰ আৰু শৃংখলাবদ্ধ পৰিৱেশত সামৰনি কৰ নিখিল কামতাপুৰ ছাত্ৰ সংগঠণৰ ধুবুৰী অধিবেশন ২০২৫1
- ধুবুৰী সদৰ প্ৰনৱাশীষ ৰয়:২ যে ধুবুৰী ঝগৰাপাৰ অঞ্চলত আৱাসিক এলেকাত এখন মদৰ দোকান স্থাপন কৰা কেন্দ্ৰ কৰি ৰাইজৰ দীৰ্ঘদিন ধৰি আন্দোলন চলি থকাৰ সময়তে ব্যাৱসায়ী জনে হ'ল পূৰ্বক স্হাপন কৰাৰ পিছত দৈনিক চলিছে নিশাৰ ভাগত মদাহী ৰ কাজিয়া বাক বিতণ্ডা ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰিছে। প্ৰনৱাশীষ ৰয়, ধুবুৰী1
- Post by T News1
- হাউলী চহৰৰ সমীপৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।1
- 👉এজন মাদ্ৰাছাৰ ছাত্ৰ, ইংৰাজীত বক্তব্য! 👉এও সোণতলীৰ পাথালিপাৰা গাঁৱৰ আয়নাল হকৰ পুত্ৰ ছাদ্দাম হুছেইন। 👉সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহ ৮৮ শতাংশ নম্বৰ লাভ। 👉চেঙাৰ দাৰুল হুদা ইচলামিক ইউনিভাৰ্চিটিৰ পৰা অৱতীৰ্ণ হৈছিল পৰীক্ষাত। 👉সোণতলী (স্বৰ্ণ) শাখা সাহিত্য সভাই আয়োজন কৰা সম্বৰ্ধনা অনুষ্ঠানত প্ৰদান কৰিলে এনেদৰে ইংৰাজীত ভাষন!1
- বকোৰ ভেহুৱা জিলমিল গোষ্ঠীৰ উদ্যোগত ৰঙালী বিহু সন্মিলনীৰ ব্যতিক্ৰমী পদক্ষেপ । মহিলাৰ মিনি মাৰাথন দৌৰ প্ৰতিযোগিতা অনুস্থিত । অসম তথা পশ্চিম বংগৰ দৌৰবিদে অংশগ্ৰহন কৰিলে মাৰাথন প্ৰতিযোগিতাত । বকো হাইস্কুল খেলপথাৰৰ পৰা ভেহুৱা বিহুতলীলৈ ৬ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে প্ৰায় কুৰিজনি দৌৰবিদে । প্ৰতিযোগিতাত মুঠ ২৩ জনী দৌৰবিদৰ অংশগ্ৰহন । প্ৰথম পুৰস্কাৰ লাভ কৰে পশ্চিমবংগ জলপাইগুৰিৰ পিংকী সৰকাৰ আৰু দ্বিতীয় স্থান চেৰলিবুম তেৰংপী ডিফু আৰু তৃতীয় স্থান বামুনিগাঁওৰ পম্পি ৰাভাই ।3
- Post by Kasa Ali1