Shuru
Apke Nagar Ki App…
জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া। জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
Farid Ali.
জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া। জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
More news from অসম and nearby areas
- জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।1
- আজি ১০ মাৰ্চ ৷ অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি অতিৰিক্ত এহেজাৰ টকাসহ মুঠ ৯,০০০ টকাকৈ অৰুণোদয় আঁচনিৰ ধন লাভ কৰি শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ জয়মতী গাওঁ পঞ্চায়তত মহিলাসকলৰ ব্যাপক আনন্দ-উলাহ ৷1
- সোণাৰিৰ যুৱ লেখক দ্বীপেন বৰুৱাৰ শেহতীয়া প্ৰৱন্ধ সংকলন "নিৰীক্ষণ সমাজ জীবনৰ জলঙাইদি" আজি আনুষ্ঠানিক ভাৱে উন্মোচন কৰে চৰাইদেউ জিলাৰ আয়ুক্ত ডা: নেহা যাদৱে। চৰাইদেউ জিলাৰ আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত এক সভাত জিলা আয়ুক্ত গৰাকীৰ লগতে অতিৰিক্ত আয়ুক্ত নবদ্বীপ চাংমাই, সোণাৰিৰ পৌৰপতি তিলক চন্দ্ৰ নেওগ প্ৰমুখ্যে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।1
- সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।1
- আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।1
- hello friends 🤝1
- তিনিচুকীয়া জিলাৰ পেঙেৰীত ভয়ংকৰ পথ দুৰ্ঘটনা পেঙেৰী চাৰিআলিৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা দুৰ্ঘটনাত আহত কাজিৰঙা চাহ ফেক্টৰীৰ পৰিচালক অশোক দে সহ আন তিনিজন ডাম্পাৰ আৰু ব্যক্তিগত বাহনৰ মাজত হয় মুখামুখি সংঘৰ্ষ মুখামুখি সংঘৰ্ষত ব্যক্তিগত বাহনক ডাম্পাৰে প্ৰায় ৫০ মিটাৰ দুৰত্বৰ লৈকে মহতিয়াই নি পেলাই দিয়ে দহ খাৱৈত। ডাম্পাৰ খনে অসম মালা পথ নিৰ্মাণৰ বাবে মাটি কঢ়িয়াই আনিছিল অভিযোগ অনুসৰি সুৰামত্ত অৱস্থাত আছিল ডাম্পাৰ চালক ঘটনাৰ সংঘটিত কৰা পিছতেই ডাম্পাৰ চালক পলায়ন আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যেই আঘাতপ্ৰাপ্ত লোক সকলক উদ্ধাৰ কৰি চিকিৎসালৈ প্ৰেৰণ কৰে1
- অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'ৰ আধাৰশিলা স্থাপন। অসম চাহ মজদুৰ সংঘ, সোণাৰি শাখাৰ 'চুপাৰ মাৰ্কেট কমপ্লেক্স'টিৰ প্ৰাক্তন কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী তথা অসম চাহ মজদুৰ সংঘৰ সভাপতি পৱৰ্নসিং ঘাটোৱাৰে আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানৰ আঁত ধৰে সোণাৰি শাখা সংঘৰ সম্পাদক প্ৰকাশ নাগে। শাখা সংঘৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ লগতে কাষৰীয়া চাহ বাগিচাৰ পৰিচালক সকলো অনুষ্ঠানত উপস্থিত থাকে।1