logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ   যুৱনেতা অৰূপ কুমাৰ দে বিজেপিৰ প্ৰাৰ্থীত্ব চৰ্চাত বিজনী বিধানসভা সমষ্টিত বিধায়ক অজয় ৰায়ৰ পৰিবৰ্তে এইবাৰ যুৱনেতা অৰূপ কুমাৰ দেক বিচাৰিছে সমষ্টিৰ ৰাইজে

1 hr ago
user_MR ABDUL MOTIN
MR ABDUL MOTIN
Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
1 hr ago

মুখ্যমন্ত্ৰী অতি ঘনিষ্ঠ   যুৱনেতা অৰূপ কুমাৰ দে বিজেপিৰ প্ৰাৰ্থীত্ব চৰ্চাত বিজনী বিধানসভা সমষ্টিত বিধায়ক অজয় ৰায়ৰ পৰিবৰ্তে এইবাৰ যুৱনেতা অৰূপ কুমাৰ দেক বিচাৰিছে সমষ্টিৰ ৰাইজে

More news from অসম and nearby areas
  • বিজনী বিধানসভা সমষ্টিত বিধায়ক অজয় ৰায়ৰ পৰিবৰ্তে এইবাৰ যুৱনেতা অৰূপ কুমাৰ দেক বিচাৰিছে সমষ্টিৰ ৰাইজে
    1
    বিজনী বিধানসভা সমষ্টিত বিধায়ক অজয় ৰায়ৰ পৰিবৰ্তে এইবাৰ যুৱনেতা অৰূপ কুমাৰ দেক বিচাৰিছে সমষ্টিৰ ৰাইজে
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    1 hr ago
  • ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷
    2
    ∆ শিৱসাগৰত পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে আশাকৰা ধৰণে সৰিয়হ উৎপাদন নোহোৱাত মুৰে কপালে হাত দিছে কৃষকে ৷ আনহাত বীমা কোম্পানী আৰু কৃষি বিভাগৰ কপকাটিং কিমান নিৰপেক্ষ, তাক লৈও সন্দেহ প্ৰকাশ ৰাইজৰ ৷ উল্লেখ যে, শিৱসাগৰ জিলা কৃষি বিভাগৰ অধীনৰ দিচাংমুখ, দিখৌমুখ আৰু দিহিংমুখৰ একাংশ কৃষকে দীৰ্ঘদিন ধৰি সৰিয়হ খেতি কৰি আহিছে ৷ এই সৰিয়হ খেতিৰ আলম লৈ জিলাখনত গঢ়ি উঠিছে কেইবাখনো মিঠাতেল পেৰা সমবায় সমিতি ৷ কিন্তু এইবাৰ পৰ্য্যাপ্ত বৰষুণ নোহোৱাৰ বাবে কৃষকৰ আশাকৰাধৰণে উৎপাদন নহ’ল সৰিয়হ ৷ ধাৰ ঋণেৰে খেতি কৰা কৃষকৰ খেতিত খৰছ কৰা ধনকেইটাও নোলাই উৎপাদিত সৰিয়হ বিক্ৰী কৰি ৷ যাৰ বাবে সৰিয়হ খেতিত জড়িত কৃষকে মুৰে কপালে হাত দিবলগীয়া অৱস্থা হৈছে ৷ ইফালে শিৱসাগৰ জিলা কৃষি বিভাগ আৰু সৰিয়হ খেতিৰ ফচল বীমা কোম্পানীয়ে যৌথভাৱে জিলাখনত পৰ্য্যাপ্ত সৰিয়হ উৎপাদন হৈছে নে নাই পৰীক্ষা কৰিবৰ বাবে কপকাটিং কৰিছে যদিও এই কপকাটিং কিমান নিৰপেক্ষ হ’ব তাকে লৈও ৰাইজৰ মাজত সন্দেহ উপজিছে ৷ কিয়নো কপকাটিংত সৰিয়হ উৎপাদন কম হ’লে ফচল বীমা কোম্পানীয়ে কৃষকক কোটি কোটি টকাৰ বীমাৰ ধন দিব লাগিব আৰু যদি এই বছৰৰ সৰিয়হ উৎপাদন সম-সাময়িকভাৱে হয়, তেনেহ’লে বীমা কোম্পানীয়ে কৃষকক ধন দিবলগীয়া নহয় ৷ তেনেক্ষেত্ৰত কৃষি বিভাগৰ কৰ্মচাৰীক মেনেজ কৰি কোটি টকা লোকচান হোৱাৰ পৰা বাচিবলৈ কোম্পানীয়ে চেষ্টা যে নকৰিব তাৰ কি নিশ্চয়তা আছে , সেইবাবে সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শিৱসাগৰীয়া কৃষকে এতিয়া কৃষিমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে ৷৷
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক Sivasagar, Assam•
    7 hrs ago
  • জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
    1
    জন-আৰ্শীবাদ যাত্ৰাত বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীক অংশগ্ৰহণৰ বাবে বাধ্য কৰোৱাঃ আছুৰ সভাপতি উৎপল শৰ্মাৰ প্ৰতিক্ৰিয়া।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    11 hrs ago
  • Post by Sek Asik
    1
    Post by Sek Asik
    user_Sek Asik
    Sek Asik
    চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ•
    16 hrs ago
  • পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢 এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা। ✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা। 📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332 আজিই নাম পঞ্জীয়ন কৰক!
    1
    পাটনাৰ প্ৰখ্যাত অৰ্থ’পেডিক চাৰ্জন ড° শম্ভু কুমাৰ সিং এতিয়া আপোনাৰ ওচৰত! 📢
এতিয়া বাত বিষ, কঁকালৰ বিষ, আঁঠুৰ বিষ বা হাড়ৰ যিকোনো জটিল চিকিৎসাৰ বাবে পাটনালৈ যোৱাৰ প্ৰয়োজন নাই। ঘৰৰ ওচৰতে পাওক বিশ্বমানৰ অৰ্থ’পেডিক সেৱা।
✅ বিশেষজ্ঞ চিকিৎসা: বাত বিষ, গাঁঠিৰ বিষ, হাড় ভঙা, আৰু লিগামেণ্টৰ সকলো সমস্যা।
📍 ঠিকনা: বৰপুখুৰীৰ বিপৰীতে, গহপুৰ। 📞 বুকিং কৰক: 9101728626 | 7896782332
আজিই নাম পঞ্জীয়ন কৰক!
    user_NORTH EAST KHABAR
    NORTH EAST KHABAR
    Local News Reporter গহপুৰ, বিশ্বনাথ, অসম•
    21 hrs ago
  • আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    1
    আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক  দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ  পাৰ্থী  তথা   অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে  ভাল বেয়া সকলো সময়ত  কংগ্ৰেছ দলৰ  লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    11 hrs ago
  • hello friends 🤝
    1
    hello friends 🤝
    user_Love you Assam India
    Love you Assam India
    গোলাঘাট, গোলাঘাট, অসম•
    16 hrs ago
  • সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    1
    সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থা আৰু সদৌ অসম গৃহৰক্ষী স্বেচ্ছাসেৱক কল্যাণ সন্থা লাখিমপুৰ আৰু ধেমাজী জিলাৰ সমিতি সহযোগত লখিমপুৰ জিলা গৃহৰক্ষী বাহিনী সমাদেষ্টাৰ কাৰ্য্যালয়ৰ সন্মুখত ২ ঘণ্টীয়া অৱস্থান ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.