Shuru
Apke Nagar Ki App…
শিৱসাগৰৰ নাজিৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব চাহ জনগোষ্ঠী সন্তান ধৰ্মেশ্বৰ ঘাটোৱাৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নাজিৰা বিধানসভা সমষ্টিৰ পৰা ধৰ্মেশ্বৰ ঘাটোৱাৰে প্ৰতিদন্দীতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ধৰ্মেশ্বৰ ঘাটোৱাৰে। বৰ্তমানৰ শাসকীয় দলে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক প্ৰতাৰণা কৰা বাবে এই সিদ্ধান্ত ধৰ্মেশ্বৰ ঘাটোৱাৰৰ।
Farid Ali.
শিৱসাগৰৰ নাজিৰা বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হ'ব চাহ জনগোষ্ঠী সন্তান ধৰ্মেশ্বৰ ঘাটোৱাৰ আগন্তুক বিধানসভা নিৰ্বাচনত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নাজিৰা বিধানসভা সমষ্টিৰ পৰা ধৰ্মেশ্বৰ ঘাটোৱাৰে প্ৰতিদন্দীতা আগবঢ়াব বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ধৰ্মেশ্বৰ ঘাটোৱাৰে। বৰ্তমানৰ শাসকীয় দলে চাহ জনগোষ্ঠী আৰু আদিবাসী ৰাইজক প্ৰতাৰণা কৰা বাবে এই সিদ্ধান্ত ধৰ্মেশ্বৰ ঘাটোৱাৰৰ।
More news from Sivasagar and nearby areas
- নাজিৰাত দেৱব্ৰত শইকীয়াৰ সংবাদমেল সম্বোধন পশ্চিমবংগৰ মমতা বেনাৰ্জীয়ে লোৱা প্ৰদক্ষেপ গ্ৰহণ কৰা দৰে প্ৰদ্যুৎ বৰদলৈ নিৰপেক্ষ ভূমিকা লোৱা হ'লে তেওঁৰ আদৰ্শ থাকিলেহেঁতেন #বিজেপি দলৰ সাম্প্ৰদায়িক ৰাজনৈতিক আদৰ্শ কেতিয়াও গ্ৰহণ নকৰো #সমষ্টি পুনৰ নিৰ্ধাৰণে ৰাইজক দূৰ্ভোগ ভূগাইছে #কৰ্ণ মহাভাৰতৰ দানবীৰ আছিল মইয়ো কংগ্ৰেছ দলৰ বাবে কবচ দিবলৈ সাজু বুলি ভূপেন বৰাক প্ৰত্যুত্তৰ দিয়ে দেৱব্ৰত শইকীয়াই1
- বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত হোৱাৰ পাছতেই হিতেন্দ্ৰ নাথ গোস্বামীয়ে সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কয় যে গৌৰৱ গগৈয়ে যোৰহাটৰ মানুহৰ মতামত নোলোৱাকৈ সমষ্টিটোলৈ ঘূৰি অহাটো ভাল কথা হোৱা নাই আৰু তেওঁৰ বিৰুদ্ধে জয়ী হোৱাটো গৌৰৱৰ বাবে সহজ নহ’ব। গোস্বামীৰ মতে, এই মুহূৰ্তত উজনিত কংগ্ৰেছৰ অৱস্থা তেনেই দুৰ্বল আৰু কংগ্ৰেছে গৰিষ্ঠ সংখ্যক আসন লাভ কৰাটো অসম্ভৱ। গৌৰৱ গগৈৰ সৈতে তেওঁৰ ব্যক্তিগত ভাল সম্পৰ্ক থাকিলেও নিৰ্বাচনত ৰাইজৰ সহযোগত জয়ী হৈ যোৰহাটৰ আধৰুৱা কামবোৰ সম্পূৰ্ণ কৰিব বুলি তেওঁ দৃঢ়তাৰে প্ৰকাশ কৰে।2
- असम के डिमौ में भयानक सड़क दुर्घटना: मोटरसाइकिल सवार की गर्दन कट गई, सिर 20 मीटर दूर जाकर गिरा डिमौ आर्क्षी थाना क्षेत्र के अंतर्गत कल्यापानी में मंगलवार की रात एक भयावह सड़क दुर्घटना हो गई। इस हादसे में एक अज्ञात वाहन, बिना नंबर प्लेट वाला बैटरी चालित रिक्शा और मोटरसाइकिल (नंबर AS-04-AH-6210) की टक्कर हो गई। दुर्घटना इतनी भीषण थी कि मोटरसाइकिल पर सवार एक युवक की मौके पर ही मौत हो गई। उसके सिर की काट गई और लगभग 20 मीटर दूर फेंक दिया गया। मोटरसाइकिल पर सवार अन्य दो लोग गंभीर रूप से घायल हो गए। स्थानीय सूत्रों और प्रत्यक्षदर्शियों के अनुसार, युवक डिमौ से आठाबाड़ी की ओर तेज रफ्तार से जा रहा था। पहले उसने विपरीत दिशा से आ रहे बैटरी रिक्शे को टक्कर मारी, फिर एक अज्ञात वाहन से जोरदार टकराव हुआ। इसके बाद अज्ञात वाहन मौके से भाग निकला। रिक्शा सड़क के किनारे खाई में गिर गया, जबकि मोटरसाइकिल सड़क पर पड़ी रही। प्रत्यक्षदर्शियों में सवाल उठ रहा है कि क्या सिर्फ रिक्शे से टकराने से ऐसा भयानक हादसा हो सकता है, जिसमें सिर कटकर इतनी दूर जा गिरे। कई लोग इसे साधारण दुर्घटना नहीं, बल्कि हत्या का मामला मान रहे हैं। मृतक की पहचान अभी तक नहीं हो पाई है। डिमौ पुलिस मौके पर पहुंची, मृतक का शव बरामद किया और दोनों घायलों को डिमौ आदर्श अस्पताल में भर्ती कराया गया। पुलिस ने मामले की जांच शुरू कर दी है।4
- আজি সূদূৰ জাৰ্মানীৰ পৰা অহা ছয় জনীয়া এটা দলে গুৱাহাটীৰ পৰা বাইক লৈ বিশ্ব সাংস্কৃতিক ঐতিহ্য স্থান চৰাইদেউ মৈদাম ক্ষেত্ৰত উপস্থিত হয়।তাৰে এগৰাকী মহিলা তেওঁ লোকৰ সকলোৱে বয়স ৬০ বছৰৰ ওপৰত।1
- Post by Gouliath barwa1
- mama Amaku rasthatu Nirman kori diyo amibur kenekoi asu jiyai ebar raijole sahok e1
- বুধবাৰে চাহ মজদুৰ সংঘৰ উদ্যোগত ৰঙাজান-থুৰাজান বাগিচাৰ শ্ৰমিক সকলৰ বৃহৎ প্ৰতিবাদ।হাতে হাতে প্লেকাৰ্ড লৈ নগৰৰ মাজেৰে আগবাঢ়ি জিলা আয়ুক্ত কাৰ্যালয়ৰ সমিপত প্ৰতিবাদ সাব্যস্ত কৰে সাধাৰণ শ্ৰমিক সকলে।শ্ৰমিকে পাপ্য মজুৰি লাভ নকৰাৰ প্ৰতিবাদত এই কাৰ্যসূচী লোৱা হয় বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীয়ে। বৰ্তমান খেতান নামৰ এটা গ্ৰুপে ৰঙাজান বাগিচা পৰিচালনা কৰি আহিছে যদিও সময়ত শ্ৰমিক সকলক মজুৰি প্ৰদান নকৰাত বাগিচা শ্ৰমিক সকলৰ নাজল-নাঠল অৱস্থাত পৰিণত হৈছে।যাৰ ফলস্বৰূপে আজি চাহ শ্ৰমিক সকলে নিৰ্বাচনি অধীসূচনা জাৰি থকাৰ পাছতো গোলাঘাটৰ ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰে।চাহ শ্ৰমিক জিন্দাবাদ,আমাৰ প্ৰাপ্য প্ৰদান কৰক আদি শ্লোগানেৰে গোলাঘাট আকাশ বতাহ কঁপাই তোলে। লগতে উল্লেখ কৰে যে যদিহে তেওঁলোকৰ অভিযোগ অসম চৰকাৰৰ মানি নলয় তেতিয়া ভোট বৰ্জন দৰে কাৰ্যসূচী হাতত লোৱা হুংকাৰ প্ৰদান কৰে। আনহাতে বাগিচাৰ মালিক পক্ষৰ পৰা জনাই যে যিহেতু বাগিচাখনত বৰ্তমান সময়ত বহু কোটি টকাৰ লোকচানৰ সন্মুখীন হৈ আছে। গতিকে বাগিচা পৰিচালনা কৰাত কিছু অসুবিধাৰ সৃষ্টি হৈছে বুলি জানিবলৈ দিয়ে l1
- শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অৱৰ্তীণ হ'ব নিৰ্বাচনত । ৰাইজৰ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই ৰিটাৰ্ণিং অফিচাৰৰ পৰা সংগ্ৰহ কৰে মনোনয়ন পত্ৰ আজি1