১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব অনলাইন কেব সেৱা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ অভিযোগত ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে অনলাইন কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে। কেব চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে যদিও সেই অনুপাতে কেব ভাড়া বৃদ্ধি কৰা হোৱা নাই। এই সমস্যা সন্দৰ্ভত অ'লা, উবেৰ আৰু ৰেপিড' কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি চালকসকলে অভিযোগ কৰিছে। চালকসকলৰ মূল দাবীসমূহ হৈছে— অ'লা, উবেৰ আৰু ৰেপিড'ত কেব চালকৰ বাবে ভাড়া বৃদ্ধি কৰিব লাগিব। প্ৰতি কিলোমিটাৰ আৰু প্ৰতি মিনিটৰ ভাড়া চৰকাৰী নিৰ্ধাৰিত নিয়ম অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব। চালকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে কেব কোম্পানীৰ এপ ব্যৱহাৰ নকৰিব। ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত অনলাইন কেব সেৱা বন্ধ থাকিলে যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব অনলাইন কেব সেৱা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ অভিযোগত ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে অনলাইন কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে। কেব চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে যদিও সেই অনুপাতে কেব ভাড়া বৃদ্ধি কৰা হোৱা নাই। এই সমস্যা সন্দৰ্ভত অ'লা, উবেৰ আৰু ৰেপিড' কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি চালকসকলে অভিযোগ কৰিছে। চালকসকলৰ মূল দাবীসমূহ হৈছে— অ'লা, উবেৰ আৰু ৰেপিড'ত কেব চালকৰ বাবে ভাড়া বৃদ্ধি কৰিব লাগিব। প্ৰতি কিলোমিটাৰ আৰু প্ৰতি মিনিটৰ ভাড়া চৰকাৰী নিৰ্ধাৰিত নিয়ম অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব। চালকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে কেব কোম্পানীৰ এপ ব্যৱহাৰ নকৰিব। ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত অনলাইন কেব সেৱা বন্ধ থাকিলে যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।
- ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত বন্ধ থাকিব অনলাইন কেব সেৱা পেট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ পাছতো কেব চালকসকলৰ প্ৰাপ্য ভাড়া বৃদ্ধি নকৰাৰ অভিযোগত ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটীত সম্পূৰ্ণৰূপে অনলাইন কেব সেৱা বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেব চালকসকলে। কেব চালকসকলৰ অভিযোগ অনুসৰি, ইন্ধনৰ মূল্য বৃদ্ধি পোৱাৰ ফলত তেওঁলোকৰ ব্যয় যথেষ্ট বৃদ্ধি পাইছে যদিও সেই অনুপাতে কেব ভাড়া বৃদ্ধি কৰা হোৱা নাই। এই সমস্যা সন্দৰ্ভত অ'লা, উবেৰ আৰু ৰেপিড' কৰ্তৃপক্ষক অৱগত কৰা সত্ত্বেও কোনো ধৰণৰ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই বুলি চালকসকলে অভিযোগ কৰিছে। চালকসকলৰ মূল দাবীসমূহ হৈছে— অ'লা, উবেৰ আৰু ৰেপিড'ত কেব চালকৰ বাবে ভাড়া বৃদ্ধি কৰিব লাগিব। প্ৰতি কিলোমিটাৰ আৰু প্ৰতি মিনিটৰ ভাড়া চৰকাৰী নিৰ্ধাৰিত নিয়ম অনুসৰি নিৰ্ধাৰণ কৰিব লাগিব। চালকসকলে স্পষ্ট কৰি দিছে যে তেওঁলোকৰ দাবীসমূহ মানি নোলোৱা পৰ্যন্ত কোনো চালকে কেব কোম্পানীৰ এপ ব্যৱহাৰ নকৰিব। ১ ছেপ্টেম্বৰৰ পৰা গুৱাহাটী মহানগৰীত অনলাইন কেব সেৱা বন্ধ থাকিলে যাত্ৰীসকলৰ দৈনন্দিন যাতায়াতত যথেষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে।1
- *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান। #newsreort *Breaking* *Slug : Sijubari Cow Meet caught by Rastriya Bajrang Dal* মহানগৰীৰ সিজুৱাৰীৰ এখন গো মাংসৰ দোকানৰ পৰা উদ্ধাৰ বৃহৎ বৃহৎ পৰিমাণৰ গো মাংস। দীৰ্ঘদিনৰ পৰা গুৱাহাটীৰ সিজুৱাৰীত চলাই আহিছিল গো মাংসৰ অবৈধ বেহা। ৮৫.২ কেজি গো মাংস উদ্ধাৰ। ৰাষ্ট্ৰীয় বজৰং দল গুৱাহাটী মহানগৰ জিলা সমিতিয়ে উদ্ধাৰ কৰে গো মাংস খিনি। সাধাৰণ সম্পাদক মহাকাল শৰ্মাৰ নেতৃত্ব আজি এটা দলে হাতীগাঁও আৰক্ষীৰ সহযোগত চলাই অভিযান।1
- ৰঙিয়াত বিধায়ক ভবেশ কলিতাৰ উদ্যোগত চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্টৰ আৰম্ভণি ৰঙিয়াত আজিৰে পৰা অনুষ্ঠিত হৈছে চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল টুৰ্ণামেণ্ট। স্থানীয় বিধায়ক ভবেশ কলিতাৰ উদ্যোগত ৰঙিয়া হৰদত্ত বীৰদত্ত স্পর্টছ ক্লাবৰ সৌজন্যত অনুষ্ঠিত হৈছে নবম বাৰ্ষিক চি এম চেম্পিয়নশ্বিপ ট্রফী ফুটবল প্রতিযোগিতা। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত প্ৰাৰম্ভিক খেলখনৰ উদ্বোধন কৰে ৰঙিয়া সমজিলা আয়ুক্ত নৱজিৎ পাঠকে। স্থানীয় বিধায়ক ভবেশ কলিতা আৰু সমজিলা আৰক্ষী অধীক্ষক বিশ্বজিৎ ডেকাৰ উপস্থিতিত অনুষ্ঠিত উদ্বোধনী খেলত ৰঙিয়া এফ চিৰ বিপক্ষে প্ৰতিদণ্ডীতা আগবঢ়াই বৰভাগ উদয়ন সংঘই। ৰঙিয়া এফ চিয়ে ৩-১ গ'লৰ ব্যৱধানত অগ্ৰগতি লাভ কৰে।1
- ত্ৰিশূলী হাইড্ৰ'পাৱাৰ সুৰংগৰ পৰা ৩৫০ শ্ৰমিকক সুকলমে উদ্ধাৰ নেপাল সেনাৰ1
- নগাঁও লোকসভাৰ উপনিৰ্বাচন সন্দৰ্ভত বিধায়ক মুজিবুৰ ৰহমানৰ মন্তব্য এ আই ইউ ডি এফ আৰু কংগ্ৰেছ একেই পাৰ্টী। কংগ্ৰছ মুছলিম পাৰ্টী আৰু এ আই ইউ ডি এফো মুছলিম পাৰ্টী। নগাঁও লোকসভাৰ উপনিৰ্বাচনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফে মিলি এজন মুছলমান প্ৰাৰ্থী দিল্লী পঠাও। নগাঁও লোকসভা সমষ্টি আমাৰ কাৰণে ছুইটেবুল। যদি কংগ্ৰেছে ডিষ্টাৰ্ব দিয়ে আৰু বিজেপিৰ লগত ফিটিং হয় আমাৰ কৰিবলগীয়া একো নাই।এইদৰে মন্তব্য কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে। প্ৰদ্যুৎ বৰদলৈক প্ৰাৰ্থী দি পাপ কৰা বুলি কোৱা ৰকিবুল হুছেইন সন্দৰ্ভত কয় ৰকিবুলে এইবোৰ বাহানা আৰম্ভ কৰি মুছলিম মানুহক মিছ গাইড কৰিব বিছাৰিছে। বিৰোধী দলপতি ৱাজেদ আলী আৰু ৰকিবুল হুছেইন বিজেপিৰ এজেন্ট বুলি মজিবুৰ ৰহমানে সাংবাদিকৰ আগত প্ৰকাশ কৰে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ প্ৰত্তুতি সন্দৰ্ভত লাহৰীঘাট সমষ্টিৰ ভূৰাগাঁৱত কৰ্মী সভাত অংশ গ্ৰহণ কৰে দলগাওঁ সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানে।1
- তামুলপুৰত আক্ৰাছুৰ প্ৰতাৰণা দিৱস পালন। কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে কোচ-ৰাজবংশী জনগোষ্ঠীৰ ঐতিহাসিক মৰ্যাদা পুনৰুদ্ধাৰ আৰু দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ দাবীত আজি তামুলপুৰ জিলা সদৰত সদৌ কোচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ তামুলপুৰ জিলা সমিতিয়ে এক উত্তাল প্ৰতিবাদী কাৰ্যসূচীৰে 'প্ৰতাৰণা দিৱস' তথা 'ক'লা দিৱস' পালন কৰে; উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৮ আগষ্টত কমতাপুৰৰ শেষৰজন ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপবাহাদুৰ আৰু ভাৰত চৰকাৰৰ তদানীন্তন গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত স্বাক্ষৰিত ঐতিহাসিক 'মাৰ্জাৰ চুক্তি'ৰ চৰ্তসমূহ বিগত সাতটা দশক ধৰি ৰূপায়ণ নকৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰাৰ অভিযোগ তুলি সংগঠনটোৱে প্ৰতিবছৰৰ দৰে এইবাৰো এই দিনটোক প্ৰতাৰণা দিৱস হিচাপে পালন কৰি আহিছে, যাৰ অংশ হিচাপে আজি তামুলপুৰ জিলা আক্ৰাছুৰ সভাপতি মতিকান্ত বৰ্মন আৰু সম্পাদক জিতেন দাসৰ নেতৃত্বত অৰ্ধশতাধিক নেতা-কৰ্মীয়ে হাতে হাতে বেনাৰ-প্লেকাৰ্ড লৈ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় পথৰ তামুলপুৰ বজাৰ চ'কত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল উলিয়াই 'কোচ-ৰাজবংশীসকলক জনজাতিকৰণ কৰক', 'পৃথক কমতাপুৰ ৰাজ্য গঠন কৰক' আদি বিভিন্ন চৰকাৰবিৰোধী শ্লোগানেৰে সমগ্ৰ অঞ্চলটো উত্তাল কৰি তোলে আৰু অনতিপলমে তেওঁলোকৰ ঐতিহাসিক দাবীসমূহ মানি নল'লে আগন্তুক দিনত অধিক জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে।1
- 📌 ধিং সমষ্টিৰ ধিং আৰু নিজধিং ব্লক কংগ্ৰেছৰ উদ্যোগত বুথ সন্মিলন অনুষ্ঠিত। 📌বুথ সন্মিলনত উপস্থিত থাকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ।1
- যোৰাবাটত কৃত্ৰিম বান, ৪ ফুট পানীৰ তলত ৰাষ্ট্ৰীয় ঘাইপথ NH -27 মুষলধাৰ বৰষুণৰ ফলত যোৰাবাটত কৃত্ৰিম বানৰ সৃষ্টি । NH-27ৰ কেইবাটাও অংশত ৪ ফুট পৰ্যন্ত পানী জমা হোৱাত গুৱাহাটী অভিমুখী পথত তীব্ৰ যানজঁটৰ সৃষ্টি হৈছে। যান-বাহনৰ চলাচল ব্যাহত হোৱাৰ ফলত যাত্ৰীসকলে ব্যাপক অসুবিধাৰ সন্মুখীন হৈছে।1