logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ এক দূৰ্লভ দৃশ্য । ৰ'দ পুৱাই উম লৈ থকা এটা ঢেকীয়াপতীয়া বাঘৰ সন্মুখেৰে পাৰ হৈ গ'ল এজনী ফুটুকী হৰিণ । লগে লগে যেন চিকাৰৰ বাসনা জাগিল বাঘটোৰ ! অগৰাতলি বনাঞ্চলৰ ভিতৰত সংস্থাপন কৰি থোৱা চিচি অৱজাৰ্ভেশ্যন কেমেৰাত বন্দী হ'ল এই আমোদজনক দৃশ্যটো ।

2 hrs ago
user_Trinayan Bora
Trinayan Bora
Local News Reporter বোকাখাত, গোলাঘাট, অসম•
2 hrs ago

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ এক দূৰ্লভ দৃশ্য । ৰ'দ পুৱাই উম লৈ থকা এটা ঢেকীয়াপতীয়া বাঘৰ সন্মুখেৰে পাৰ হৈ গ'ল এজনী ফুটুকী হৰিণ । লগে লগে যেন চিকাৰৰ বাসনা জাগিল বাঘটোৰ ! অগৰাতলি বনাঞ্চলৰ ভিতৰত সংস্থাপন কৰি থোৱা চিচি অৱজাৰ্ভেশ্যন কেমেৰাত বন্দী হ'ল এই আমোদজনক দৃশ্যটো ।

More news from অসম and nearby areas
  • কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ এক দূৰ্লভ দৃশ্য । ৰ'দ পুৱাই উম লৈ থকা এটা ঢেকীয়াপতীয়া বাঘৰ সন্মুখেৰে পাৰ হৈ গ'ল এজনী ফুটুকী হৰিণ । লগে লগে যেন চিকাৰৰ বাসনা জাগিল বাঘটোৰ ! অগৰাতলি বনাঞ্চলৰ ভিতৰত সংস্থাপন কৰি থোৱা চিচি অৱজাৰ্ভেশ্যন কেমেৰাত বন্দী হ'ল এই আমোদজনক দৃশ্যটো ।
    1
    কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ এক দূৰ্লভ দৃশ্য ।
ৰ'দ পুৱাই উম লৈ থকা এটা ঢেকীয়াপতীয়া বাঘৰ সন্মুখেৰে পাৰ হৈ গ'ল এজনী ফুটুকী হৰিণ । লগে লগে যেন চিকাৰৰ বাসনা জাগিল বাঘটোৰ !
অগৰাতলি বনাঞ্চলৰ ভিতৰত সংস্থাপন কৰি থোৱা চিচি অৱজাৰ্ভেশ্যন কেমেৰাত বন্দী হ'ল এই আমোদজনক দৃশ্যটো ।
    user_Trinayan Bora
    Trinayan Bora
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    2 hrs ago
  • ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    1
    ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    22 hrs ago
  • চামগুৰি সমষ্টিৰ অন্তৰ্গত ভকতগাওঁ পঞ্চায়তত আনুষ্ঠানিকভাৱে নতুন কাৰ্যালয় আৰু সমূহীয়া ভৱন মুকলি কৰা হয়।* ভকতগাওঁ পঞ্চায়ত চৌহদত আয়োজিত হয় এই উদ্বোধনী অনুষ্ঠান।* *নতুন কাৰ্যালয় আৰু সমূহীয়া ভৱনটো গাঁওবাসীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে সংবাদ মাধ্যমত।* *উক্ত অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়, যাৰ জৰিয়তে সম্প্ৰীতি আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়।* *এই অনুষ্ঠানত উপস্থিত থাকে পঞ্চায়তৰ সভাপতি বাহাৰুল ইছলাম, পঞ্চায়ত চেক্ৰেটেৰী চন্দন জ্যোতি শইকীয়া, অভিযন্তা টিলো মনী বৰা।* *লগতে পঞ্চায়তৰ সদস্য-সদ্যাসকল, গণ্য-মান্য সমাজকৰ্মী আৰু সচেতন ৰাইজ উপস্থিত থাকি অনুষ্ঠানটোক গাম্ভীৰ্যতা প্ৰদান কৰে।*
    1
    চামগুৰি সমষ্টিৰ অন্তৰ্গত ভকতগাওঁ পঞ্চায়তত আনুষ্ঠানিকভাৱে নতুন কাৰ্যালয় আৰু সমূহীয়া ভৱন মুকলি কৰা হয়।* 
ভকতগাওঁ পঞ্চায়ত চৌহদত আয়োজিত হয় এই উদ্বোধনী অনুষ্ঠান।* 
*নতুন কাৰ্যালয় আৰু সমূহীয়া ভৱনটো গাঁওবাসীৰ বিভিন্ন সামাজিক, সাংস্কৃতিক আৰু প্ৰশাসনিক কাৰ্যসূচী সুচাৰুৰূপে সম্পন্ন কৰাত সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে সংবাদ মাধ্যমত।*
*উক্ত অনুষ্ঠানৰ আৰম্ভণিতে সৰ্বধৰ্ম প্ৰাৰ্থনা অনুষ্ঠিত কৰা হয়, যাৰ জৰিয়তে সম্প্ৰীতি আৰু একতাৰ বাৰ্তা প্ৰেৰণ কৰা হয়।*
*এই অনুষ্ঠানত উপস্থিত থাকে পঞ্চায়তৰ সভাপতি বাহাৰুল ইছলাম, পঞ্চায়ত চেক্ৰেটেৰী চন্দন জ্যোতি শইকীয়া, অভিযন্তা টিলো মনী বৰা।*
*লগতে পঞ্চায়তৰ সদস্য-সদ্যাসকল, গণ্য-মান্য সমাজকৰ্মী আৰু সচেতন ৰাইজ উপস্থিত থাকি অনুষ্ঠানটোক গাম্ভীৰ্যতা প্ৰদান কৰে।*
    user_Nagaon 24 khobor
    Nagaon 24 khobor
    Credit reporting agency চামাগুৰি, নগাঁও, অসম•
    3 hrs ago
  • Post by Nippu Konwar
    1
    Post by Nippu Konwar
    user_Nippu Konwar
    Nippu Konwar
    ফুলনি, কাৰ্বি আংলং, অসম•
    18 hrs ago
  • যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    8
    যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷   যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    4 hrs ago
  • ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
    1
    ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    6 hrs ago
  • সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    1
    সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    17 hrs ago
  • হত্যাৰ লগত জড়িত আটাইকেইজনে কিশোৰ। ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
    1
    হত্যাৰ লগত জড়িত আটাইকেইজনে কিশোৰ।
৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    23 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.