Shuru
Apke Nagar Ki App…
যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷ যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
MR ABDUL MOTIN
যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷ যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
More news from অসম and nearby areas
- যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট8
- Post by Topon Tamuli Musical1
- গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।4
- ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।1
- ডিব্ৰুগড়ঃ আলি আঃয়ে লৃগাঙত ঐনিতমৰ সুৰত নাচিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ মধুপুৰত কালি অনুষ্ঠিত কৰা মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰে।1
- চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।1
- Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।1
- নলবাৰীৰ বৰকুৰাত TRIUMPH আৰু KTM বাইকৰ নতুন শ্ব' ৰুম মুকলি ৷1