logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

আলি আঃয়ে লৃগাঙত ঐনিতম সুৰত নাচিলে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ঃ আলি আঃয়ে লৃগাঙত ঐনিতমৰ সুৰত নাচিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ মধুপুৰত কালি অনুষ্ঠিত কৰা মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰে।

1 hr ago
user_Jyotish Kumar Patir
Jyotish Kumar Patir
ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
1 hr ago

আলি আঃয়ে লৃগাঙত ঐনিতম সুৰত নাচিলে লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ঃ আলি আঃয়ে লৃগাঙত ঐনিতমৰ সুৰত নাচিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ মধুপুৰত কালি অনুষ্ঠিত কৰা মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰে।

More news from অসম and nearby areas
  • ডিব্ৰুগড়ঃ আলি আঃয়ে লৃগাঙত ঐনিতমৰ সুৰত নাচিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ মধুপুৰত কালি অনুষ্ঠিত কৰা মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰে।
    1
    ডিব্ৰুগড়ঃ আলি আঃয়ে লৃগাঙত ঐনিতমৰ সুৰত নাচিলে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ডিব্ৰুগড়ৰ মধুপুৰত কালি অনুষ্ঠিত কৰা মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আঃয়ে লৃগাঙৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে লুৰীণজ্যোতি গগৈয়ে। এই অনুষ্ঠানতে ভাষণ প্ৰদান কৰি আলি আঃয়ে লৃগাঙত ৰাজ্যিক বন্ধ ঘোষণাৰ দাবী উত্থাপন কৰে।
    user_Jyotish Kumar Patir
    Jyotish Kumar Patir
    ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    1 hr ago
  • চলিত কাৰ্যকালৰে অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে। অধ্যক্ষ পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    1
    চলিত কাৰ্যকালৰে  অন্তিম অধিৱেশনত আজি এক বিশেষ পৰিবেশৰ সৃষ্টি হৈছিল। এই পবিত্ৰ সদনত  অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজ্যিৎ দৈমাৰীয়ে নিজ হাতেৰে প্ৰতিজন সদস্যক একোটাকৈ উপহাৰ টোপোলা প্ৰদান কৰি সকলোকে সন্মানিত কৰে।
অধ্যক্ষ  পৰা এই উপহাৰ গ্ৰহণ কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    16 hrs ago
  • Tinsukia Problems PC শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷ তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷ অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে । সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা। লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে। গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    1
    Tinsukia Problems PC
শাসকীয় চৰকাৰখনে উন্নয়নৰ ঢাকঢোল বজায় থকাৰ সময়তে তিনিচুকীয়াত সৰৱ হৈ পৰিছে বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতি ৷
তিনিচুকীয়া জিলাত স্থাপন কৰা তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা নথকাৰ বাবে ৰোগীসকলক ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰিব লগা হয় ৷
অতিসোনকালে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত পয্যাপ্ত চিকিৎসা ব্যৱস্থা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই সংগঠনটোৱে ।
সমান্তৰালভাৱে মাৰ্ঘেৰিটা সমজিলাৰ কঠালগুৰিস্থিত আদৰ্শ চিকিৎসালয়খনতো নাই পয্যাপ্ত পৰিমাণৰ চিকিৎসা ব্যৱস্থা।
লগতে পেঙেৰী-টেকেৰীৰ আদৰ্শ চিকিৎসালয়খনো নিৰ্মাণৰত অৱস্থাতে আছে । স্থানীয় বিধায়কগৰাকীয়ে চিকিৎসালয়খন মুকলিৰ কাৰণে কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে।
গতিকে অতিসোনকালে যদি জিলাখনৰ স্বাস্থ্যখণ্ডসমূহ উন্নত নকৰে সংগঠনটোৱে আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে । 
ইয়াৰ লগতে তিনিচুকীয়া জিলাৰ গুইজান, কৰদৈগুৰীৰ গঢ়াখহনীয়া সমস্যা অতিসোনকালে সমাধান কৰিবলৈ সংবাদমেলৰ জৰিয়তে দাবী জনাই বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিয়ে ।
    user_Bibek Borah
    Bibek Borah
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    23 hrs ago
  • Post by Topon Tamuli Musical
    1
    Post by Topon Tamuli Musical
    user_Topon Tamuli Musical
    Topon Tamuli Musical
    Singer Sibsagar, Sivasagar•
    18 hrs ago
  • গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    4
    গেলেকীৰ মৰাণ গাঁৱৰ নিবাসী এজন লোকৰ ভঁৰালত নিশা ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়।অগ্নিকাণ্ডৰ ফলত ভঁৰালত মজুত কৰি থোৱা প্ৰায় ১২ বিঘা মাটিৰ ধান সম্পূৰ্ণৰূপে জাহ যায়। কোনো দুৰ্বৃত্তই পৰিকল্পিতভাৱে এই অগ্নিসংযোগ কৰা বুলি ভুক্তভোগী পৰিয়ালে অভিযোগ উত্থাপন কৰিছে।অগ্নিনিবাপক বাহিনীৰ তৎপৰতাত জুই নিৰ্বাপন কৰা হয় যদিও ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে ইতিমধ্যে গেলেকী থানাত এখন এজাহাৰ দাখিল কৰিছে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    20 hrs ago
  • যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷ যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    8
    যোৰহাট পৌৰ সভাৰ উদ্যোগত Swift mechineৰ শুভ উদ্ধোধন কৰা হয়৷উপস্থিত থাকে যোৰহাট জিলাৰ আয়ুক্ত, পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া,পৌৰ সভাৰ পৌৰপতি প্ৰমুখ্যে উপ পৌৰপতি,যোৰহাট জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি শান্তনু পূজাৰী সহিতে বহুতো গণ্য মান্য ব্যক্তি৷   যোৰহাটৰ পৰা সুমিত কুমাৰ দাসৰ ৰিপোৰ্ট
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    2 hrs ago
  • ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক। গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক। উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ। প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    1
    ৩ হাজাৰ টকাৰ বাবে হত্যা কৰিলে শ্লোক মল্লিক নামৰ ছাত্ৰজনক।
গোলাঘাট আৰক্ষীয়ে বৰপথাৰৰ পৰা গ্ৰেপ্তাৰ কৰে তিনি কিশোৰক।
উল্লেখ্য, মঙলবাৰে গোলাঘাট নগৰৰ বেঙেনাখোৱা অঞ্চলৰ বাঁহনিৰ মাজত উদ্ধাৰ হৈছিল ছাত্ৰজনক মৃতদেহ।
প্ৰবীণ কুমাৰ দাস, গোলাঘাট।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    21 hrs ago
  • আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত মিচিং জনগোষ্ঠীয় অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক তপন গগৈয়ে
    1
    আজি ফাগুন মাহৰ প্ৰথমটো বুধবাৰ । ভূমিপুত্ৰ মিচিং জনগোষ্ঠীৰ লোক সকলে উদযাপন কৰিছে কৃষিভিত্তিক উৎসৱ আলি-আয়ে-লৃগাং । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঐনিতমৰ সুৰত মুখৰিত  মিচিং জনগোষ্ঠীয়  অঞ্চলসমূহ ৷ চৰাইদেউ জিলাৰ সোণাৰি মিচিং সমাজৰ উদ্যোগতো  উলহ মালহেৰে উদযাপন কৰা হৈছে আলি-আয়ে-লৃগাং ৷ অংশগ্ৰহণ কৰে প্ৰাক্তন সাংসদ তথা প্ৰাক্তন বিধায়ক তপন গগৈয়ে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.