Shuru
Apke Nagar Ki App…
ৰূপহীহাটৰ বিভিন্ন অঞ্চলত কংগ্ৰেছৰ সদস্য সকলৰ মাজত প্ৰতিক্ৰিয়া ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
ৰূপহী অসম দৈনিক
ৰূপহীহাটৰ বিভিন্ন অঞ্চলত কংগ্ৰেছৰ সদস্য সকলৰ মাজত প্ৰতিক্ৰিয়া ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
More news from Nagaon and nearby areas
- ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে1
- সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ1
- 📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা 📌মহিলাসহ কেইবাজনো আহত 📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা 📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে। 📌পাছত বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ এজাহাৰ দিয়ে।1
- আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷1
- Post by Nippu Konwar1
- Post by লংকাৰ খবৰ1
- লাহে লাহে মিঞা মুছলমানৰ বিশ্বাসটো কংগ্ৰেছতকৈ অখিল গগৈৰ ওপৰত বাঢ়িছে ।1