logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

পুনৰ হিন্দু মহিলাক টাৰ্গেট মুছলিম যুৱকৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷

3 hrs ago
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
3 hrs ago

পুনৰ হিন্দু মহিলাক টাৰ্গেট মুছলিম যুৱকৰ শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷

More news from Sonitpur and nearby areas
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • 📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা 📌মহিলাসহ কেইবাজনো আহত 📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা 📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে। 📌পাছত বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ এজাহাৰ দিয়ে।
    1
    📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা
📌মহিলাসহ কেইবাজনো আহত
📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা
📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 
📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 
📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে।
📌পাছত  বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ  এজাহাৰ দিয়ে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    5 hrs ago
  • আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।
    1
    আজিৰে পৰা মুকলি হল ভেঞ্চাৰ বিদ্যালয় প্ৰদেশিকিকৰণ পৰ্টেল। পোৱা দহ বজাৰ পৰাই আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া। হাঁহি বিৰিঙিল হেজাৰ হেজাৰ ভেঞ্চাৰ শিক্ষকৰ মুখত।
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    23 hrs ago
  • ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
    1
    ভূপেন বৰাই দলত্যাগ কৰাৰ বাবে সমালোচনা কৰিছে কংগ্ৰেছ নেতা কৰ্মীয়ে
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    2 hrs ago
  • সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    1
    সদনত অখিল গগৈক চুমা বাবা আখ্যা ৰূপজ্যোতি কুৰ্মীৰ
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    13 hrs ago
  • সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলিল ৰঙিয়া তিনিআলি গংগা পদুমী পথ নিবাসী প্ৰবিন চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্য।অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষা ২০২৪ৰ ঘোষিত ফলাফল অনুসৰি কৰ পৰিদৰ্শক হিচাপে ৪৮ নম্বৰ স্থান লাভ কৰি ৰঙিয়া তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী বন্দনা বৈশ্যই।যাক লৈ গৌৰৱান্বিত এতিয়া বন্দনাৰ পিতৃ মাতৃ। মেধাৱী ছাত্ৰী বন্দনাৰ গৃহত এতিয়া সুখৰ বন্যা।ভৱিষ্যতে এগৰাকী সু-কৰ পৰিদৰ্শক হিচাপে কৰ্ম কৰি অসমবাসীক সেৱা আগবঢ়োৱাৰ আশা এতিয়া ৰঙিয়াৰ সু সন্তান তথা মেধাৱী ছাত্ৰী বন্দনা বৈশ্যৰ। তেওঁক লৈ গৌৰৱান্বিত এতিয়া সমগ্ৰ ৰঙিয়াবাসী।
    1
    সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ  ফলাফলত উজলিল ৰঙিয়া তিনিআলি গংগা পদুমী পথ নিবাসী প্ৰবিন চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্য।অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষা ২০২৪ৰ ঘোষিত ফলাফল অনুসৰি কৰ পৰিদৰ্শক হিচাপে ৪৮ নম্বৰ স্থান লাভ কৰি ৰঙিয়া তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী বন্দনা বৈশ্যই।যাক লৈ গৌৰৱান্বিত এতিয়া বন্দনাৰ পিতৃ মাতৃ। মেধাৱী ছাত্ৰী বন্দনাৰ গৃহত এতিয়া সুখৰ বন্যা।ভৱিষ্যতে এগৰাকী সু-কৰ পৰিদৰ্শক হিচাপে কৰ্ম কৰি অসমবাসীক সেৱা আগবঢ়োৱাৰ আশা এতিয়া ৰঙিয়াৰ সু সন্তান তথা মেধাৱী ছাত্ৰী বন্দনা বৈশ্যৰ। তেওঁক লৈ গৌৰৱান্বিত এতিয়া সমগ্ৰ ৰঙিয়াবাসী।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    12 min ago
  • Post by Nippu Konwar
    1
    Post by Nippu Konwar
    user_Nippu Konwar
    Nippu Konwar
    ফুলনি, কাৰ্বি আংলং, অসম•
    15 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি পৌৰসভা এলেকাৰ এটি পৰিয়ালৰ ঘৰত সংঘটিত হ’ল চুৰিকাণ্ড ৷ পৰিয়ালটোৰ ঘৰৰ পৰা প্ৰায় পাঁচ লক্ষাধিক টকাৰ সোণৰ আ-অলংকাৰ নিলে চোৰে ৷ ইতিমধ্যে ঢেকীয়াজুলি থানাত এজাহাৰ দাখিল পৰিয়ালৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.