logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলিল ৰঙিয়া তিনিআলি গংগা পদুমী পথ নিবাসী প্ৰবিন চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্য।অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষা ২০২৪ৰ ঘোষিত ফলাফল অনুসৰি কৰ পৰিদৰ্শক হিচাপে ৪৮ নম্বৰ স্থান লাভ কৰি ৰঙিয়া তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী বন্দনা বৈশ্যই।যাক লৈ গৌৰৱান্বিত এতিয়া বন্দনাৰ পিতৃ মাতৃ। মেধাৱী ছাত্ৰী বন্দনাৰ গৃহত এতিয়া সুখৰ বন্যা।ভৱিষ্যতে এগৰাকী সু-কৰ পৰিদৰ্শক হিচাপে কৰ্ম কৰি অসমবাসীক সেৱা আগবঢ়োৱাৰ আশা এতিয়া ৰঙিয়াৰ সু সন্তান তথা মেধাৱী ছাত্ৰী বন্দনা বৈশ্যৰ। তেওঁক লৈ গৌৰৱান্বিত এতিয়া সমগ্ৰ ৰঙিয়াবাসী।

1 hr ago
user_BHASKAR KALITA
BHASKAR KALITA
সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•

More news from অসম and nearby areas
  • সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফলত উজলিল ৰঙিয়া তিনিআলি গংগা পদুমী পথ নিবাসী প্ৰবিন চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্য।অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষা ২০২৪ৰ ঘোষিত ফলাফল অনুসৰি কৰ পৰিদৰ্শক হিচাপে ৪৮ নম্বৰ স্থান লাভ কৰি ৰঙিয়া তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী বন্দনা বৈশ্যই।যাক লৈ গৌৰৱান্বিত এতিয়া বন্দনাৰ পিতৃ মাতৃ। মেধাৱী ছাত্ৰী বন্দনাৰ গৃহত এতিয়া সুখৰ বন্যা।ভৱিষ্যতে এগৰাকী সু-কৰ পৰিদৰ্শক হিচাপে কৰ্ম কৰি অসমবাসীক সেৱা আগবঢ়োৱাৰ আশা এতিয়া ৰঙিয়াৰ সু সন্তান তথা মেধাৱী ছাত্ৰী বন্দনা বৈশ্যৰ। তেওঁক লৈ গৌৰৱান্বিত এতিয়া সমগ্ৰ ৰঙিয়াবাসী।
    1
    সদ্যঘোষিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ  ফলাফলত উজলিল ৰঙিয়া তিনিআলি গংগা পদুমী পথ নিবাসী প্ৰবিন চন্দ্ৰ বৈশ্য আৰু ডালিমী বৈশ্যৰ দ্বিতীয় কন্যা বন্দনা বৈশ্য।অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতা মূলক পৰীক্ষা ২০২৪ৰ ঘোষিত ফলাফল অনুসৰি কৰ পৰিদৰ্শক হিচাপে ৪৮ নম্বৰ স্থান লাভ কৰি ৰঙিয়া তথা অঞ্চলবাসীলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে মেধাৱী ছাত্ৰী বন্দনা বৈশ্যই।যাক লৈ গৌৰৱান্বিত এতিয়া বন্দনাৰ পিতৃ মাতৃ। মেধাৱী ছাত্ৰী বন্দনাৰ গৃহত এতিয়া সুখৰ বন্যা।ভৱিষ্যতে এগৰাকী সু-কৰ পৰিদৰ্শক হিচাপে কৰ্ম কৰি অসমবাসীক সেৱা আগবঢ়োৱাৰ আশা এতিয়া ৰঙিয়াৰ সু সন্তান তথা মেধাৱী ছাত্ৰী বন্দনা বৈশ্যৰ। তেওঁক লৈ গৌৰৱান্বিত এতিয়া সমগ্ৰ ৰঙিয়াবাসী।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    1 hr ago
  • ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    1
    ছয়গাঁৱত অগপৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে আগন্তুক নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়। য'ত উপস্থিত থাকে ৰাজ্যিক পৰ্যায়ৰ লগতে জিলা পৰ্যায়ৰ নেতা কৰ্মী।
    user_প্ৰতিটো খবৰ ছয়গাঁও
    প্ৰতিটো খবৰ ছয়গাঁও
    ছয়গাঁও, কামৰূপ, অসম•
    17 hrs ago
  • Post by Mostab Ali Ahamed
    1
    Post by Mostab Ali Ahamed
    user_Mostab Ali Ahamed
    Mostab Ali Ahamed
    Psychologist Chamaria, Kamrup•
    21 hrs ago
  • বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে। #বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    1
    বৰপেটা জিলাৰ ২২ নং মন্দিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত বাংকাভাঙ্গাত কলগাছিয়া মণ্ডলৰ সভাপতি তথা মন্দিয়া বিধানসভা সমষ্টিৰ বিজেপি দলৰ টিকট প্ৰত্যাশী শ্ৰী বাদল চন্দ্ৰ আৰ্য্যৰ নেতৃত্বত বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ গৰাকী যুৱ ভোটাৰে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আকৃষ্ট হৈ আনুষ্ঠানিক ভাৱে বিজেপি দলত লোক যোগদান কৰে।
#বিজেপি #24Newz #NewsUpdate #newsassam #followersシ゚ #BreakingNews #viralvideochallenge
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    10 hrs ago
  • 📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ? 📌 অকল চোৰাং গৰু নে ? 📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 📌 কোনে লয় টকা ? 📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ শুনক কি কি ভয়ংকৰ অভিযোগ ?
    1
    📌 চোৰাং গৰু ব্যৱসায়ৰ লগত জড়িত কোন ?
📌 অকল চোৰাং গৰু নে ? 
📌 চাউলৰ ট্ৰাক, তেলৰ টেংকাৰৰ পৰাও লয় টকা 
📌 কোনে লয় টকা ?
📌 নিজৰ দলৰ সভাপতিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ স্বয়ং দলৰ সদস্যৰ
শুনক কি কি ভয়ংকৰ অভিযোগ ?
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    11 hrs ago
  • শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷
    1
    শোণিতপুৰ জিলাৰ অন্তৰ্গত লুলুকাই গাঁৱত হিন্দু মহিলা সহ এগৰাকী মুছলিম যুৱকক আটক কৰি আৰক্ষীক গতালে ৰাইজে ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    5 hrs ago
  • 📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা 📌মহিলাসহ কেইবাজনো আহত 📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা 📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে। 📌পাছত বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ এজাহাৰ দিয়ে।
    1
    📌লাহৰীঘাটৰ বৰবড়ী গাওঁ পঞ্চায়তত আচঁনিৰ কামক লৈ প্ৰচ*ণ্ড মা*ৰপি*টৰ ঘটনা
📌মহিলাসহ কেইবাজনো আহত
📌মৰিগাঁও জিলা লাহৰীঘাট উন্নয়ন খণ্ড অন্তৰ্গত বৰবৰী গাওঁ পঞ্চায়তত সংগঠিত হয় এই ঘটনা
📌জানিব পৰা মতে পঞ্চদশ বিত্তীয় বৰ্ষৰ আচঁনি অধীনত বৰবৰী গাওঁ পঞ্চায়তৰ কাৰ্যলয়ৰ গৃহ নিৰ্মাণৰ কাম চলি আছিল। 
📌আজি পঞ্চায়ত খনৰে সদস্য, সদস্যাৰ স্বামী আৰু কেইজনমান গুন্ডালৈ মিস্ত্ৰীক মা*ৰপি*ট কৰে। 
📌মা*ৰপি*টৰ ঘটনাৰ খবৰ পায় মিস্ত্ৰীৰ পত্নী আৰু ওচৰ চুবুৰীয়া অহাত মহিলাকো মা*ৰপি*ট কৰি আহত কৰে।
📌পাছত  বৰবৰী গাওঁ পঞ্চায়তৰ সভানেত্ৰীয়ে মা*ৰপি*টৰ ঘটনাৰ লগত জড়িত থকা ব্যাক্তিৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষী থানাৰ  এজাহাৰ দিয়ে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent Dhing, Nagaon•
    7 hrs ago
  • সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    1
    সদ্য কংগ্ৰেছ দল ত্যাগী নেতা ভূপেন বৰাৰ বিজেপি দলত যোগদানক লৈ ৰঙিয়াত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.