logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

Sabul hussain barbhuiya

1 day ago
user_Rina Begum
Rina Begum
সোণাৰি, চৰাইদেউ, অসম•
1 day ago

Sabul hussain barbhuiya

More news from অসম and nearby areas
  • ঐতিহাসিক বিশ্ব ঐতিহ্য স্থান চৰাইদেউ মৈদামক্ষেত্ৰত ৯, ১০,১১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ । আজি মহোৎসৱৰ দ্বিতীয় দিন । দ্বিতীয় দিনা কাৰ্যসূচী হিচাবে ঐতিহাসিক লাংকুৰি দেওশালৰ পৰা মৈদামক্ষেত্ৰলৈ হাতীত উঠি স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰতিকৃ এক শোভাযাত্ৰা কৰে । ইয়াৰ পাছতে বিভিন্ন থলুৱা খেলৰ আয়োজন কৰা হয়
    1
    ঐতিহাসিক বিশ্ব ঐতিহ্য স্থান চৰাইদেউ মৈদামক্ষেত্ৰত ৯, ১০,১১ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে চৰাইদেউ মহোৎসৱ । আজি মহোৎসৱৰ দ্বিতীয় দিন । দ্বিতীয় দিনা কাৰ্যসূচী হিচাবে ঐতিহাসিক লাংকুৰি দেওশালৰ পৰা মৈদামক্ষেত্ৰলৈ হাতীত উঠি স্বৰ্গদেউ চাওলুং চ্যুকাফা প্ৰতিকৃ এক শোভাযাত্ৰা কৰে । ইয়াৰ পাছতে বিভিন্ন থলুৱা খেলৰ আয়োজন কৰা হয়
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    11 hrs ago
  • ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা। ♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ। ♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ। ♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ। ♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
    1
    ♦️গুৰুতৰভাৱে অসুস্থ ইউ বি ফটোজৰ নাৰায়ণপুৰৰ সাংবাদিক গোপাল গুৱালা।
♦️উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অথবা গুৱাহাটীলৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ।
♦️প্ৰয়োজন বুজন পৰিমাণৰ ধনৰ।
♦️মুখ্যমন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাৰ লগতে কোনো হৃদয়বান লোকৰ সহায় বিচাৰি কাতৰ আহ্বান পত্নী আৰু ভাতৃৰ।
♦️আপুনিও যদি সহায়ৰ হাত আগবঢ়াব বিচাৰে তেন্তে 8822881768 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
    user_NARAYANPUR TODAY
    NARAYANPUR TODAY
    নাৰায়ণপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।মৰঙিৰ "চেঁচামুখ গাঁৱত" ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।
    2
    বন্যহস্তীৰ উপদ্ৰৱৰ বাবে হেপাহৰ ভোগালী বিহুৰ প্ৰাকক্ষণত ম্লান পৰিল এটা অঞ্চল। বাসগৃহৰ বিস্তৰ ক্ষতিসাধন।মৰঙিৰ "চেঁচামুখ গাঁৱত" ভাঙি লণ্ড ভণ্ড কৰিলে বাসগৃহ।
    user_D B
    D B
    Journalist মৰঙী, গোলাঘাট, অসম•
    16 hrs ago
  • বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
    1
    বিশ্বনাথৰ বালি পুখুৰীত নকল সোণ জব্দ।
    user_KHABAR 24 BISWANATH
    KHABAR 24 BISWANATH
    Journalist বিশ্বনাথ, বিশ্বনাথ, অসম•
    6 hrs ago
  • চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুজিবৰ ৰহমানৰ সৈতে আচুতীয়া বাৰ্তালাপ
    1
    চামগুৰি সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী মুজিবৰ ৰহমানৰ সৈতে আচুতীয়া বাৰ্তালাপ
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency Rupahi, Nagaon•
    19 hrs ago
  • Nagaon Big Breaking নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড। চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই। স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি পঠিয়াই। ঘটনাত কোনো লোক হতাহত হোৱা নাই। বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন
    1
    Nagaon Big Breaking
নগাঁৱৰ বৰঘাটত চলন্ত বাহনত অগ্নিকাণ্ড।
চাৰিজন যাত্ৰী থকা ৰেনল্ট কুইড বাহনৰ ইঞ্জিনত হঠাৎ লাগিল জুই।
স্থানীয় লোকে যাত্ৰী কেইজনক উদ্ধাৰ কৰি বাহন খন পথৰ কাষৰৰ পুখুৰীলৈ ঠেলি পঠিয়াই।
ঘটনাত কোনো লোক হতাহত হোৱা নাই।
বৰঘাট আৰক্ষীয়ে উদ্ধাৰ কৰিছে অগ্নিদগ্ধ বাহনখন
    user_Bittuahmed
    Bittuahmed
    Reporter Nagaon, Assam•
    7 hrs ago
  • Post by Assam sangbad 24
    1
    Post by Assam sangbad 24
    user_Assam sangbad 24
    Assam sangbad 24
    Reporter Dhekiajuli (Pt), Sonitpur•
    3 hrs ago
  • চৰাইদেউ মহোৎসৱ Slug:Charaideo Festival Date = 9/1/26 এক সমন্বয়ৰ বাৰ্তালৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ জিলাৰ আয়ুক্ত ড.নেহা যাদৱে মূলদ্বাৰ উন্মোচন কৰে , পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি স্থানীয় বাসিন্দা তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। সন্ধ্যালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
    1
    চৰাইদেউ মহোৎসৱ
Slug:Charaideo Festival
Date = 9/1/26
এক সমন্বয়ৰ বাৰ্তালৈ ৯ জানুৱাৰীৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ চৰাইদেউ মহোৎসৱ।বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ কাষতে আয়োজিত দশম সংখ্যক চৰাইদেউ মহোৎসৱৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি চৰাইদেউ জিলাৰ আয়ুক্ত ড.নেহা যাদৱে  মূলদ্বাৰ উন্মোচন কৰে , পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি স্থানীয় বাসিন্দা তথা সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ,স্মৃতি তৰ্পণ, বানফি পূজা, মৈদাম তৰ্পণ কৰাৰ পাছতে  চাওলুং চুকাফাৰ লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰা হয়। সন্ধ্যালৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ।
    user_Charaideo news
    Charaideo news
    Journalist মাহমৰা, চৰাইদেউ, অসম•
    13 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.