logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বিশ্বনাথত তিনিজনকৈ চোৰাং মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ মহাবাহু ব্ৰহ্মপুত্ৰ নৈত অবৈধ ভাবে মাছ মৰা অপৰাধত বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনকৈ চোৰাং বেপাৰীক। মাছে প্ৰজনন কৰা এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই নৈত মাছ মৰা বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু জিলা আ্য়ুক্তৰ এই নিৰ্দেশক বুঢ়া-আঙুলি দেখুয়াই বিশ্বনাথৰে তিনিজন মাছ ব্যবসায়ী ক্ৰমে আজিজুল হক, আনোৱাৰ আলি আৰু নুৰ আলমে মহাবাহু ব্ৰহ্মপুত্ৰত নাওলৈ মাছ মাৰি বহি জিলালৈ প্ৰেৰন কৰাৰ অভিযোগ উত্থান হৈছে। ইতিমধ্যে জিলা আৰক্ষীয়ে এই তিনিজন অবৈদ মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে।

3 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
3 hrs ago

বিশ্বনাথত তিনিজনকৈ চোৰাং মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোলৈ প্ৰেৰণ মহাবাহু ব্ৰহ্মপুত্ৰ নৈত অবৈধ ভাবে মাছ মৰা অপৰাধত বিশ্বনাথ জিলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজনকৈ চোৰাং বেপাৰীক। মাছে প্ৰজনন কৰা এই সময়ৰ প্ৰতি লক্ষ্য ৰাখি জিলা আয়ুক্তই নৈত মাছ মৰা বন্ধৰ নিৰ্দেশ জাৰি কৰিছিল। কিন্তু জিলা আ্য়ুক্তৰ এই নিৰ্দেশক বুঢ়া-আঙুলি দেখুয়াই বিশ্বনাথৰে তিনিজন মাছ ব্যবসায়ী ক্ৰমে আজিজুল হক, আনোৱাৰ আলি আৰু নুৰ আলমে মহাবাহু ব্ৰহ্মপুত্ৰত নাওলৈ মাছ মাৰি বহি জিলালৈ প্ৰেৰন কৰাৰ অভিযোগ উত্থান হৈছে। ইতিমধ্যে জিলা আৰক্ষীয়ে এই তিনিজন অবৈদ মাছ বেপাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰন কৰে।

More news from অসম and nearby areas
  • Post by Prime Time National
    1
    Post by Prime Time National
    user_Prime Time National
    Prime Time National
    Local News Reporter তেজপুৰ, শোণিতপুৰ, অসম•
    20 hrs ago
  • ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    1
    ঢেকীয়াজুলিৰ জ্যেষ্ঠ সাংবাদিক প্ৰয়াত ৰূপেন্দ্ৰজিৎ শৰ্মাৰ বাসগৃহত উপস্থিত কংগ্ৰেছ নেতা বাতাছ ওৰাং
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    10 hrs ago
  • লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই। #janjulive #shortcurcit #reelsfb #viralreels
    1
    লংকাৰ উদালী বজাৰৰ মাজমজিয়াত শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক তাঁৰত জুই লাগি এক ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়। মুহূৰ্তৰ ভিতৰতে অগ্নিপিণ্ডত পৰিণত হয় পৰিবাহী তাঁৰসমূহ। সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোকৰ প্ৰাণহানি বা আঘাত হোৱা নাই।
#janjulive #shortcurcit #reelsfb #viralreels
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    22 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    3 hrs ago
  • তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    1
    তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    5 hrs ago
  • Post by Assam Update
    1
    Post by Assam Update
    user_Assam Update
    Assam Update
    Local News Reporter উজনি মাজুলী চক্ৰ, মাজুলী, অসম•
    10 hrs ago
  • তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    1
    তামুলপুৰৰ লাওপাৰাৰ জামুগুৰিত পুনৰ বিতৰ্কত ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ সংগ্ৰহকাৰীৰ ভূমিকা। নিজকে ফাইনেঞ্চ কোম্পানীৰ লোক বুলি পৰিচয় দি এজন বাহন চালকক পথত ভেটি ধৰি শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। আজি তামুলপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি ভুক্তভোগী পক্ষই অভিযোগ কৰা মতে, যোৱা ২০ এপ্ৰিলত এলাৰুছ ওৰাং নামৰ যুৱকজনে নিজ বাহনেৰে যাত্ৰী লৈ গৈ থকা অৱস্থাত একাংশ যুৱকে তেওঁক আগচি ধৰি কিস্তি বাকী থকাৰ অজুহাতত ধন দাবী কৰাৰ লগতে মাৰপিট কৰে। আনকি বাহনখনৰ গ্লাছ ভাঙি যাত্ৰীসকলকো দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পক্ষই। ইতিমধ্যে এই সন্দৰ্ভত তামুলপুৰ আৰক্ষী থানাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰা বুলি সংবাদমেলত জানিবলৈ দিয়ে। অৱশ্যে সমগ্ৰ ঘটনাটো এটা পক্ষৰ অভিযোগৰ ওপৰত ভিত্তি কৰি থকাৰ বাবে প্ৰকৃত সত্য কি, সেইয়া আৰক্ষীৰ তদন্তৰ পাছতহে স্পষ্ট হ’ব।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত #DSL Live #Asom news
    1
    প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া দেৱৰ ৩০তম মৃত্যু বাৰ্ষিকীত ৰক্তদান শিবিৰ। নাজিৰা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত এই শিবিৰ।
নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়াই ৰক্তদান কৰাৰ উপৰিও বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৰক্তদান শিবিৰত 
#DSL Live #Asom news
    user_DSL LIVE
    DSL LIVE
    দিছপুৰ, কামৰূপ মেট্ৰো, অসম•
    6 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.