Shuru
Apke Nagar Ki App…
অবৈধভাৱে সৰৱৰাহ কৰা ১৫ টা গৰু জব্দ চাউলধোৱা আৰক্ষীৰ #news এ এছ ০১ এন চি ৯৪২৫ নম্বৰৰ এখন বাহনত ধেমাজিৰ দিশৰ পৰা লখিমপুৰ দিশলৈ ১৫ টা গৰু সৰৱৰাহ কৰিবলৈ যত্ন কৰোঁতে আৰক্ষীয়ে গৰুভৰ্তি বাহনখন জব্দ কৰাৰ লগতে বগীনদী থানাৰ টেঙাবস্তিৰ হজৰত আলীৰ পুত্ৰ ছয়দুল আলী(৩৬) নামৰ সৰৱৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। #assamesetalksnow #NewsUpdate
Dip Pratim borah
অবৈধভাৱে সৰৱৰাহ কৰা ১৫ টা গৰু জব্দ চাউলধোৱা আৰক্ষীৰ #news এ এছ ০১ এন চি ৯৪২৫ নম্বৰৰ এখন বাহনত ধেমাজিৰ দিশৰ পৰা লখিমপুৰ দিশলৈ ১৫ টা গৰু সৰৱৰাহ কৰিবলৈ যত্ন কৰোঁতে আৰক্ষীয়ে গৰুভৰ্তি বাহনখন জব্দ কৰাৰ লগতে বগীনদী থানাৰ টেঙাবস্তিৰ হজৰত আলীৰ পুত্ৰ ছয়দুল আলী(৩৬) নামৰ সৰৱৰাহকাৰীটোক আটক কৰি তদন্ত অব্যাহত ৰাখিছে। #assamesetalksnow #NewsUpdate
More news from Assam and nearby areas
- ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল। ছিপাঝাৰ মুছলিম ঘোপা বৰমজিদ প্ৰাংগণত পৱিত্ৰ মিলাদে মেহফিল।1
- বিহপুৰীয়া ৰ কেঞামৰা সোণাৰী গাৱত ৰাধা গোবিন্দ। মন্দিৰৰ প্ৰতিষ্ঠা দিৱস পালন ৭০ বছৰ পুৰণি তামাল গছ সংৰক্ষণ বিহপুৰীযাঃ বিহপুৰীয়াৰ কেঞামৰা সোণাৰী গাৱত ৰধা গোবিন্দ মন্দিৰত ৰ প্ৰতিষ্ঠা দিৱস টি ২৩ আগষ্টৰ পৰা চাৰিদিনীয়া কায্যসূচীৰে ৰাইজে উলহমালহেৰে পালন কৰি আছে৷ এই কায্যসূচী ৰূপায়ন। কৰিবলৈ যাওতে স্হানীয় উদ্যমী ব্যক্তি সুশীল ৰয়ে ৭০ বছৰীয়া এজোপা তামাল গছ সংৰক্ষণ কৰাৰ বিষয়ে উল্লেখ কৰে৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷3
- শিৱসাগৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত সংগ্ৰামী সেনা অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত এক তীব্ৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয়। সংবাদ মাধ্যমৰ আগত প্ৰতিবাদকাৰীসকলে শিৱসাগৰ আৰু চৰাইদেউ জিলাত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানপানীৰ প্ৰকৃত ৰহস্য ৰাজহুৱা কৰিবলৈ দাবী জনায়। লগতে দুয়োখন জিলাৰ বিস্তৰ ক্ষতিসাধন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলা দুখনক পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ চৰকাৰক ১০,০০০ কোটি টকাৰ এক বিশেষ পুঁজি আৱণ্টন কৰিবলৈ দাবী উত্থাপন কৰে।4
- গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ গোলাঘাটৰ Video Journalist দ্বীপন ৰাজবংশীৰ মৃ/ত্যু দুৰাৰোগ্য ৰোগত মৃ/ত্যু দ্বীপন ৰাজবংশীৰ সাংবাদিক মহল, অনুষ্ঠান, প্ৰতিষ্ঠান, সংগঠনৰ শ্ৰদ্ধাঞ্জলি দ্বীপন ৰাজবংশীৰ মৃ/ত্যু পৰিয়াল, অঞ্চলত শোকৰ ছাঁ1
- নিজ সতীৰ্থ যোদ্ধাক হেৰুৱাই শোকত ম্ৰিয়মান জনপ্ৰিয় YOUTUBER MR.BITU । মহুৰামুখৰ আশ্ৰমত জনালে শ্ৰদ্ধাঞ্জলি। শিৱসাগৰৰ বানাক্ৰান্তক নিৰৱে সহায় কৰা মানস জ্যোতি চেতিয়া (MJ CHETIA) নামৰ যুৱক জনে দুদিন পুৰ্বে দুৰ্ঘটনাত পতিত হয় কৰুণ মৃত্যুক আঁকোৱালি লয়। যুৱক জনৰ লগত MR.BITU ৰ আছিল মধুৰ সম্পৰ্ক। শিৱসাগৰৰ বানাক্ৰান্ত ক সহায় কৰা ,ঘৰ নিৰ্মাণত MR.BITU ৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত আছিল শিমলুগুৰিৰ আঞ্চলিকৰ বীৰ লাচিত সেনাৰ সমাপতি MJ CHETIA । ২০২৩ চনতে ফোন যোগে চিনাকি হোৱা যুৱক জন MR.BITU ৰ বাবে হৈ পৰিছিল এজন সতীৰ্থ তথা যোদ্ধা। শিৱসাগৰৰ বানাক্ৰান্তক সহায় কৰাত যুৱক জনৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। যুৱক জনৰ সদায় প্ৰচাৰ বিমুখ কেৱল সহায় কৰি ভাল পাই মানুহক। সেই জন যুৱকৰ অকাল বিয়োগত মৰ্মাহত আজি বিতু। MR.BITU য়ে যুৱক জনক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে নিজৰ মহুৰামুখ স্থিত আশ্ৰমত। পৰৱৰ্তী সময়ত যুৱক জনৰ কৰ্মৰাজী জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব বুলিও ব্যক্ত কৰে জনপ্ৰিয় ইউটিউবাৰ জনে।1
- সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।1
- যোৰহাটত নিজৰ ঘৰতেই ৫০ লাখ টকাৰ সোণ চুৰি: আৰক্ষীৰ জালত য়শ ধনুকা ! যোৰহাটত সংঘটিত হোৱা এক চাঞ্চল্যকৰ চুৰি কাৰ্যৰ সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে য়শ ধনুকা নামৰ এজন যুৱকক আটক কৰিছে। জানিব পৰা মতে, নিজৰ ঘৰৰ পৰাই প্ৰায় ৫০ লাখ টকা মূল্যৰ সোণৰ অলংকাৰ চুৰি কৰাৰ গুৰুতৰ অভিযোগত আৰক্ষীয়ে তেওঁক আটক কৰে। বৰ্তমান ঘটনাৰ অধিক তথ্য পোহৰলৈ আনিবলৈ যোৰহাট আৰক্ষীয়ে ধৃত য়শ ধনুকাক মাতি নি সোধা-পোছা অব্যাহত ৰাখিছে।2
- চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত ভ/য়ং/ক/ৰ বান: প্ৰ/চ/ণ্ড ঢৌত শ শ লোকৰ মৃ/ত্যু/-আশংকা চীন-নেপাল সীমান্তত বি/ধ্বং/সী বান/পানীয়ে সৃষ্টি কৰিছে ভ/য়ং/কৰ পৰিস্থিতি। প্ৰচণ্ড বানৰ ঢৌত বহু লোক সন্ধানহীন হোৱাৰ লগতে শ শ লোকৰ মৃ/ত্যু/হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে আতংকময় পৰিৱেশ। #ChinaNepalBorder #FloodAlert #NepalFlood #BreakingNews #FloodDisaster।1