Shuru
Apke Nagar Ki App…
humare India ko loot liya yaar 😭😭 koi toh bacha lo desh ko Lic,Air india,korle ki khadan sab kuch bech diya 💔
Bikram Singh
humare India ko loot liya yaar 😭😭 koi toh bacha lo desh ko Lic,Air india,korle ki khadan sab kuch bech diya 💔
More news from অসম and nearby areas
- *বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান।* বিশ্বনাথ নগৰত অবৈধভাৱে চলি থকা ই-ৰিক্সাৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ অভিযান। প্ৰায় ৪০ খন ই-ৰিক্সাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিছে বিশ্বনাথ আৰক্ষীয়ে।দীৰ্ঘদিনৰ পৰা ড্ৰাইভিং লাইচেঞ্চ আৰু ৰেজিষ্ট্ৰেচন অবিহনে বিশ্বনাথ নগৰত চলি আছিল এই ই-ৰিক্সাসমূহ। যাৰ বাবে যান-জঁটৰ লগতে দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পাইছিল। শেহতীয়াকৈ জিলা প্ৰশাসন, জিলা আৰক্ষী আৰু ই-ৰিক্সা চালক সন্থাৰ বৈঠকত এই বিষয়ে সিদ্ধান্ত লোৱা হৈছিল। সেই সিদ্ধান্ত অনুসৰি কালিৰে পৰা আৰম্ভ হৈছে এই অভিযান।বৰ্তমান জব্দ কৰা ই-ৰিক্সাসমূহ বিশ্বনাথ সদৰ আৰক্ষী থানা চৌহদত ৰখা হৈছে। নথি-পত্ৰ সঠিক কৰি জৰিমনা পৰিশোধ কৰাৰ পিছতহে বাহনসমূহ মুকলি কৰি দিয়া হ'ব বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে।4
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলিত টম্টম্ চালকৰ তীব্ৰ প্ৰতিবাদ,1
- Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking@Desk চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে। লক্ষাধিক টকাৰ সোণৰ অলংকাৰ সহ নগদ ধন লৈ উধাও চোৰ। চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। ঘৰত কোনো সদস্য নথকাৰ সুযোগ লৈ চোৰে দৰ্জা ভাঙি এইদৰে দিনদুপৰতে লুটপাত চলালে। চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। নগাঁও জিলাৰ আৰক্ষী অধীক্ষকে গোটেই চুৰি ঘটনাটো সন্দৰ্ভত তৎপৰতাৰে চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ চামগুৰি আৰক্ষীক নিৰ্দেশনা দিছে।1
- Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ। Breaking চামগুৰিত সাংবাদিকৰ ঘৰত দিন দুপৰতে লুটপাত চলালে চোৰে।চামগুৰিৰ ব্ৰহ্মচাৰী তেলিয়া গাঁৱৰ নিবাসী এটা চেটেলাইট নিউজ চেনেলৰ সাংবাদিক যোগেশ শৰ্মাৰ ঘৰত কোনো নথকাৰ সুযোগত ছয় লক্ষাধিক টকাৰ মূল্য সোণৰ অলংকাৰ,নগদ ধন লৈ উধাও চোৰ।1
- সাংসদ এলেকা পুঁজিৰ ২২ লাখ টকাৰে নিৰ্মিত বিশ্বনাথ আৰক্ষী সভাকক্ষৰ শুভ উদ্বোধন সাংসদ ৰঞ্জিত দত্তৰ।1
- # জামুগুৰিহাটৰ কুসুমটোলাত ভয়ংকৰ পথ দুৰ্ঘটনা। # পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক খুন্দাত মাৰিলে এখন বলেৰ গাড়ীয়ে। # বিধ্বস্ত দুয়োখন বাহন। Anchor- জামুগুৰিহাটৰ কুসুমটোলাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত আজি পুঁৱা সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। চতিয়াৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়লৈ পৰীক্ষাৰ্থী লৈ অহা এখন আৰটিৰ্গা গাড়ীক এখন তীব্ৰবেগী বলেৰ গাড়ীয়ে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত দুয়োখন গাড়ীয়েই সম্পূৰ্ণ ৰূপে বিধ্বস্ত হয়।দুৰ্ঘটনাত এগৰাকী পৰীক্ষাৰ্থীও আহত হয়। দুৰ্ঘটনা সংঘটিত কৰা বলেৰ গাড়ীখনৰ নম্বৰ হ'লAS 01GF 0464 আৰু আনখন আৰটিৰ্গা গাড়ীৰ নম্বৰ হ'ল AS 32 A 4162 ।4