logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।

4 hrs ago
user_Palash Gogoi Press
Palash Gogoi Press
Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
4 hrs ago

লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।

More news from অসম and nearby areas
  • লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্হাৰ সহযোগত বিহপুৰীয়াৰ স্থায়ী খেলপথাৰত আজিৰে পৰা ১৭ বছৰ অনুৰ্দ্ধ অসম ফুটবল সন্হাৰ এফ মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ধেমাজী বনাম বিশ্বনাথ চাৰিআলি একাদশৰ মাজত অনুষ্ঠিত হয়। লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ সহকাৰী সম্পাদক ভাস্কৰ চাবুকধৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰ প্রাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই। আজিৰ এই উদ্বোধনী খেলখন পৰিচালনা কৰে গুণিণ গগৈয়ে আৰু তেওঁক লাইনত সহায় কৰে কৌশিক নেওগ আৰু অমৃতবসমতাৰীয়ে। খেলখনত চতুৰ্থ ৰেফাৰী হিচাপে দায়িত্ব পালন কৰে দুষ্মন্ত মৰাঙে। বিহপুৰীয়াৰ পৰা নৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি, অহা ১৯ জুলাইত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
    3
    লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ উদ্যোগত আৰু বিহপুৰীয়া ক্ৰীড়া সন্হাৰ সহযোগত বিহপুৰীয়াৰ স্থায়ী খেলপথাৰত আজিৰে পৰা ১৭ বছৰ অনুৰ্দ্ধ অসম ফুটবল সন্হাৰ এফ মণ্ডলৰ ফুটবল প্ৰতিযোগিতা আৰম্ভ হৈছে। এই প্ৰতিযোগিতাৰ প্ৰথমখন খেল ধেমাজী বনাম বিশ্বনাথ চাৰিআলি একাদশৰ মাজত অনুষ্ঠিত হয়। লখিমপুৰ জিলা ক্ৰীড়া সন্হাৰ সহকাৰী সম্পাদক ভাস্কৰ চাবুকধৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানত খেলখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিহপুৰীয়াৰ প্ৰ প্রাক্তন বিধায়ক দেৱানন্দ হাজৰিকাই।

আজিৰ এই উদ্বোধনী খেলখন পৰিচালনা কৰে গুণিণ গগৈয়ে আৰু তেওঁক লাইনত সহায় কৰে কৌশিক নেওগ আৰু অমৃতবসমতাৰীয়ে। খেলখনত চতুৰ্থ ৰেফাৰী হিচাপে দায়িত্ব পালন কৰে দুষ্মন্ত মৰাঙে। বিহপুৰীয়াৰ পৰা নৱজ্যোতি শৰ্মাই জনোৱা অনুসৰি, অহা ১৯ জুলাইত এই প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ’ব।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    1 hr ago
  • লখিমপুৰ আৰক্ষীয়ে পূৰ্বে জব্দ কৰা NDPS সামগ্ৰী সমূহ আজি ধ্বংস কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হয়।
    1
    লখিমপুৰ আৰক্ষীয়ে পূৰ্বে জব্দ কৰা NDPS সামগ্ৰী সমূহ আজি ধ্বংস কৰে। এই কাৰ্যসূচীৰ জৰিয়তে মুঠ ১৫১.৫ গ্ৰাম হেৰ’ইন আৰু ১৯৫৫.০৮ কিলোগ্ৰাম গাঞ্জা ধ্বংস কৰা হয়।
    user_Dip Pratim borah
    Dip Pratim borah
    Media Consultant কদম, লখিমপুৰ, অসম•
    3 hrs ago
  • শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে। সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়। সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    4
    শ্ৰীশ্ৰী দুৰ্গা পূজা সমাগত হোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰৰ অন্যতম বাৰোৱাৰী পূজা সমিতিৰ বাৰ্ষিক সভাখন ১১ জুলাই, শনিবাৰে অনুষ্ঠিত হৈ যায়। শিৱসাগৰ নগৰৰ ডলফিন ল’জৰ সমীপত অৱস্থিত পূজা সমিতিৰ স্থায়ী কাৰ্য্যালয় বাৰোৱাৰী কলা কৃষ্টি কেন্দ্ৰত অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ সভাত সভাপতিত্ব কৰে পূজা সমিতিৰ সভাপতি দয়াল খাউণ্ডে।

সভাত সম্পাদকদ্বয় প্ৰদীপ কান্তি দাস আৰু মানৱ বৰুৱাই উদ্দেশ্য ব্যাখ্যা কৰাৰ বিপৰীতে কোষাধ্যক্ষ প্ৰশান্ত বৰঠাকুৰে সমিতিৰ বাৰ্ষিক হিচাপ দাখিল কৰে। বাৰোৱাৰী মহিলা মঞ্চৰ যথেষ্ট সংখ্যক প্ৰতিনিধি আৰু প্ৰায় অৰ্ধশতাধিক কৰ্মকৰ্তা উপস্থিত থকা এই সভাত কালীপ্ৰসাদ সোঁৱৰণী ভৱন প্ৰাংগণত আগন্তুক বাৰোৱাৰী দুৰ্গা পূজাভাগি সূচাৰুৰূপে আয়োজন কৰাৰ বাবে সকলোৱে নিজৰ দিহা-পৰামৰ্শ আগবঢ়ায়।

সমিতিৰ এই বাৰ্ষিক সভাখন সুচাৰুৰূপে সম্পন্ন হোৱাৰ পিছত পূজা সমিতিয়ে আগন্তুক পূজাৰ সফল আয়োজনৰ বাবে সমগ্ৰ শিৱসাগৰবাসী ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।
    user_অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    অমৃত কুমাৰ শৰ্মা, শিৱসাগৰ সদৰ
    সাংবাদিক শিৱসাগৰ, শিৱসাগৰ, অসম•
    17 hrs ago
  • লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিহপুৰীয়া ৰাজহ চক্ৰ তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ সহযোগত আজি বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত এক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা অনুমোদিত ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বানপানী আৰু ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰীভাৱে বিত্তীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল। উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে মুঠ ১২৬ গৰাকী হিতাধিকাৰীৰ হাতত এই বিত্তীয় সাহায্যৰ চেকসমূহ তুলি দিয়ে।
    4
    লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু বিহপুৰীয়া ৰাজহ চক্ৰ তথা নাৰায়ণপুৰ ৰাজহ চক্ৰৰ সহযোগত আজি বিহপুৰীয়াৰ প্ৰেৰণা চিনেমা হলত এক সাহায্য বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ দ্বাৰা অনুমোদিত ২০২৫-২০২৬ বিত্তীয় বৰ্ষৰ বানপানী আৰু ধুমুহাত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰীভাৱে বিত্তীয় সাহায্য প্ৰদান কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছিল।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিধায়ক ভূপেন কুমাৰ বৰাই আনুষ্ঠানিকভাৱে মুঠ ১২৬ গৰাকী হিতাধিকাৰীৰ হাতত এই বিত্তীয় সাহায্যৰ চেকসমূহ তুলি দিয়ে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    3 hrs ago
  • লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।
    1
    লখিমপুৰৰ লালুকত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত AS 07Y 5352 নম্বৰৰ এখন চুজুকি এছ-প্ৰেছ’ (Suzuki S-Presso) গাড়ী আৰু AS 07BC 7559 নম্বৰৰ এখন ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। অৱশ্যে সৌভাগ্যক্ৰমে এছ-প্ৰেছ’ গাড়ীখনৰ চালকজন এই ভয়াবহ দুৰ্ঘটনাৰ পৰা সম্পূৰ্ণ অক্ষত অৱস্থাত প্ৰাণ ৰক্ষা পৰে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.