logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

4 hrs ago
user_অঞ্জন শ‌ইকীয়া
অঞ্জন শ‌ইকীয়া
না-দুৱাৰ, বিশ্বনাথ, অসম•
4 hrs ago

বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে

ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই

বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল

হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

More news from অসম and nearby areas
  • বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল। নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব। এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    4
    বুধবাৰে দিনৰ ১ বজাত অসম গৌৰৱ বঁটা প্ৰাপক যুৱ কৃষক নীলম দত্তৰ প্ৰচেষ্টাত বিশ্বনাথ জিলাৰ পাভৈ গ্ৰীণছত এখন বীজ মেলাৰ আয়োজন কৰা হয়। এই মেলাত প্ৰায় পাঁচশতাধিক কৃষকে অংশগ্ৰহণ কৰে। বিশ্বনাথকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত জৈৱিক কৃষিৰ প্ৰসাৰ আৰু উন্নত বীজ সংৰক্ষণৰ গুৰুত্ব দি এই মেলাখন অনুষ্ঠিত কৰা হৈছিল।

নৰ্থ ইষ্ট চেণ্টাৰ ফৰ টেকন’লজী এপ্লিকেচন এণ্ড ৰিচাৰ্চৰ সঞ্চালক প্ৰধান ডঃ অৰুণ কুমাৰ শৰ্মাই এই বীজ মেলাখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত তেওঁ অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ কৃষকসকলক উন্নত বীজ সংৰক্ষণ আৰু উৎপাদনত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়। ড° শৰ্মাই কয় যে এনে প্ৰচেষ্টাৰ জৰিয়তে কৃষকসকল আৰ্থিকভাৱে সফল হ’ব পাৰিব আৰু লগতে বীজ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চল স্বাৱলম্বী হৈ উঠিব।

এই অনুষ্ঠানত নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া সুমন চেটাৰ্জী, কৃষি বিষয়া হিমাশ্ৰী গোস্বামী, কেডেটৰ মনোৰঞ্জন হাজৰিকাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    4 hrs ago
  • ঢেকীয়াজুলিৰ দুজন যুৱকে বাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেল প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে।
    1
    ঢেকীয়াজুলিৰ দুজন যুৱকে বাংগালোৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ পাঞ্জা খেল প্ৰতিযোগিতাত সফলতা অৰ্জন কৰিছে।
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    10 hrs ago
  • ধিঙৰ AIUDF বিধায়ক হাজী আমিনুল ইছলামে অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি সৰৱ হৈছে।
    1
    ধিঙৰ AIUDF বিধায়ক হাজী আমিনুল ইছলামে অসম বিধান সভাৰ বিৰোধী দলপতি তথা কংগ্ৰেছ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি সৰৱ হৈছে।
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    21 hrs ago
  • অৰুণাচল প্ৰদেশত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত নিপকোৰ প্ৰকল্পস্থলীত ব্যাপক বানৰ সৃষ্টি হৈছে। এই প্ৰবল বানে মুহূৰ্ততে কেইবাটাও ঘৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট খুলি দিয়া হৈছে। এই সমগ্ৰ ভয়ংকৰ ঘটনাৰ ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
    1
    অৰুণাচল প্ৰদেশত এক ভয়ংকৰ ডাৱৰ বিস্ফোৰণৰ ফলত নিপকোৰ প্ৰকল্পস্থলীত ব্যাপক বানৰ সৃষ্টি হৈছে। এই প্ৰবল বানে মুহূৰ্ততে কেইবাটাও ঘৰ উটুৱাই নিয়াৰ বাতৰি পোৱা গৈছে। বৰ্তমানৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে ৰঙানদী প্ৰকল্পৰ কেইবাখনো গেট খুলি দিয়া হৈছে। এই সমগ্ৰ ভয়ংকৰ ঘটনাৰ ভিডিঅ' বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    19 min ago
  • নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।
    1
    নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    2 hrs ago
  • বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
    3
    বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে।

নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    4 hrs ago
  • আজি লাহৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত কেইবা হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজক আদৰ্শ হিচাপে লৈ এই বৃহৎ সংখ্যক কংগ্ৰেছীয়ে বিজেপিৰ পৰিয়ালত চামিল হয়। এই যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জিতু গোস্বামী, আৰু বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে।
    1
    আজি লাহৰিঘাটত ভাৰতীয় জনতা পাৰ্টিৰ এক বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়, য'ত কেইবা হাজাৰ কংগ্ৰেছ নেতা-কৰ্মীয়ে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে। নৰেন্দ্ৰ মোদীৰ সবল নেতৃত্ব আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজক আদৰ্শ হিচাপে লৈ এই বৃহৎ সংখ্যক কংগ্ৰেছীয়ে বিজেপিৰ পৰিয়ালত চামিল হয়। এই যোগদান কাৰ্যসূচীত অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকা, বিধায়ক জিতু গোস্বামী, আৰু বিধায়ক প্ৰদ্যুৎ বৰদলৈও উপস্থিত থাকে।
    user_Tufail Ahmed
    Tufail Ahmed
    Local News Reporter লাহৰিঘাট, মৰিগাঁও, অসম•
    12 hrs ago
  • বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে। জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।
    4
    বিশ্বনাথ চাৰিআলিত প্ৰাক্তন বিডিঅ’ অজয় সিন্হাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তদাৰকী কোষে এক অভিযান চলাইছে। আয়বৰ্হিভূত সম্পত্তি সংগ্ৰহ কৰাৰ গোচৰত এই অভিযান লোৱা হৈছে, য’ত ১১/২৬ নম্বৰত এক গোচৰ ৰুজু কৰা হৈছে।

জানিব পৰা মতে, এই প্ৰাক্তন বিডিঅ’গৰাকীয়ে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিহালী বিধানসভা সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছিল। যদিও মুখ্যমন্ত্ৰী তদাৰকী কোষে এই সন্দৰ্ভত সাংবাদিকক কোনো মন্তব্য কৰা নাই, তথাপিয়ো কোৱা হৈছে যে তেওঁ বিশ্বনাথ জিলাৰ বিভিন্ন স্থানত কেইবাখনো ঘৰ আৰু সম্পত্তিৰ পাহাৰ গঢ়ি তুলিছে।
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    4 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.