logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ইজৰাইল ধ্বংস হৈ আছে ইৰাণৰ শক্তিশালী মিছাইলৰ দ্বাৰাইজৰাইল ধ্বংস হৈ আছে ইজৰাইলৰ উপৰত দ্বাৰাবাহিক আক্ৰমণ ইৰাণৰ * ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনীৰ মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষনা | তাৰ মাজতে ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ তেল আবিব চহৰত #iran #NewsUpdate

1 day ago
user_Passhim moinbari News 📰
Passhim moinbari News 📰
Police Officer কলগাছিয়া, বৰপেটা, অসম•
1 day ago

ইজৰাইল ধ্বংস হৈ আছে ইৰাণৰ শক্তিশালী মিছাইলৰ দ্বাৰাইজৰাইল ধ্বংস হৈ আছে ইজৰাইলৰ উপৰত দ্বাৰাবাহিক আক্ৰমণ ইৰাণৰ * ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা খামেইনীৰ মৃত্যুত ৪০ দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষনা | তাৰ মাজতে ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ তেল আবিব চহৰত #iran #NewsUpdate

More news from অসম and nearby areas
  • বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে। #Rejaul_Karim_Sarkar
    1
    বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম সৰকাৰক আজি সমষ্টিৰ লগতে কলগাছিয়াৰ এ আই ইউ ডি এফৰ কৰ্মী সকলে উষ্ম আদৰণি জনায়। সৃজনগ্ৰাম সমষ্টিৰ পৰা  ৰেজাউল কৰিম সৰকাৰ ডাঙৰীয়াই  AIUDF প্ৰাৰ্থী লাভ কৰাৰ পিছতেই সমষ্টিত AIUDF দলৰ বিষয় বভীয়াই উম্ম আদৰণি জনোৱাৰ লগতে উৎফুল্লিত হৈ পৰে।
#Rejaul_Karim_Sarkar
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    13 hrs ago
  • 👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন। 👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন। 👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল। 👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ। 👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে।  👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল।  👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ। 👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।
    1
    👉🏻 বিদ্যালয়ৰ বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ দাবীত বৰপেটা জিলা আয়ুক্তক আবেদন।
👉🏻 কলগাছিয়া হাইস্কুলৰ মাটি বেদখল মুক্ত কৰাৰ দাবীত জিলা আয়ুক্তক ৰাইজৰ আবেদন।
👉🏻 উল্লেখ্য যে, পূৰ্বৰ কলগাছিয়া ছোৱালী হাই স্কুল বৰ্তমানৰ কলগাছিয়া হাই স্কুলৰ নামত চৰকাৰে ৫ বিঘা মাটি আবন্টন দিছিল।
👉🏻 ইয়াৰে, আধা বিঘা মাটিত বিদ্যালয় চলাৰ বিপৰীতে বাকী মাটি বেদখল হোৱাৰ অভিযোগ ৰাইজৰ।
👉🏻 ধনৰ বিনিময়ত একাংশক বিদ্যালয়ৰ মাটি গতাই দিয়াৰ অভিযোগ প্ৰধান শিক্ষক খন্দকাৰ আনোৱাৰ হুছেইনৰ বিৰুদ্ধে। 
👉🏻 বিদ্যালয়ৰ মাটি বেদখল কৰি গঢ়ি তুলিছে ব্যাক্তিগত বিদ্যালয়, বিল্ডিং, সীমাৰ দেৱাল। 
👉🏻 ইয়াৰ পূৰ্বেও, বেদখল হোৱা মাটি উচ্ছেদ কৰাৰ বাবে ৰাইজে বিভাগীয় কৰ্তৃপক্ষক আবেদন কৰিছিল যদিও কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ।
👉🏻 যাৰ বাবে পুণৰ কলগাছিয়া হাই স্কুলৰ নামত থকা ভূমি বেদখলমুক্ত কৰিবলৈ দাবী জনায় ৰাইজে।
    user_NeTV - North East TV
    NeTV - North East TV
    Media house কলগাছিয়া, বৰপেটা, অসম•
    15 hrs ago
  • বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ । দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    1
    বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ নাম সলনি। এতিয়াৰে পৰা বৰপেটা মেডিকেল কলেজ এণ্ড হাস্পতাল বুলি নামকৰণ ।
দীৰ্ঘদিনৰ অন্তত আজি সলনি হ'ল নাম আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে।
    user_Sampler Group Assam
    Sampler Group Assam
    Farmer Barpeta, Assam•
    8 hrs ago
  • Post by Shariful Islam
    1
    Post by Shariful Islam
    user_Shariful Islam
    Shariful Islam
    Wedding service বৰপেটা, বৰপেটা, অসম•
    8 hrs ago
  • मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    1
    मज़दूर दवे कुचले लोगो कि मदद करना मेरी पहली प्राथमिकता
    user_Misty Helping Foundation
    Misty Helping Foundation
    Voice of people Bajali (Pt), Assam•
    9 hrs ago
  • 😭😭
    1
    😭😭
    user_SAKINUR BHAI
    SAKINUR BHAI
    Artist বজালী, বজালী, অসম•
    18 hrs ago
  • Post by Altaf Hussain
    1
    Post by Altaf Hussain
    user_Altaf Hussain
    Altaf Hussain
    Bajali (Pt), Assam•
    23 hrs ago
  • আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা প্ৰদান কৰিছে। ফলত ৯ হাজাৰকৈ টকা লাভ কৰি আনন্দত আত্মহাৰা হাজাৰ হাজাৰ মহিলা। তাপেশ্বৰা আৰু কলগাছিয়া গাওঁ পঞ্চায়তৰ অৰুনোদয় হিতাধীকাৰী মহিলাৰ মাজত উছাহৰ ঢল। ৮০ ৰ উৰ্ধৰ আইতাই চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিলে ধন্যবাদ।
    1
    আজি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধীকাৰীৰ বেংক একাউণ্টত ৯ হাজাৰকৈ টকা প্ৰদান কৰিছে। ফলত ৯ হাজাৰকৈ টকা লাভ কৰি আনন্দত আত্মহাৰা হাজাৰ হাজাৰ মহিলা। তাপেশ্বৰা আৰু কলগাছিয়া গাওঁ পঞ্চায়তৰ অৰুনোদয় হিতাধীকাৰী মহিলাৰ মাজত উছাহৰ ঢল। ৮০ ৰ উৰ্ধৰ আইতাই চৰকাৰ তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিলে ধন্যবাদ।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    14 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.