*হেডলাইন: স্যন্দন পৰিয়ালৰ সাড়ে ৫ লাখ টকাৰ সোণৰ চেইন চুৰিৰ ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ! পূৰ্ব থানাৰ অ’চিৰ তৎপৰতাত চোৰ আৰু চুৰি হোৱা চাইকেল আটক!* ত্ৰিপুৰাৰ পৰা গোপাল সিঙৰ প্ৰতিবেদন: * ৰাজধানী আগৰতলাৰ বনমালীপুৰ অঞ্চলৰ বাসিন্দা অৰিন্দম দে’ৰ সাৰে ৫ লাখ টকা মূল্যায়িত সোণৰ চেইন চুৰিৰ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে সফল ফাদিল কৰিলে আৰক্ষীয়ে। * আগৰতলা পূৰ্ব থানাৰ অ’চি (OC) কৃষ্ণধন চৰকাৰৰ দক্ষ নেতৃত্বত আৰু মহিলা আৰক্ষী বিষয়া কমলাৰাণী মুৰাসিং কৰ সহায়ত অভিযান চলাই চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰৰ লগতে গৃহপৰিচাৰিকা গৰাকী আটক কৰা হৈছে। * যোৱা ২৫ আগষ্টৰ পুৱা ঘৰত শিশুৱে সোণৰ চেইন লৈ খেলা-ধূলা কৰি থকাৰ সময়তে সেয়া নিৰুদ্দেশ হয়; গৃহপৰিচাৰিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ২৬ আগষ্টত থানাত লিখিত অভিযোগ দাখিল কৰা হৈছিল। * এই সফল অভিযানৰ সমান্তৰালকৈ আগৰতলা পূৰ্ব থানাৰ আৰক্ষীয়ে দুখন চুৰি হোৱা বেটাৰীচালিত চাইকেল আৰু ইয়াৰ সৈতে জড়িত চোৰটোকো আটক কৰিবলৈ সক্ষম হয়। * লিখিত অভিযোগ পোৱাৰ লগে লগেই অ’চিৰ নিৰ্দেশত তদন্তত নামি সন্দেহভাজন গৃহপৰিচাৰিকাগৰাকীক দ্ৰুতগতিত আটক কৰি জেৰা চলাই হেৰোৱা সোণৰ চেইন উদ্ধাৰ কৰে আৰক্ষীয়ে। * ৰাজধানী আগৰতলাৰ পূৰ্ব থানা অঞ্চলক সম্পূৰ্ণ অপৰাধমুক্ত কৰিবলৈ নতুন অ’চি কৃষ্ণধন চৰকাৰ আৰু তেওঁৰ দলটোৰ এই ধাৰাবাহিক সময়োপযোগী তৎপৰতা স্থানীয় সৰ্বস্তৰৰ ৰাইজৰ দ্বাৰা প্ৰশংসিত হৈছে।
*হেডলাইন: স্যন্দন পৰিয়ালৰ সাড়ে ৫ লাখ টকাৰ সোণৰ চেইন চুৰিৰ ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ! পূৰ্ব থানাৰ অ’চিৰ তৎপৰতাত চোৰ আৰু চুৰি হোৱা চাইকেল আটক!* ত্ৰিপুৰাৰ পৰা গোপাল সিঙৰ প্ৰতিবেদন: * ৰাজধানী আগৰতলাৰ বনমালীপুৰ অঞ্চলৰ বাসিন্দা অৰিন্দম দে’ৰ সাৰে ৫ লাখ টকা মূল্যায়িত সোণৰ চেইন চুৰিৰ ঘটনাৰ ২৪
ঘণ্টাৰ ভিতৰতে সফল ফাদিল কৰিলে আৰক্ষীয়ে। * আগৰতলা পূৰ্ব থানাৰ অ’চি (OC) কৃষ্ণধন চৰকাৰৰ দক্ষ নেতৃত্বত আৰু মহিলা আৰক্ষী বিষয়া কমলাৰাণী মুৰাসিং কৰ সহায়ত অভিযান চলাই চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰৰ লগতে গৃহপৰিচাৰিকা গৰাকী আটক কৰা হৈছে। * যোৱা ২৫ আগষ্টৰ পুৱা ঘৰত শিশুৱে সোণৰ চেইন লৈ
খেলা-ধূলা কৰি থকাৰ সময়তে সেয়া নিৰুদ্দেশ হয়; গৃহপৰিচাৰিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ২৬ আগষ্টত থানাত লিখিত অভিযোগ দাখিল কৰা হৈছিল। * এই সফল অভিযানৰ সমান্তৰালকৈ আগৰতলা পূৰ্ব থানাৰ আৰক্ষীয়ে দুখন চুৰি হোৱা বেটাৰীচালিত চাইকেল আৰু ইয়াৰ সৈতে জড়িত চোৰটোকো আটক কৰিবলৈ সক্ষম হয়। * লিখিত অভিযোগ পোৱাৰ
লগে লগেই অ’চিৰ নিৰ্দেশত তদন্তত নামি সন্দেহভাজন গৃহপৰিচাৰিকাগৰাকীক দ্ৰুতগতিত আটক কৰি জেৰা চলাই হেৰোৱা সোণৰ চেইন উদ্ধাৰ কৰে আৰক্ষীয়ে। * ৰাজধানী আগৰতলাৰ পূৰ্ব থানা অঞ্চলক সম্পূৰ্ণ অপৰাধমুক্ত কৰিবলৈ নতুন অ’চি কৃষ্ণধন চৰকাৰ আৰু তেওঁৰ দলটোৰ এই ধাৰাবাহিক সময়োপযোগী তৎপৰতা স্থানীয় সৰ্বস্তৰৰ ৰাইজৰ দ্বাৰা প্ৰশংসিত হৈছে।
- *হেডলাইন: স্যন্দন পৰিয়ালৰ সাড়ে ৫ লাখ টকাৰ সোণৰ চেইন চুৰিৰ ২৪ ঘণ্টাৰ ভিতৰতে উদ্ধাৰ! পূৰ্ব থানাৰ অ’চিৰ তৎপৰতাত চোৰ আৰু চুৰি হোৱা চাইকেল আটক!* ত্ৰিপুৰাৰ পৰা গোপাল সিঙৰ প্ৰতিবেদন: * ৰাজধানী আগৰতলাৰ বনমালীপুৰ অঞ্চলৰ বাসিন্দা অৰিন্দম দে’ৰ সাৰে ৫ লাখ টকা মূল্যায়িত সোণৰ চেইন চুৰিৰ ঘটনাৰ ২৪ ঘণ্টাৰ ভিতৰতে সফল ফাদিল কৰিলে আৰক্ষীয়ে। * আগৰতলা পূৰ্ব থানাৰ অ’চি (OC) কৃষ্ণধন চৰকাৰৰ দক্ষ নেতৃত্বত আৰু মহিলা আৰক্ষী বিষয়া কমলাৰাণী মুৰাসিং কৰ সহায়ত অভিযান চলাই চুৰি হোৱা সোণৰ অলংকাৰ উদ্ধাৰৰ লগতে গৃহপৰিচাৰিকা গৰাকী আটক কৰা হৈছে। * যোৱা ২৫ আগষ্টৰ পুৱা ঘৰত শিশুৱে সোণৰ চেইন লৈ খেলা-ধূলা কৰি থকাৰ সময়তে সেয়া নিৰুদ্দেশ হয়; গৃহপৰিচাৰিকাৰ ওপৰত সন্দেহ প্ৰকাশ কৰি ২৬ আগষ্টত থানাত লিখিত অভিযোগ দাখিল কৰা হৈছিল। * এই সফল অভিযানৰ সমান্তৰালকৈ আগৰতলা পূৰ্ব থানাৰ আৰক্ষীয়ে দুখন চুৰি হোৱা বেটাৰীচালিত চাইকেল আৰু ইয়াৰ সৈতে জড়িত চোৰটোকো আটক কৰিবলৈ সক্ষম হয়। * লিখিত অভিযোগ পোৱাৰ লগে লগেই অ’চিৰ নিৰ্দেশত তদন্তত নামি সন্দেহভাজন গৃহপৰিচাৰিকাগৰাকীক দ্ৰুতগতিত আটক কৰি জেৰা চলাই হেৰোৱা সোণৰ চেইন উদ্ধাৰ কৰে আৰক্ষীয়ে। * ৰাজধানী আগৰতলাৰ পূৰ্ব থানা অঞ্চলক সম্পূৰ্ণ অপৰাধমুক্ত কৰিবলৈ নতুন অ’চি কৃষ্ণধন চৰকাৰ আৰু তেওঁৰ দলটোৰ এই ধাৰাবাহিক সময়োপযোগী তৎপৰতা স্থানীয় সৰ্বস্তৰৰ ৰাইজৰ দ্বাৰা প্ৰশংসিত হৈছে।4
- ভগবাননগরে গরু আটককে ঘিরে উত্তেজনা, রণক্ষেত্র পরিস্থিতি! আহত বিএসএফের দুই জওয়ান, অস্ত্র ছিনিয়ে নেওয়ার চেষ্টার অভিযোগ! ভগবাননগরে গরু আটককে ঘিরে উত্তেজনা, রণক্ষেত্র পরিস্থিতি! আহত বিএসএফের দুই জওয়ান, অস্ত্র ছিনিয়ে নেওয়ার চেষ্টার অভিযোগ!1
- ছয় মাস ধরে পুষ্টিকর খাবারের বরাদ্দ বন্ধের অভিযোগ, সংকটে শিশু ও প্রসূতি মায়েরা অঙ্গনওয়াড়ি কর্মীদের দাবি, দীর্ঘদিন ধরে সংশ্লিষ্ট খাতে অর্থ না আসায় নিজেদের সামান্য ভাতা থেকে অথবা স্থানীয় দোকানদারদের কাছ থেকে বাকিতে খাদ্যসামগ্রী সংগ্রহ করে শিশুদের মধ্যে পুষ্টিকর খাবার বিতরণ করতে হয়েছে। কিন্তু মাসের পর মাস বকেয়া জমে যাওয়ায় এখন অনেক দোকানদারও আর বাকিতে খাদ্যসামগ্রী দিতে চাইছেন না। অঙ্গনওয়াড়ি কর্মীদের বক্তব্য, অতীতে কয়েক মাসের বকেয়া একসঙ্গে পরিশোধ করা হলেও এবার পরিস্থিতি আরও জটিল। কারও দাবি, চার মাস, কারও পাঁচ মাস, আবার কারও ক্ষেত্রে প্রায় ছয় মাস ধরে বকেয়া রয়েছে। ফলে নির্ধারিত সময়ে শিশুদের পাশাপাশি গর্ভবতী ও প্রসূতি মায়েদের পুষ্টিকর খাদ্য সরবরাহ করাও কঠিন হয়ে পড়ছে। এই পরিস্থিতিতে প্রশ্ন উঠছে—যে শিশুদের ভবিষ্যৎ পুষ্টি ও সুস্বাস্থ্যের উপর নির্ভরশীল, তাদের খাবারের অর্থ যদি মাসের পর মাস আটকে থাকে, তাহলে এর দায়ভার কার? অভিযোগের তীর উঠছে সংশ্লিষ্ট CDPO অফিস, সমাজকল্যাণ ও সমাজশিক্ষা দপ্তর এবং সরকারের সংশ্লিষ্ট কর্তৃপক্ষের দিকে। পাশাপাশি কেন্দ্রীয় অর্থের বরাদ্দ ও তার রাজ্যে পৌঁছনোর প্রক্রিয়া নিয়েও স্বচ্ছতার দাবি উঠেছে। অঙ্গনওয়াড়ি কর্মীদের একাংশের অভিযোগ, সরকারি ব্যবস্থার আর্থিক জটিলতার বোঝা শেষ পর্যন্ত পড়ছে শিশু ও মায়েদের উপর। দীর্ঘদিন ধরে বকেয়া না মেটায় কর্মীদের একাংশ আন্দোলনের পথেও নামতে বাধ্য হচ্ছেন। এখন বড় প্রশ্ন—শিশুদের পুষ্টিকর খাবারের মতো গুরুত্বপূর্ণ একটি পরিষেবা যদি অর্থের অভাবে ব্যাহত হয়, তাহলে প্রশাসন কবে এই সমস্যার সমাধান করবে? বকেয়া অর্থ কবে মেটানো হবে এবং শিশু ও গর্ভবতী-প্রসূতি মায়েদের জন্য নির্ধারিত পুষ্টিকর খাবারের সরবরাহ কবে স্বাভাবিক হবে—তারই উত্তর চাইছেন অঙ্গনওয়াড়ি কর্মী ও অভিভাবকরা। তবে অভিযোগগুলির বিষয়ে সংশ্লিষ্ট দপ্তর ও সরকারের আনুষ্ঠানিক বক্তব্য এখনও স্পষ্টভাবে সামনে আসেনি। ফলে প্রকৃত পরিস্থিতি, অর্থ বরাদ্দের অবস্থান এবং কেন দীর্ঘ সময় ধরে অর্থ আটকে রয়েছে—তা নিয়ে দ্রুত প্রশাসনিক তদন্ত ও স্বচ্ছ ব্যাখ্যার দাবি উঠছে।3
- মাস ধরে পুষ্টিকর খাবারের বরাদ্দ বন্ধের অভিযোগ, সংকটে শিশু ও প্রসূতি মায়েরা। নিজস্ব প্রতিনিধি, ত্রিপুরা:উন্নয়নের ঢাকঢোল পেটানো ‘ডাবল ইঞ্জিন’ সরকারের আমলে শিশু, গর্ভবতী মহিলা এবং প্রসূতি মায়েদের পুষ্টিকর খাবার সরবরাহ নিয়ে উঠছে গুরুতর প্রশ্ন। অভিযোগ, গত প্রায় ছয় মাস ধরে অঙ্গনওয়াড়ি কেন্দ্রগুলিতে শিশু ও মায়েদের জন্য নির্ধারিত পুষ্টিকর খাবার সরবরাহের অর্থ না পাওয়ায় কার্যত সংকটে পড়েছেন অঙ্গনওয়াড়ি কর্মীরা।3
- 🔥 “Who are You?” — “আমি ভারতীয়!” 🇮🇳 “বিধানসভার অধিবেশনে CPIM বিধায়কদের থাকার কোনও অধিকার নেই”—কৃষিমন্ত্রীর এই মন্তব্যকে ঘিরেই উত্তপ্ত বিধানসভা। পাল্টা বিরোধী দলনেতা জিতেন্দ্র চৌধুরীর নিশানায় রতন লাল নাথ—“Who are You?” জবাবে রতন লাল নাথ—“আমি ভারতীয়।” 🇮🇳 এরপরই তীব্র বাদানুবাদে উত্তপ্ত হয়ে ওঠে বিধানসভা।1
- রাখি বন্ধন উৎসব উপলক্ষে বাঙালি মহিলা সমাজের উদ্যোগে আগরতলা প্রেস ক্লাবে অনুষ্ঠিত হলো রাখি বন্ধন উৎসব। এদিন সংগঠনের কর্মীরা প্রেস ক্লাবে উপস্থিত সাংবাদিকদের হাতে রাখি পরিয়ে দেন এবং শুভেচ্ছা বিনিময় করেন। এই অনুষ্ঠানের মধ্য দিয়ে সম্প্রীতি ও সৌভ্রাতৃত্বের বার্তা তুলে ধরা হয়।1
- ⭕ কুঞ্জবনে ওভারহেড ট্যাঙ্ক থেকে যুবতীর মরণ ঝাঁপ, রহস্যে পরিচয় ✍️ মোবাইলে কথা বলতে বলতে কুঞ্জবনস্থিত পানীয় জলের ফিল্টার হাউসের ওভারহেড ট্যাঙ্কের উপর উঠে ঝাঁপ দেওয়ার ঘটনায় বৃহস্পতিবার দুপুরে তীব্র চাঞ্চল্য ছড়িয়ে পড়ে রাজধানী আগরতলায়। ঘটনায় জনৈক অজ্ঞাতপরিচয় যুবতীর মৃত্যু হয়েছে। মৃতার পরিচয় এখনও জানা যায়নি। কী কারণে ওই যুবতী সেখানে গিয়েছিলেন এবং কেনই বা এমন চরম পদক্ষেপ নিলেন, তা নিয়ে রহস্য ঘনীভূত হয়েছে।1
- ফটিকরায়ে বিশ্ব নবীর হযরত মোহাম্মদের জন্ম ও মৃত্যু বার্ষিকী যথাযোগ্য মর্যাদায় পালন করা হয়, এ-উপলক্ষে বর্ণাঢ্য শোভাযাত্রা ও আলোচনার সভার মাধ্যমে ফটিকরায় বিধানসভার রাধানাগর, তৈগরী, নোয়াগাঁও, কৃষ্ণনগর ও ফটিকরায় এলাকার সকল মুসলিম ধর্মালম্বী মানুষ একত্রিত হয়ে ফটিকরায় আঞ্চলিক ফাতেহা দুয়াজ দাহাম কমিটির উদ্যোগে এক বিশাল শোভাযাত্রা বের করেন। শোভাযাত্রাটি ফটিকরায় বিধানসভার নোয়াগাঁও থেকে শুরু হয়ে ফটিকরায় বাজার পরিক্রমা করে ফটিকরায় আঞ্চলিক জামে মসজিদের সামনে এসে সম্পন্ন হয়। এই শোভাযাত্রায় উপস্থিত ছিলেন ফটিকরায় আঞ্চলিক ফাতেহা দুয়াজ দাহাম কমিটির অন্যতম কর্মকর্তা :ইলিম মিয়া, মোকদ্দুস মিয়া, হাবিবুর রহমান, ও মসজিদের ইমাম সাহেব সহ অন্যান্য ব্যক্তিবর্গরা। আজকের তাৎপর্যপূর্ণ দিনটি উপলক্ষে বক্তারা বিশ্বনবী হযরত মোহাম্মদের জীবনীর উপর আলোকপাত করে বলেন, উনার প্রদর্শিত শান্তি, ভ্রাতৃত্ব এবং মানবতার আদর্শ অনুসরণের মাধ্যমেই সমাজ ও জীবনে শৃঙ্খলা ও কল্যাণ সম্ভব। উনার শিক্ষাকে দৈনন্দিন জীবনে প্রয়োগ করার আহ্বান জানানো হয়। পরিশেষে, শান্তি ও শৃঙ্খলার সাথে শোভাযাত্রাটি সম্পন্ন হয়। ফটিকরায় থেকে বিকাশ কপালীর রিপোর্ট2