Shuru
Apke Nagar Ki App…
Breaking বিশ্বনাথৰ নিজা।বাসগৃহৰ পৰা নিৰুদ্দেশ নিৰঞ্জন মেধি ওৰফে দাদুল মেধি নামৰ ৬৭ বছৰীয়া এজন ব্যক্তি। ডিমেনচিয়া ৰোগত আক্ৰান্ত নিৰঞ্জন মেধি ওৰফে দাদুল মেধি আজি পুৱা ৬ বজাৰ পৰা নিৰুদ্দেশ হৈ আছে। নিৰুদ্দেশ হোৱাৰ সময়ত তেওঁ নীলা ৰঙৰ গেঞ্জী আৰু গামোচা পিন্ধি আছিল। ইতিমধ্যে পৰিয়ালৰ লোকে বিশ্বনাথ সদৰ থানাত এজাহাৰ দাখিল কৰিছে। ব্যক্তি জনৰ সন্ধান লাভ কৰিলে 9731106162 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।
অঞ্জন শইকীয়া

More news from অসম and nearby areas
- 📌আজি পৱিত্ৰ হৰতালিকা তীজ। 📌বিশ্বনাথ চাৰিআলি নগৰ অঞ্চলত বসবাস কৰা গোৰ্খা সম্প্ৰদায়ৰ সামাজিক, সাংস্কৃতিক, শৈক্ষিক আৰু আৰ্থিক বিকাশৰ লক্ষ্যৰে ২০১৩ চনত গঠিত গোৰ্খা সমন্বয় সমিতিৰ উদ্যোগত ১৩ সংখ্যক তীজ পালন কৰা হয়।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ কাৰ্যালৰ সন্মুখত আমছুৰ প্ৰতিবাদ1
- পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। পথৰ মাজত প্ৰকাণ্ড গছ পৰাত যাতায়ত বন্ধ হৈ আছে চামগুৰি পৰা লাইলুৰী যোৱা পথ। মাগুৰমাৰী বজাৰত পথৰ ওপৰত বাগৰি পৰে প্ৰকাণ্ড গছ। যাৰবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈ আছে। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰোগী কঢ়িওৱা এম্বুলেঞ্চ, সকলো বাহন চলাচল বন্ধ হৈ পৰিছে। স্থানীয় ৰাইজে বন বিভাগৰ লোক আৰু বিদ্যুৎ বিভাগৰ কৰ্তৃপক্ষক খবৰ দিয়ে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1

- ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌ঢেকীয়াজুলিৰ শিঙৰীত বনৰীয়া হাতীৰ উপদ্ৰৱত অনিষ্ট বহু কৃষকৰ খেতি 📌 এতিয়ালৈ হাতী খেদাত বিফল বনবিভাগ 📌 বিগত ৪-৫ দিনৰ পৰা কৃষকৰ কুহিয়াঁৰ খেতি, ধান আদিকে কৰি বিভিন্ন খেতিত অনিষ্ট সাধন কৰি আছে । 📌স্থানীয় জনসাধাৰণৰ লগতে কৃষকসকলেও বন বিভাগত খবৰ দিছে যদিও বন বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ1
- লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান 🔴 লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ ACS বিষয়া দেৱেশ্বৰ বৰাৰ গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ অভিযান লখিমপুৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ACS বিষয়া দেৱেশ্বৰ বৰাৰ বিৰুদ্ধে আয়-বহিৰ্ভূত সম্পত্তি আহৰণৰ অভিযোগক কেন্দ্ৰ কৰি তদন্ত অব্যাহত ৰখাৰ মাজতে গোলাঘাটতো তৎপৰতা বৃদ্ধি কৰিছে CM Vigilanceয়ে। আজি গোলাঘাটৰ চন্দন নগৰস্থিত বিষয়াগৰাকীৰ বাসগৃহত CM Vigilanceৰ এটা দলে অভিযান চলায়। অভিযোগ অনুসৰি, বিষয়াগৰাকীৰ পত্নী ড০ চিৰঞ্জীতা বৰুৱা ওৰফে জোনটিৰ নামত থকা চন্দন নগৰৰ বাসগৃহত দেৱেশ্বৰ বৰাই এটা বৃহৎ অট্টালিকা নিৰ্মাণ কৰিছে। লখিমপুৰৰ পৰা গ্ৰেপ্তাৰৰ পাছত দেৱেশ্বৰ বৰাৰ সম্পত্তিৰ সন্দৰ্ভত তদন্ত চলি থকাৰ সময়তে গোলাঘাটৰ বাসগৃহত CM Vigilanceৰ এই অভিযান বিশেষ তাৎপৰ্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। অভিযানত কি কি নথি-পত্ৰ বা তথ্য উদ্ধাৰ হৈছে, সেই বিষয়ে অভিযান সম্পূৰ্ণ হোৱাৰ পাছতহে অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে। চুমী দত্তৰ ৰিপ’ৰ্ট Focus Axom 24 — Truth, Time, and Trust . . . . #everyonefollowers #FocusAxom24 #nonfollowers #follower #highlightseveryone1
- বিহপুৰীয়া কলেজ পথৰ সন্মুখত ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থীত দিহা নাম বিহপুৰীয়াঃআজি সন্ধিয়া ৮ বজাৰ পৰা বিহপুৰীয়া কলেজ পথৰ সন্মুখত অনুস্হিত কৰা ফ্ৰেণ্ডছ ক্লাৱৰ গণেশ চতুৰ্থী ত দিনৰ ভাগত মূৰ্তি ৰ সন্মুখত পূজা অৰ্চনাৰ অন্তত সন্ধিয়া ৰ ভাগত ধেমাজীৰ এটি দলে সুন্দৰ দিহানাম প্ৰদৰ্শন কৰে৷ পাচ শতাধিক ৰাইজে এই দিহা নাম উপভোগ কৰি ধন্য হয়৷ নৱজ্যোতি শৰ্মা বিহপুৰীয়া৷4
- ঢেকীয়াজুলি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য সহায়ক সঞ্জীৱ বৰাক শোণিতপুৰ জিলা আয়ুক্তৰ বিশেষ সন্মান1