Shuru
Apke Nagar Ki App…
Looking for Job Job Title : Office Boy and Ward Boy City / Locality : Lanka Job Field : All Types Experience Level : 3-5 Years Job Type : Full Time Education Qualification : 12th Pass a
Ali Hussain
Looking for Job Job Title : Office Boy and Ward Boy City / Locality : Lanka Job Field : All Types Experience Level : 3-5 Years Job Type : Full Time Education Qualification : 12th Pass a
More news from Sonitpur and nearby areas
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ চিৰাজুলি নতুন বজাৰত নেমছুৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে।1
- কাছাৰ জিলাৰ কালাইনৰ বৰুংগাত ডকাইতি হোৱা বুলি উত্থাপিত হোৱা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰিছে স্থানীয় ৰাইজে। স্থানীয় লোকসকলৰ মতে, অঞ্চলটোত ডকাইতি সংক্ৰান্তত যি অভিযোগ অনা হৈছে তাত কোনো সত্যতা নাই।1
- Post by Manik AIi1
- ৰঙিয়াৰ দক্ষিণ পশ্চিম অঞ্চলৰ বাসিন্দাসকলৰ আধ্যাত্মিক পীঠস্থান ম'হখলিস্থিত হৰি মন্দিৰত যোৱা নিশা চোৰে তলা ভাঙি এক ভয়ংকৰ লুটপাত চলায়। চোৰে মন্দিৰৰ মূল তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি সোণ-ৰূপৰ অলংকাৰ, পিতলৰ বন্তি গছা আৰু ডাঙৰ টিলিঙা আদিকে ধৰি সকলো সামগ্ৰী লৈ নিৰ্বিঘ্নে পলায়ন কৰে। ইয়াৰ উপৰিও চোৰে দান পাত্ৰত থকা সকলো ধন হস্তগত কৰে। কেৱল হৰি মন্দিৰেই নহয়, চোৰে মন্দিৰ চৌহদৰ মূল কাৰ্যালয়ৰ তলা ভাঙি পেলোৱাৰ লগতে মা বৈষ্ণু দেৱী মন্দিৰৰো তলা ভঙাৰ চেষ্টা চলায়। ৰঙিয়াত ধাৰাবাহিকভাৱে চলি থকা এনে চুৰিকাণ্ডৰ ঘটনাত এতিয়া স্থানীয় আৰক্ষীৰ ভূমিকাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।1
- বহু বিবাহবিৰোধী আইনক আদৰণি জনাই মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰা হৈছে।1
- শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ চিৰাজুলিত সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থাৰ চিৰাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত এক সজাগতা সভাৰ আয়োজন কৰা হৈছে।1
- Post by Manik AIi1
- গোলাঘাট জিলাৰ ৪নং কোৰোকা গাঁৱত নিষিদ্ধ গো-মাংস উদ্ধাৰৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। কালি এটি পৰিয়ালৰ বাসগৃহৰ চৌহদত গো-মাংস কাটি থকা অৱস্থাত গোলাঘাট আৰক্ষীয়ে এক অভিযান চলায়। এই অভিযানৰ সময়ত আৰক্ষীয়ে গো-মাংসখিনি উদ্ধাৰ কৰাৰ লগতে বুলু বেগম নামৰ এগৰাকী মহিলাক আটক কৰে। বৰ্তমান এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে। সমগ্ৰ ঘটনা সন্দৰ্ভত গোলাঘাট আৰক্ষীয়ে নিজৰ তদন্ত অব্যাহত ৰাখিছে।1