Shuru
Apke Nagar Ki App…
কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুবিল বজাৰ খন কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।
TIME OF ASSAM
কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুবিল বজাৰ খন কৃত্ৰিম বানত ডুবিল ছয়গাঁও সাপ্তাহিক বজাৰ। উল্লেখযোগ্য যে ৰাতিপুৱাৰে পৰা হোৱা প্ৰচণ্ড শিল বৰষুণৰ ফলত ডুব গ'ল ছয়গাঁও বজাৰ। যাৰ ফলত বহু লোকচানৰ সন্মুখীন হয় ব্যৱসায়ি সকল।
- Prabir Duttaমৰাণ, ডিব্ৰুগড়, অসম😂on 18 March
More news from মেঘালয় and nearby areas
- Post by Eakupall1
- জেলা পশ্চিম মেদিনীপুর এড্রেস বলবান্দিঘি কিছু একটা এর সমাধান করো1
- বিদ্যা জ্যোতি শিশু নিকেতনত প্ৰাক ৰঙালী বিহু উদযাপন ।উত্তৰ ৰঙিয়াৰ আগশাৰীৰ বেচৰকাৰী শিক্ষানুষ্ঠান বিদ্যা জ্যোতি শিশু নিকেতনত আজি প্ৰাক ৰঙালী বিহু উদযাপন কৰা হয়। তদুপলক্ষে পুৱা বন্তি প্ৰজ্বলনৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে পৰিচালনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা অসম উন্নতি সভাৰ কামৰূপ জিলা সমিতিৰ উপ সভাপতি উমেশ কলিতাই । উদ্বোধনী ভাষণত অসমৰ সাংস্কৃতিক জগতৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান ৰূপে ৰঙালী বিহুক অভিহিত কৰি শিশু ছাত্ৰ -ছাত্ৰী সকলক পালনতে নহয় স্বকীয়তা ৰক্ষাৰ বাবেও সজাগ কৰি তোলাৰ বাবে সৰ্বস্তৰৰ লোকক আহ্বান জনায়। প্ৰধান শিক্ষক ভাস্কৰ কলিতাই আঁত ধৰা অনুষ্ঠানটিত ছাত্ৰ -ছাত্ৰী, শিক্ষয়িত্ৰী সকলে বিহু নৃত্য প্ৰদৰ্শনকে ধৰি বিভিন্ন আকৰ্ষণীয় সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ন কৰে। আনহাতে অনুষ্ঠানৰ লগত সঙ্গতি ৰাখি ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক জ্ঞানৰ বিকাশৰ লক্ষ্যৰে বিহু ভিত্তিক মুকলি কুইজ প্ৰতিযোগিতাৰো আয়োজন কৰা হয়।1
- আজি চহা অসমীয়া হেপাহৰ গৰু বিহু। পৰম্পৰা ৰক্ষা কৰি ৰাজ্য বিভিন্ন প্ৰান্তৰ লগতে তামুলপুৰতো গৰু বিহু উদযাপন। তামুলপুৰৰ হাহকাটা -বালাবৰী গাঁওৰ ৰাইজেও পৰম্পৰা ৰক্ষা কৰি পাগলদিয়া নদীত ধুৱালে গৰু। 'লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু' গৰু-গাই ধুৱালে ৰাইজে। গো-ধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেদৰে হাহকাটা বালাবাৰীৰ ৰাইজে পাগলাদিয়া নৈত লাও বেঙেনা খুৱাই গৰুক গা ধুৱা দেখা যায়। বাইট--1
- 📌 ৰাজ্যৰ চৌদিশে চলিছে ৰঙালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। 📌তাঁতশালত অন্তিমটো পৰশ দিছে গাঁৱৰ বোৱাৰী-জীয়ৰীয়ে। 📌পৰিয়ালৰ সদস্য তথা আপোনজনক বিহুৱানখন উপহাৰ দিবলৈ তৎপৰ হৈ পৰিছে শিপিনীসকল।1
- Post by Mahesh kumar das1
- दिसपुर प्रेस क्लब के प्रोग्राम में संगीत गाते हुए मौमिता मित्र1
- শীঘ্ৰেই তামুলপুৰৰ গোৰেশ্বৰ চকত অত্যধিক পদ্ধতিৰে Speed Breaker দিয়াৰ ব্যৱস্থা কৰিব তামুলপুৰ আৰক্ষী আৰু জিলা প্ৰশাসনৰ তৰফৰ পৰা।1
- 🚨 Morigaiu big banking মৰিগাঁও সোণাৰগাঁও পথ দুৰ্ঘটনা টাক আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় দুৰ্ঘটনা দুৰ্ঘটনা কৰা টাক খনৰ নম্বৰ হৈছে H P 38G7206 আন হাতে বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই মৃত যুৱকজনৰ নাম মোহন হীৰা বুলি জানিব পৰা গৈছে তেওঁ ঘৰ মৰিগাঁও জিলাৰ মৈথেলী পৰাৰ ত বুলি জানিব দিয়ে বাইট::::::::::::::::::::::::::: মৰিগাঁও পৰা ধীৰেন মেধি প্ৰতিবেদন3