logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসম সংবাদ ২৪ ঘণ্টাৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ অসম সংবাদ ২৪ ঘণ্টাৰ বিধানসভাৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ ৷ আজি সম্প্ৰচাৰ তেজপুৰ বিধানসভা সমষ্টিৰ সাপ্তাহিক বজাৰৰ পৰা ৷অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠানত সকলোৱে আগবঢ়ালে নিজৰ নিজৰ মনৰ কথা ৷

10 hrs ago
user_Assam sangbad 24
Assam sangbad 24
Dhekiajuli (Pt), Sonitpur•
10 hrs ago

অসম সংবাদ ২৪ ঘণ্টাৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ অসম সংবাদ ২৪ ঘণ্টাৰ বিধানসভাৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ ৷ আজি সম্প্ৰচাৰ তেজপুৰ বিধানসভা সমষ্টিৰ সাপ্তাহিক বজাৰৰ পৰা ৷অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠানত সকলোৱে আগবঢ়ালে নিজৰ নিজৰ মনৰ কথা ৷

More news from অসম and nearby areas
  • 📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ। 📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?
    1
    📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 
📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ।
📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 
📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?
    user_Bubu Nath
    Bubu Nath
    Local News Reporter মিকিৰভেটা, মৰিগাঁও, অসম•
    4 hrs ago
  • লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।
    1
    লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    3
    প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
    user_Chandan hira
    Chandan hira
    মৰিগাঁও, মৰিগাঁও, অসম•
    3 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    4 hrs ago
  • মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে। মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে। মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে। মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো। মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো। এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী। পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ। ১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ। নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত। ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত। অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে। আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে। এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    1
    মোৰ জীৱন টো শেষ কৰি দিলে মাজিদুল হকে।
মোক প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত লৈ গৈ মোৰ উপৰত নিৰ্যাতন কৰিছে।
মোক এটা কুটালীত বন্ধি কৰি মাৰপিট কৰিছে।
মোৰ ফটো সমাজিক মাধ্যমত ভাইৰেল হোৱাত মই মুখ দেখাব নোৱাৰো।
মই এজনী স্কুলীয়া ছাত্ৰী মই এতিয়া স্কুলত যাব নোৱাৰো।
এনেদৰে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে এগৰাকি যুৱতী।
পুণৰ প্ৰেমৰ জালত পেলাই বহি ৰাজ্যত নিৰ্যাতন চলোৱাৰ ঘটনাই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্য পৰিৱেশ।
১৭ বছৰিয়া এগৰাকি স্কুলীয়া ছাত্ৰীক যৌন নিৰ্যাতন কৰাৰ অভিযোগ উত্থাপন হৈছে তেজপুৰ বাটামাৰিৰ মাজাহিদুল হক নামৰ এটা লম্পটৰ বিৰুদ্ধ।
নিতৌ নতুন নতুন শৈশলে AI ৰ জৰিয়তে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত প্ৰচাৰ কৰাৰ ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে তেজপুৰ আৰক্ষী চকীত।
ঘটনা তেজপুৰ বাটামাৰিৰ যোৱা ৮ মাহ আগতে আজিজুল হকৰ কণ্য সন্তানক মাজিদুল নামৰ লম্পতে প্ৰেমৰ জালত ফচাই স্কুলৰ পৰা পলাই লৈ জাই বহি ৰাজ্যত।
অন্ধকাৰ কুঠালত বন্দী কৰি বিভিন্ন ধৰণৰ নিৰ্যাতন কৰাৰ লগতে অশ্লীল ফটো বনাই সমাজিক মাধ্যমত ভাইৰেল কৰাৰ লগতে ব্লেকমিলিং ৰ এটা গেং বনাই লৈছে এইজন মাজীদুল নামৰ লম্পট টোৱে।
আজিজুল হকৰ পৰিয়ালক অশ্লীল গালি গালাজ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰাত আজি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে যুৱতীৰ পৰিয়ালে।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেজপুৰ আৰক্ষী অধীক্ষক ক হাত জোৰ কৰি কাতৰ অনুৰোধ জনায় নিয়াইৰ বাবে।
এতিয়া তেজপুৰ আৰক্ষীয়ে মাজিদুল হক আৰু তেওৰ লগত সহায় কৰা আহাৰুদ্দিনমণ্ডল ক কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় বিষয়
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    8 hrs ago
  • কেরালা থেকে বাড়ি যাওয়ার পথে
    1
    কেরালা থেকে বাড়ি যাওয়ার পথে
    user_Samaguri speed news
    Samaguri speed news
    Samaguri, Nagaon•
    18 hrs ago
  • কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।
    1
    কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    6 hrs ago
  • জুৰীয়াৰ দলনি জুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত এক বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। উক্ত ইফতাৰ মেহফিলত পাঁচ শতাধিক ৰাইজ একে লগে ইফতাৰ গ্ৰহণ কৰাৰ লগতে সমাজৰ কল্যাণ ও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়। উক্ত ইফতাৰ মেহফিলখনত দলনি জুৰীয়া গাঁৱৰ অধিকাংশ লোক উপস্থিত থাকে। এই ইফতাৰ মেহফিলখন সম্পূর্ণ অ ৰাজনৈতিক বুলি যুৱ সমাজে জানিব দিয়ে। লগতে ঈদ উপলক্ষে যুৱ সমাজৰ সৌজন্যত গাওঁখনত আলোকসজ্জাৰ ব্যৱস্থা কৰে। দলনি জুৰীয়া যুৱ সমাজৰ এনে কাৰ্যত গাঁওবাসী ৰাইজ উৎফুল্লিত হৈ যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰে ।
    1
    জুৰীয়াৰ দলনি জুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত এক বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়।
উক্ত ইফতাৰ মেহফিলত পাঁচ শতাধিক ৰাইজ একে লগে ইফতাৰ গ্ৰহণ কৰাৰ লগতে সমাজৰ কল্যাণ ও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়।
উক্ত ইফতাৰ মেহফিলখনত দলনি জুৰীয়া গাঁৱৰ অধিকাংশ লোক উপস্থিত থাকে।
এই ইফতাৰ মেহফিলখন সম্পূর্ণ অ ৰাজনৈতিক বুলি যুৱ সমাজে জানিব দিয়ে।
লগতে ঈদ উপলক্ষে যুৱ সমাজৰ সৌজন্যত গাওঁখনত  আলোকসজ্জাৰ ব্যৱস্থা কৰে।
দলনি জুৰীয়া যুৱ সমাজৰ এনে কাৰ্যত গাঁওবাসী ৰাইজ উৎফুল্লিত হৈ যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰে ।
    user_News 16 Northeast
    News 16 Northeast
    Newsagent নগাঁও, নগাঁও, অসম•
    8 hrs ago
  • Post by Mahesh kumar das
    1
    Post by Mahesh kumar das
    user_Mahesh kumar das
    Mahesh kumar das
    Local News Reporter মৰিগাঁও, মৰিগাঁও, অসম•
    21 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.