Shuru
Apke Nagar Ki App…
প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অনন্য পদক্ষেপ: দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশী গংগাত মুক্ত প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
Chandan hira
প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ অনন্য পদক্ষেপ: দুষ্প্ৰাপ্য কাছৰ পোৱালি উদ্ধাৰ কৰি আকাশী গংগাত মুক্ত প্ৰকৃতি সংৰক্ষণ আৰু বন্যপ্ৰাণী সুৰক্ষাৰ ক্ষেত্ৰত পুনৰ এবাৰ সজাগতাৰ পৰিচয় দিলে ‘প্ৰকৃতিপ্ৰেমী মঞ্চ, অসম’ নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে। দেওবাৰে সংগঠনটোৰ উদ্যোগত এটি দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছৰ পোৱালি উদ্ধাৰ কৰি ঐতিহাসিক বটদ্ৰৱা থানৰ পবিত্ৰ ‘আকাশী গংগা’ত সম্পূৰ্ণ নীতি-নিয়মৰ মাজেৰে মুক্ত কৰি দিয়া হয়।
More news from অসম and nearby areas
- 📌প্ৰিয় মানুহজনৰ শেষ আশ্ৰয়স্থলীৰ কাপোৰৰ টেণ্টৰ ওপৰত ত্ৰিপাল তৰিলে গৰিমা শইকীয়া গাৰ্গে। 📌দুদিন পূৰ্বে এজাক মূষলধাৰ বৰষুণত পানী সোমাইছিল জুবিন ক্ষেত্ৰত। নষ্ট হৈ গৈছিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা উপহাৰসমূহ। 📌 আমাৰ প্ৰশ্ন আছে,এখন সমিতি থকাৰ পিছতো কিয় গৰিমা শইকীয়া গাৰ্গে ত্ৰিপাল তানিব লগা হল? 📌ক'ত গল প্ৰশাসনিক বিষয়াৰ লগতে সমিতিৰ বিষয়ববীয়া সকল ?1
- জুৰীয়াৰ দলনি জুৰীয়া গাঁৱৰ যুৱ সমাজৰ উদ্যোগত এক বৃহৎ ইফতাৰ মেহফিলৰ আয়োজন কৰা হয়। উক্ত ইফতাৰ মেহফিলত পাঁচ শতাধিক ৰাইজ একে লগে ইফতাৰ গ্ৰহণ কৰাৰ লগতে সমাজৰ কল্যাণ ও বিশ্ব শান্তিৰ বাবে দোৱা কৰা হয়। উক্ত ইফতাৰ মেহফিলখনত দলনি জুৰীয়া গাঁৱৰ অধিকাংশ লোক উপস্থিত থাকে। এই ইফতাৰ মেহফিলখন সম্পূর্ণ অ ৰাজনৈতিক বুলি যুৱ সমাজে জানিব দিয়ে। লগতে ঈদ উপলক্ষে যুৱ সমাজৰ সৌজন্যত গাওঁখনত আলোকসজ্জাৰ ব্যৱস্থা কৰে। দলনি জুৰীয়া যুৱ সমাজৰ এনে কাৰ্যত গাঁওবাসী ৰাইজ উৎফুল্লিত হৈ যুৱ সমাজক ধন্যবাদ জ্ঞাপন কৰে ।1
- লাহৰীঘাট সমষ্টিৰত আছিফ নাজাৰক দলীয় টিকট প্ৰদান কৰিলে, কংগ্ৰেছ দল ত্যাগ কৰাৰ হুংকাৰ সাংসদ প্ৰদ্যুত বৰদলৈয়ৰ ।1
- গৰীমা শইকীয়া গাৰ্গে জুবিন ক্ষেত্ৰত নিজ হাতেৰে তম্বু তৰাৰ হৃদয়স্পৰ্শী দৃশ্য। বৰষুণত বোকি পানীৰে লুতুৰি পুতুৰি হৈ গৈছিল জুবিন ক্ষেত্ৰ। চৰকাৰে কাণ মন নিদিয়াত গৰীমা শইকীয়া নিজেই নামি পৰিল স।স্বামীৰ সমাধী ক্ষেত্ৰত।1
- 📌প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহীহাট সমষ্টিৰ বিধায়ক নুৰুল হুদা 📌বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ। *ৰূপহী হাটৰ পৰা মোজাম্মেল হুছেইন*1
- প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ নাম সলনি কৰাক লৈ সৰৱ ৰূপহী হাট সমষ্টিৰ বিধায়ক নুৰুল হুদা বৰপেটা মেডিকেল কলেজৰ নাম সলনি কৰা বিষয় টোৱে অসম তথা অসমীয়াক চূড়ান্ত অপমান কৰা হৈছে বুলি মন্তব্য বিধায়ক গৰাকীৰ1
- নগাঁও জিলাত দিনদুপৰতে সংঘটিত হৈছে এক চাঞ্চল্যকৰ লুটকাণ্ড। শʼলমাৰি তিনিআলি আৰু টাউন তেলায়াগাঁও মাজ মজিয়াত বন্দুক দেখুৱাই সাতগৰাকী মহিলাৰ পৰা ৪ লাখ ৭১০০০ টকা লুটি পলায়ন কৰে দুৰ্বৃত্তই। ঘটনাটোয়ে সমগ্ৰ অঞ্চলযুৰি সৃষ্টি হৈছে আতংকৰ পৰিৱেশ। জানিব পৰা মতে, সাতগৰাকী মহিলাই HDFC বেংকৰ পৰা গোটৰ টকা উঠাই ঘৰলৈ উভতি আহোঁতে সংঘটিত হয় লুট কাণ্ড। চাৰি জনীয়া দুৰ্বৃত্তৰ দলে বন্দুক দেখুৱাই মহিলা সকলৰ পৰা লুটি নিয়ে নগদ ধন। ঘটনা স্থলীত উপস্থিত হয় আৰক্ষীৰ লগত একাংশ ৰাইজ। ভুক্তভোগীয়ে ইটাপাৰা আৰক্ষী চকীত দাখিল কৰে এজাহাৰ। দিনদুপৰতে এনেদৰে বন্দুক দেখুৱাই লুটকাণ্ড সংঘটিত হোৱাত অঞ্চলবাসীৰ মাজত আতংকৰ পৰিৱেশ সৃষ্টি হৈছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে আৰু দুৰ্বৃত্তসকলক চিনাক্ত কৰি আটক কৰিবলৈ অভিযান অব্যাহত ৰাখিছে। এই চাঞ্চল্যকৰ লুটকাণ্ডৰ পিছত অঞ্চলবাসীয়ে আৰক্ষীৰ পৰা শীঘ্ৰে দুৰ্বৃত্তসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাইছে।1
- কংগ্ৰেছক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তিনিটা ভৱিষ্যদ্বাণী । মুখ্য মন্ত্ৰীয়ে ভৱিষ্যদ্বাণী কৰা কথাবোৰ সঁচা প্ৰমাণিত হ'ল ।1
- অসম সংবাদ ২৪ ঘণ্টাৰ বিধানসভাৰ নিৰ্বাচনকেন্দ্ৰিক বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ ৷ আজি সম্প্ৰচাৰ তেজপুৰ বিধানসভা সমষ্টিৰ সাপ্তাহিক বজাৰৰ পৰা ৷অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠানত সকলোৱে আগবঢ়ালে নিজৰ নিজৰ মনৰ কথা ৷1