logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ। নিজৰ ডিঙি কাটি আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰে মৃত্যুৰ আগতে লিখি গৈছিল চুইচাইড নোট সামাজিক মাধ্যমৰ জৰিয়তে নিজে আপলোড কৰিছিল মৃত ৰমেশে।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

1 hr ago
user_North East Bulletin
North East Bulletin
Dhubri, Assam•
1 hr ago

ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ। নিজৰ ডিঙি কাটি আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰে মৃত্যুৰ আগতে লিখি গৈছিল চুইচাইড নোট সামাজিক মাধ্যমৰ জৰিয়তে নিজে আপলোড কৰিছিল মৃত ৰমেশে।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

More news from অসম and nearby areas
  • ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ। নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
    1
    ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ।
ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ।
নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    9 min ago
  • ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ। নিজৰ ডিঙি কাটি আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰে মৃত্যুৰ আগতে লিখি গৈছিল চুইচাইড নোট সামাজিক মাধ্যমৰ জৰিয়তে নিজে আপলোড কৰিছিল মৃত ৰমেশে।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
    1
    ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ।
ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ।
নিজৰ ডিঙি কাটি আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰে মৃত্যুৰ আগতে লিখি গৈছিল চুইচাইড নোট সামাজিক মাধ্যমৰ জৰিয়তে নিজে আপলোড কৰিছিল মৃত ৰমেশে।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    1 hr ago
  • 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks
    1
    📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ 
#pratidintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    3 hrs ago
  • Post by Arshad Ali
    1
    Post by Arshad Ali
    user_Arshad Ali
    Arshad Ali
    Court reporter বৰপেটা, বৰপেটা, অসম•
    22 hrs ago
  • # justice for zubeen gark
    1
    # justice for zubeen gark
    user_Sangku das
    Sangku das
    Artist চেঙা, বৰপেটা, অসম•
    21 hrs ago
  • Guru chor chor. 😡😡😡 news Assam
    1
    Guru chor chor. 😡😡😡
news Assam
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    19 hrs ago
  • ঠিক করে দাও
    1
    ঠিক করে দাও
    user_Avirup Paul
    Avirup Paul
    বজালী, বজালী, অসম•
    23 hrs ago
  • ৰাজ্যৰ শিক্ষা বিভাগৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে লৈছে বিভিন্ন পদক্ষেপ। কিন্তু মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগত ঘটিছে কি। প্ৰথমে মন কৰক এই দৃশ্যলৈ। ধুবুৰীৰ গৌৰীপুৰৰ ছাড়াল ডাঙ্গা গাওঁৰ এই স্থানত ১৯৯৪ চনত স্থাপিত হৈছিল ছাড়াল ডাঙ্গা মডেল হাই স্কুল। কিন্তু অপ্ৰদেশীকৃত বিদ্যালয়খন বিগত পাঁচ বছৰ পূৰ্বে বন্ধ হৈ যায়। যাৰ বাবে বিদ্যালয়ৰ ঠাইত দেখা পোৱা গৈছে এই বৃহৎ জলাশয়। বিদ্যালয়খনৰ 18020321107 ডাইচ কোড অনুসৰি SEBA ই বিদ্যালয় খনৰ বাবে প্ৰদান কৰিছিল 06H0801 SEBA কোড। কিন্তু বিদ্যালয় খন বন্ধ হলেও বিদ্যালয় কৰ্তৃপক্ষই কাগজ কলমত বিদ্যালয় খন সক্ৰিয় হৈ থকাৰ বিপৰীতে নামভৰ্তিও চলাই থকা বুলি জনায় স্থানীয় একাংশ ৰাইজে।ইপিনে বিদ্যালয় খনৰ SEBA (06H0801) কোড অবৈধ ভাৱে ব্যৱহাৰ কৰি আহিছে ধুবুৰীৰ ফলিমাৰীৰ শংকৰ আজান জাতীয় বিদ্যালয় কৰ্তৃপক্ষই। যদিওঁ আচাৰ্যজনক কথা যে, বিগত পাঁচ বছৰে ছাড়াল ডাঙ্গা মডেল হাই স্কুল বন্ধ থকাৰ পিছতো হেনো খবৰ পোৱা নাই শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে। আনকি বিভাগীয় অনুমতি নথকাকৈ যোৱা কেইটা বছৰে অবৈধ ভাৱে চলোৱা হৈছে এইখন শংকৰ আজান জাতীয় বিদ্যালয়। ইপিনে ধুবুৰী জিলা প্ৰথমি শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে কৰা তদন্তৰ পিছত দুয়োখন বিদ্যালয় অবৈধ ভাৱে চলি থকাৰ কথা উল্লেখ কৰে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই এক ৰিপোৰ্ট দাখিল কৰাৰ উপৰিও জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা এক তদন্ত ঘোষণা কৰা হৈছে বুলিও উল্লেখ কৰে জিলা শিক্ষা বিষয়া গৰাকীয়ে।
    1
    ৰাজ্যৰ শিক্ষা বিভাগৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে লৈছে বিভিন্ন পদক্ষেপ। কিন্তু মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগত ঘটিছে কি। প্ৰথমে মন কৰক এই দৃশ্যলৈ। ধুবুৰীৰ গৌৰীপুৰৰ ছাড়াল ডাঙ্গা গাওঁৰ এই স্থানত ১৯৯৪ চনত স্থাপিত হৈছিল ছাড়াল ডাঙ্গা মডেল হাই স্কুল। কিন্তু অপ্ৰদেশীকৃত বিদ্যালয়খন বিগত পাঁচ বছৰ পূৰ্বে বন্ধ হৈ যায়। যাৰ বাবে বিদ্যালয়ৰ ঠাইত দেখা পোৱা গৈছে এই বৃহৎ জলাশয়। বিদ্যালয়খনৰ 18020321107 ডাইচ কোড অনুসৰি SEBA ই বিদ্যালয় খনৰ বাবে প্ৰদান কৰিছিল 06H0801 SEBA কোড। কিন্তু বিদ্যালয় খন বন্ধ হলেও বিদ্যালয় কৰ্তৃপক্ষই কাগজ কলমত বিদ্যালয় খন সক্ৰিয় হৈ থকাৰ বিপৰীতে নামভৰ্তিও চলাই থকা বুলি জনায় স্থানীয় একাংশ ৰাইজে।ইপিনে বিদ্যালয় খনৰ SEBA (06H0801) কোড অবৈধ ভাৱে ব্যৱহাৰ কৰি আহিছে ধুবুৰীৰ ফলিমাৰীৰ শংকৰ আজান জাতীয় বিদ্যালয় কৰ্তৃপক্ষই। যদিওঁ আচাৰ্যজনক কথা যে, বিগত পাঁচ বছৰে ছাড়াল ডাঙ্গা মডেল হাই স্কুল বন্ধ থকাৰ পিছতো হেনো খবৰ পোৱা নাই শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে। আনকি বিভাগীয় অনুমতি নথকাকৈ যোৱা কেইটা বছৰে অবৈধ ভাৱে চলোৱা হৈছে এইখন শংকৰ আজান জাতীয় বিদ্যালয়।
ইপিনে ধুবুৰী জিলা প্ৰথমি শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে কৰা তদন্তৰ পিছত দুয়োখন বিদ্যালয় অবৈধ ভাৱে চলি থকাৰ কথা উল্লেখ কৰে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই এক ৰিপোৰ্ট দাখিল কৰাৰ উপৰিও জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা এক তদন্ত ঘোষণা কৰা হৈছে বুলিও উল্লেখ কৰে জিলা শিক্ষা বিষয়া গৰাকীয়ে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    14 min ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.