Shuru
Apke Nagar Ki App…
ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যা*ত শোকত স্তব্ধ ধুবুৰী চহৰ। ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ। নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
Amar Dhubri
ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যা*ত শোকত স্তব্ধ ধুবুৰী চহৰ। ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ। নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
More news from অসম and nearby areas
- ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি , ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে ফৰ্ম বিতৰণ কৰা হৈছিল আৰু প্ৰতিখন ফৰ্মৰ বিনিময়ত বিদ্যালয় কৰ্ত্তৃপক্ষই ২০ টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। আসন সীমিত থকাৰ পিছতো প্ৰায় ৫০০ খনকৈ ফ্ৰম বিতৰণ কৰা হৈছে বুলিও অভিযোগ অভিভাৱকৰ। প্ৰতিখন ফৰ্মৰ বিনিময়ত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। বিদ্যালয়ত কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো বিদ্যালয়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱক সকলে আজি উপায়ন্তৰ হৈ ধুবুৰী বিদ্যালয় পৰিদৰ্শক বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিব আহি সাংবাদিক মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।1
- ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আত্মহত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ ছাদত উদ্ধাৰ মৃতদেহ। নিজৰ ডিঙি কাটি আত্মহত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰে মৃত্যুৰ আগতে লিখি গৈছিল চুইচাইড নোট সামাজিক মাধ্যমৰ জৰিয়তে নিজে আপলোড কৰিছিল মৃত ৰমেশে।ঘটনাস্থলীত ধুবুৰী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰিবলৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় লৈ প্ৰেৰণ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।1
- 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks1
- Post by T News1
- কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।1
- Post by Arshad Ali1
- # justice for zubeen gark1
- ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ। নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।1