logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি , ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে ফৰ্ম বিতৰণ কৰা হৈছিল আৰু প্ৰতিখন ফৰ্মৰ বিনিময়ত বিদ্যালয় কৰ্ত্তৃপক্ষই ২০ টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। আসন সীমিত থকাৰ পিছতো প্ৰায় ৫০০ খনকৈ ফ্ৰম বিতৰণ কৰা হৈছে বুলিও অভিযোগ অভিভাৱকৰ। প্ৰতিখন ফৰ্মৰ বিনিময়ত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। বিদ্যালয়ত কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো বিদ্যালয়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱক সকলে আজি উপায়ন্তৰ হৈ ধুবুৰী বিদ্যালয় পৰিদৰ্শক বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিব আহি সাংবাদিক মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

2 hrs ago
user_Amar Dhubri
Amar Dhubri
Media house আঠানি, ধুবুৰী, অসম•
2 hrs ago

ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি , ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে ফৰ্ম বিতৰণ কৰা হৈছিল আৰু প্ৰতিখন ফৰ্মৰ বিনিময়ত বিদ্যালয় কৰ্ত্তৃপক্ষই ২০ টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। আসন সীমিত থকাৰ পিছতো প্ৰায় ৫০০ খনকৈ ফ্ৰম বিতৰণ কৰা হৈছে বুলিও অভিযোগ অভিভাৱকৰ। প্ৰতিখন ফৰ্মৰ বিনিময়ত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। বিদ্যালয়ত কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো বিদ্যালয়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱক সকলে আজি উপায়ন্তৰ হৈ ধুবুৰী বিদ্যালয় পৰিদৰ্শক বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিব আহি সাংবাদিক মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

More news from Assam and nearby areas
  • বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃতদেহ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য। আজি ৰাতিপুৱা আনুমানিক ৭ টা মান বজাত বিলাসীপাৰা সম জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাণীৰঝাৰ দ্বিতীয় খণ্ড গাঁওৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধান খেতিৰ পথাৰত এটি মূতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মৃত দেহ টো নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তামাকুবাৰী আমপাৰাৰ গাঁওৰ ওমৰ আলী বুলি জানিব পৰা গৈছে। আজি আনুমানিক ৭ টা মান বজাত স্থানীয় ৰাইজে মৃতদেহটো প্ৰত্যক্ষ কৰি নয়াহাট আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নয়াহাট আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। নয়াহাট আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ পিছত হে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    1
    বিলাসীপাৰা সম জিলাৰ নয়াহাট ফকিৰাণীঝাৰ ২য় খণ্ড ভোলাৰ গাঁৱত মৃতদেহ উদ্ধাৰ:- অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।
আজি ৰাতিপুৱা আনুমানিক ৭ টা মান বজাত বিলাসীপাৰা সম জিলাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত ফকিৰাণীৰঝাৰ দ্বিতীয় খণ্ড গাঁওৰ  ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ধান খেতিৰ পথাৰত এটি  মূতদেহ উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।
মৃত দেহ টো নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত তামাকুবাৰী আমপাৰাৰ গাঁওৰ ওমৰ আলী বুলি জানিব পৰা গৈছে।
আজি আনুমানিক ৭ টা মান বজাত স্থানীয় ৰাইজে  মৃতদেহটো প্ৰত্যক্ষ কৰি নয়াহাট আৰক্ষীক খবৰ দিয়ে । লগে লগে ঘটনাস্থলীত নয়াহাট  আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।
নয়াহাট আৰক্ষীয়ে উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ পিছত হে প্ৰকৃত ঘটনা পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
    user_North East Bulletin
    North East Bulletin
    Dhubri, Assam•
    29 min ago
  • ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে। অভিযোগ অনুসৰি , ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে ফৰ্ম বিতৰণ কৰা হৈছিল আৰু প্ৰতিখন ফৰ্মৰ বিনিময়ত বিদ্যালয় কৰ্ত্তৃপক্ষই ২০ টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। আসন সীমিত থকাৰ পিছতো প্ৰায় ৫০০ খনকৈ ফ্ৰম বিতৰণ কৰা হৈছে বুলিও অভিযোগ অভিভাৱকৰ। প্ৰতিখন ফৰ্মৰ বিনিময়ত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ। বিদ্যালয়ত কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো বিদ্যালয়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে। প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱক সকলে আজি উপায়ন্তৰ হৈ ধুবুৰী বিদ্যালয় পৰিদৰ্শক বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিব আহি সাংবাদিক মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
    1
    ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ। 
ছাত্ৰ ছাত্ৰীক ফৰ্ম দিয়াৰ বিনিময়ত 20 টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ বিদ্যালয়ৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে।
অভিযোগ অনুসৰি , ধুবুৰীৰ পিম শ্ৰী হুদুৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিকৰ বিদ্যালয়ত নতুন ছাত্ৰ-ছাত্ৰীক ভৰ্তি কৰাৰ বাবে ফৰ্ম বিতৰণ কৰা হৈছিল আৰু প্ৰতিখন ফৰ্মৰ বিনিময়ত বিদ্যালয় কৰ্ত্তৃপক্ষই ২০ টকাকৈ সংগ্ৰহৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ।
অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰত ৰাখিছে বিদ্যালয় কৰ্তৃপক্ষই। আসন সীমিত থকাৰ পিছতো প্ৰায় ৫০০ খনকৈ ফ্ৰম বিতৰণ কৰা হৈছে বুলিও অভিযোগ অভিভাৱকৰ। প্ৰতিখন ফৰ্মৰ বিনিময়ত 20 টকাকৈ লোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ।
বিদ্যালয়ত কৰ্তৃপক্ষক বহুবাৰ অৱগত কৰাৰ পিছতো বিদ্যালয়ত কৰ্তৃপক্ষই কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।
প্ৰায় অৰ্ধশতাধিক ছাত্ৰ-ছাত্ৰীৰ আৰু অভিভাৱক সকলে আজি উপায়ন্তৰ হৈ ধুবুৰী বিদ্যালয় পৰিদৰ্শক বিষয়াক এখন লিখিত অভিযোগ দাখিল কৰিব আহি সাংবাদিক মাধ্যমৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    2 hrs ago
  • 📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ #pratidintalks
    1
    📍মুম্বাইৰ পৰা অসমৰ গোৱালপাৰা লৈ গৌৰৱ কঢ়িয়াই আনিলে সুস্মিতা আহমেদ 
#pratidintalks
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    7 hrs ago
  • Post by T News
    1
    Post by T News
    user_T News
    T News
    Local News Reporter মানকাচৰ, দক্ষিণ শালমাৰা মানকাচৰ, অসম•
    2 hrs ago
  • কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ। কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত। যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে। বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    1
    কয়াকুছি বজাৰত চুৰি কাণ্ডৰ দৃশ্য চি চি টিভি কেমেৰাত আৱদ্ধ।
কয়াকুছি বজাৰতএটাৰ পিছত আন এটা চুৰি কাণ্ড চলাই যোৱা যুৱকজন চিনাক্ত।
যুৱকজনৰ নাম আওছ আলী বুলি চিনাক্ত কৰা হৈছে।
বৰ্তমানলৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
    user_ND Axom
    ND Axom
    Media house বৰপেটা, বৰপেটা, অসম•
    2 hrs ago
  • চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয়  সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    1
    চিকিৎসকৰ চৰম অৰাজকতা, মইমতালিৰে চলিছে ৰাংগাপানী ৰাজ্যিক পশু চিকিৎসালয় 
সংশ্লিষ্ট বিভাগ- জিলা প্ৰশাসনক চিকিৎসক গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ, আৰু প্ৰয়োজনীয় অভাৱ পুৰণৰ দাবী ৰাইজৰ।
    user_Assam Local News
    Assam Local News
    News Channel বকো, কামৰূপ, অসম•
    34 min ago
  • Guru chor chor. 😡😡😡 news Assam
    1
    Guru chor chor. 😡😡😡
news Assam
    user_Bojan Namasudra
    Bojan Namasudra
    বজালী, বজালী, অসম•
    22 hrs ago
  • ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ। ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ। নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
    1
    ধুবুৰীৰ যুৱ ব্যৱসায়ী ৰমেশ শ্যামচেটাৰ আ*ত্ম*হ*ত্যাত শোকত স্তব্ধ ধুবুৰী চহৰ।
ৰাতিপুৱা ধুবুৰীস্থিত নিজ দোকানৰ চাদত উদ্ধাৰ মৃ*ত*দে*হ।
নিজৰ ডি*ঙি কা*টি আ*ত্ম*হ*ত্যা কৰিছে বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে।
    user_Amar Dhubri
    Amar Dhubri
    Media house আঠানি, ধুবুৰী, অসম•
    3 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.