ৰাজ্যৰ শিক্ষা বিভাগৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে লৈছে বিভিন্ন পদক্ষেপ। কিন্তু মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগত ঘটিছে কি। প্ৰথমে মন কৰক এই দৃশ্যলৈ। ধুবুৰীৰ গৌৰীপুৰৰ ছাড়াল ডাঙ্গা গাওঁৰ এই স্থানত ১৯৯৪ চনত স্থাপিত হৈছিল ছাড়াল ডাঙ্গা মডেল হাই স্কুল। কিন্তু অপ্ৰদেশীকৃত বিদ্যালয়খন বিগত পাঁচ বছৰ পূৰ্বে বন্ধ হৈ যায়। যাৰ বাবে বিদ্যালয়ৰ ঠাইত দেখা পোৱা গৈছে এই বৃহৎ জলাশয়। বিদ্যালয়খনৰ 18020321107 ডাইচ কোড অনুসৰি SEBA ই বিদ্যালয় খনৰ বাবে প্ৰদান কৰিছিল 06H0801 SEBA কোড। কিন্তু বিদ্যালয় খন বন্ধ হলেও বিদ্যালয় কৰ্তৃপক্ষই কাগজ কলমত বিদ্যালয় খন সক্ৰিয় হৈ থকাৰ বিপৰীতে নামভৰ্তিও চলাই থকা বুলি জনায় স্থানীয় একাংশ ৰাইজে।ইপিনে বিদ্যালয় খনৰ SEBA (06H0801) কোড অবৈধ ভাৱে ব্যৱহাৰ কৰি আহিছে ধুবুৰীৰ ফলিমাৰীৰ শংকৰ আজান জাতীয় বিদ্যালয় কৰ্তৃপক্ষই। যদিওঁ আচাৰ্যজনক কথা যে, বিগত পাঁচ বছৰে ছাড়াল ডাঙ্গা মডেল হাই স্কুল বন্ধ থকাৰ পিছতো হেনো খবৰ পোৱা নাই শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে। আনকি বিভাগীয় অনুমতি নথকাকৈ যোৱা কেইটা বছৰে অবৈধ ভাৱে চলোৱা হৈছে এইখন শংকৰ আজান জাতীয় বিদ্যালয়। ইপিনে ধুবুৰী জিলা প্ৰথমি শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে কৰা তদন্তৰ পিছত দুয়োখন বিদ্যালয় অবৈধ ভাৱে চলি থকাৰ কথা উল্লেখ কৰে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই এক ৰিপোৰ্ট দাখিল কৰাৰ উপৰিও জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা এক তদন্ত ঘোষণা কৰা হৈছে বুলিও উল্লেখ কৰে জিলা শিক্ষা বিষয়া গৰাকীয়ে।

- Post by Sangku das1
- Guru chor chor. 😡😡😡 news Assam1
- Bishnunagar keshiray hasimpur West Bengal Medinipur pin 7211331
- Post by Eakupall1
- आज डिब्रूगढ़ जेल से अमृतपाल सिंह को NSA से रात करीब 11:59 मुक्त किया जाएगा और उसके बाद पंजाब पुलिस गिरफ्तार करेंगे अमृतपाल सिंह को और Dibrugarh जेल में ही रखेंगे सूत्रों के हवाले से मिली जानकारी #newsreport1
- ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত আজি এগৰাকী অধিৱক্তাই আকস্মিক মৃত্যুক সাৱটি লোৱা ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে ।হাইদৰ আলী নামৰ অধিৱক্তা গৰাকীৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু আকস্মিক মৃত্যুক সাৱটি লয়।গুৱাহাটী উচ্চ ন্যায়ালয়ত অধিবক্তা ৰূপে কৰ্মৰত হাইদৰ আলীয়ে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত গোচৰীয়া এগৰাকীৰ সৈতে গোচৰ সংক্ৰান্তীয় কামত পুৱাৰ ভাগত উপস্থিত হয় । কিছুদিন ধৰি হৃদৰোগত আক্ৰান্ত হৈ অহা অধিবক্তা গৰাকীয়ে আদালত চৌহদৰ চকীত বহি থকা সময়তে সংজ্ঞা হেৰুৱাই মৃত্যুক সাৱতি লয়। ঘটনাক কেন্দ্ৰ কৰি লগে লগে হৈ চৈ লগাত ৰঙিয়া আৰক্ষীক অৱগত কৰাত আৰক্ষীৰ লোক উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে।অধিৱক্তা গৰাকীৰ আকস্মিক মৃত্যুত ৰঙিয়াত শোকৰ ছাঁ পৰে।1
- ৰাজ্যৰ শিক্ষা বিভাগৰ আমূল পৰিবৰ্তনৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে লৈছে বিভিন্ন পদক্ষেপ। কিন্তু মন্ত্ৰী ৰনোজ পেগুৰ শিক্ষা বিভাগত ঘটিছে কি। প্ৰথমে মন কৰক এই দৃশ্যলৈ। ধুবুৰীৰ গৌৰীপুৰৰ ছাড়াল ডাঙ্গা গাওঁৰ এই স্থানত ১৯৯৪ চনত স্থাপিত হৈছিল ছাড়াল ডাঙ্গা মডেল হাই স্কুল। কিন্তু অপ্ৰদেশীকৃত বিদ্যালয়খন বিগত পাঁচ বছৰ পূৰ্বে বন্ধ হৈ যায়। যাৰ বাবে বিদ্যালয়ৰ ঠাইত দেখা পোৱা গৈছে এই বৃহৎ জলাশয়। বিদ্যালয়খনৰ 18020321107 ডাইচ কোড অনুসৰি SEBA ই বিদ্যালয় খনৰ বাবে প্ৰদান কৰিছিল 06H0801 SEBA কোড। কিন্তু বিদ্যালয় খন বন্ধ হলেও বিদ্যালয় কৰ্তৃপক্ষই কাগজ কলমত বিদ্যালয় খন সক্ৰিয় হৈ থকাৰ বিপৰীতে নামভৰ্তিও চলাই থকা বুলি জনায় স্থানীয় একাংশ ৰাইজে।ইপিনে বিদ্যালয় খনৰ SEBA (06H0801) কোড অবৈধ ভাৱে ব্যৱহাৰ কৰি আহিছে ধুবুৰীৰ ফলিমাৰীৰ শংকৰ আজান জাতীয় বিদ্যালয় কৰ্তৃপক্ষই। যদিওঁ আচাৰ্যজনক কথা যে, বিগত পাঁচ বছৰে ছাড়াল ডাঙ্গা মডেল হাই স্কুল বন্ধ থকাৰ পিছতো হেনো খবৰ পোৱা নাই শংকৰ আজান জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক মইনুল হক চৌধুৰীয়ে। আনকি বিভাগীয় অনুমতি নথকাকৈ যোৱা কেইটা বছৰে অবৈধ ভাৱে চলোৱা হৈছে এইখন শংকৰ আজান জাতীয় বিদ্যালয়। ইপিনে ধুবুৰী জিলা প্ৰথমি শিক্ষা বিষয়া তথা জিলা বিদ্যালয় সমূহৰ পৰিদৰ্শকে কৰা তদন্তৰ পিছত দুয়োখন বিদ্যালয় অবৈধ ভাৱে চলি থকাৰ কথা উল্লেখ কৰে। ইতিমধ্যে বিষয়টো সন্দৰ্ভত উৰ্ধতম কৰ্তৃপক্ষই এক ৰিপোৰ্ট দাখিল কৰাৰ উপৰিও জিলা কৰ্তৃপক্ষৰ ফালৰ পৰা এক তদন্ত ঘোষণা কৰা হৈছে বুলিও উল্লেখ কৰে জিলা শিক্ষা বিষয়া গৰাকীয়ে।1
- Namkeen1
- তামুলপুৰ কচুবাৰীৰ মহাপ্ৰভু শ্ৰীশ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ বাঁহ গোসাঁই ফুৰোৱা উৎসৱ সামৰণি লগতে বাঁহ গোসাঁই খোলা পৰ্বও সম্পন্ন।1