logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

SK ASIK parbaria

1 day ago
user_Sek Asik
Sek Asik
চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ•
1 day ago

SK ASIK parbaria

  • user_Sek Asik
    Sek Asik
    চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ
    🤝
    1 hr ago
  • user_Sek Asik
    Sek Asik
    চাম্বাং চাৰ্কল, ক্ৰা ডাদি, অৰুণাচল প্ৰদেশ
    😍
    1 day ago
More news from Golaghat and nearby areas
  • असम के तिनसुकिया जिले में शनिवार को एक बड़ा रेल हादसा होते-होते टल गया। यहां एक रेलवे क्रॉसिंग पर माल ढोने वाली गाड़ी को चलती ट्रेन ने टक्कर मार दी। टक्कर इतनी तेज थी कि गाड़ी बुरी तरह क्षतिग्रस्त हो गई। हालांकि राहत की बात यह रही कि गाड़ी में मौजूद ड्राइवर और हेल्पर ने समय रहते कूदकर अपनी जान बचा ली। जानकारी के मुताबिक यह घटना तिनसुकिया जिले के लाइपुली इलाके की है। शनिवार 7 मार्च को एक मालवाहक गाड़ी रेलवे क्रॉसिंग पार करने की कोशिश कर रही थी। उसी दौरान सामने से आ रही ट्रेन ने गाड़ी को टक्कर मार दी।
    1
    असम के तिनसुकिया जिले में शनिवार को एक बड़ा रेल हादसा होते-होते टल गया। यहां एक रेलवे क्रॉसिंग पर माल ढोने वाली गाड़ी को चलती ट्रेन ने टक्कर मार दी। टक्कर इतनी तेज थी कि गाड़ी बुरी तरह क्षतिग्रस्त हो गई। हालांकि राहत की बात यह रही कि गाड़ी में मौजूद ड्राइवर और हेल्पर ने समय रहते कूदकर अपनी जान बचा ली। जानकारी के मुताबिक यह घटना तिनसुकिया जिले के लाइपुली इलाके की है। शनिवार 7 मार्च को एक मालवाहक गाड़ी रेलवे क्रॉसिंग पार करने की कोशिश कर रही थी। उसी दौरान सामने से आ रही ट्रेन ने गाड़ी को टक्कर मार दी।
    user_Vijay sharma
    Vijay sharma
    Morangi, Golaghat•
    7 hrs ago
  • এই দৃশ্য, নুমলীগড়ৰ বৰচাপৰিৰ। এখন ঘৰৰ বাৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কালি সন্ধিয়া বিয়া খাবলৈ যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়। মৃত যুৱকজনৰ নাম "অভি মুঢ়া" । আজি পুৱা স্থানীয় এগৰাকী মহিলা তথা নিজ খুড়ীয়েকে কামলৈ যাওঁতে ঘৰৰ বাৰীত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কোনোবাই নিচাসক্ত হৈ পৰি থকা বুলি ভাবিছিল যদিও পিছত ওচৰলৈ গৈ মুখত ফেন ওলাই থকা দেখি স্থানীয় লোকক খবৰ দিয়ে। মৃত যুৱকজনক তেওঁৰ খুড়ীয়েকে নিজৰ ভতিজা বুলি চিনাক্ত কৰিছে। উল্লেখ্য যে যোৱাকালি সন্ধিয়া ৬ বজাত বিয়া খাবলৈ গৈছিল। কিন্তু আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।​ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
    3
    এই দৃশ্য, নুমলীগড়ৰ বৰচাপৰিৰ। এখন ঘৰৰ বাৰীত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰিছে। কালি সন্ধিয়া বিয়া খাবলৈ যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱা উদ্ধাৰ হয়। মৃত যুৱকজনৰ নাম "অভি মুঢ়া" । আজি পুৱা স্থানীয় এগৰাকী মহিলা তথা নিজ খুড়ীয়েকে কামলৈ যাওঁতে ঘৰৰ বাৰীত যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰে। প্ৰথম অৱস্থাত কোনোবাই নিচাসক্ত হৈ পৰি থকা বুলি ভাবিছিল যদিও পিছত ওচৰলৈ গৈ মুখত ফেন ওলাই থকা দেখি স্থানীয় লোকক খবৰ দিয়ে। মৃত যুৱকজনক তেওঁৰ খুড়ীয়েকে নিজৰ ভতিজা বুলি চিনাক্ত কৰিছে। উল্লেখ্য যে যোৱাকালি সন্ধিয়া ৬ বজাত বিয়া খাবলৈ গৈছিল। কিন্তু আজি পুৱা তেওঁৰ মৃতদেহ উদ্ধাৰ হয়।তেওঁলোকে এই ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰিছে।​ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। মৰণোত্তৰ পৰীক্ষাৰ পাছতহে যুৱকজনৰ মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ আহিব।
    user_D B
    D B
    সাংবাদিক মৰঙী, গোলাঘাট, অসম•
    10 hrs ago
  • আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ পাৰ্থী তথা অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে ভাল বেয়া সকলো সময়ত কংগ্ৰেছ দলৰ লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    1
    আগন্তক বিধান সভাৰ নিৰ্বাচনৰ বাবে ব্যাপক প্ৰস্তুতি ৰাজনৈতিক  দল সমূহৰ l পিচ পৰি ৰোৱা নাই গোলাঘাটত কংগ্ৰেছ দলো l গোলাঘাট বিধান সভা সমষ্টিৰ কংগ্ৰেছ দলৰ  পাৰ্থী  তথা   অসম প্ৰদেশ কংগ্ৰেছৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বিতোপন শইকীয়াই মঙ্গলবাৰে সমষ্টিৰ বিভিন্ন স্থানত গৈ ৰাইজৰ লগত মত বিনিময় কৰে l লগতে  ভাল বেয়া সকলো সময়ত  কংগ্ৰেছ দলৰ  লগ নেৰা ৰাইজক ধন্যবাদ জ্ঞাপন কৰে বিতোপন শইকীয়াই।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    23 hrs ago
  • মাকুম বাইপাছৰ সমীপত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় শিৱানী হোটেল নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান। স্থানীয় ৰাইজে অগ্নি নিৰ্বাপিত কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয় ৷ অগ্নিকাণ্ডত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাই জুইয়ে অধিক বিধ্বংসী ৰূপ লয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও ইতিমধ্যে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানখন।
    1
    মাকুম বাইপাছৰ সমীপত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা। 
অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যায় শিৱানী হোটেল নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠান।
স্থানীয় ৰাইজে অগ্নি নিৰ্বাপিত কৰিবলৈ চেষ্টা চলাই যদিও বিফল হয় ৷
অগ্নিকাণ্ডত ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাই জুইয়ে অধিক বিধ্বংসী ৰূপ লয়। 
পৰৱৰ্তী সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হয় যদিও ইতিমধ্যে জাহ যায় ব্যৱসায়িক প্ৰতিষ্ঠানখন।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    6 hrs ago
  • সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনকেন্দ্ৰিক অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ ৷
    1
    সমাগত অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচন ৷ অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনকেন্দ্ৰিক অসম সংবাদ ২৪ ঘণ্টাৰ বিশেষ অনুষ্ঠান ৰাইজৰ মনৰ কথা ২০২৬ ৷
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    2 hrs ago
  • কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
    1
    কান্ধুলীমাৰি পৰমাইভেটি গাওঁ পঞ্চায়তত এম জি এনৰেগা আঁচনি ৰূপায়নত দুৰ্নীতিৰ অভিযোগ ।
    user_The Times of Guwahati
    The Times of Guwahati
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • চৰাইদেউ জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগ ২০২৪-২৫ বৰ্ষৰ পুজিৰে মাহমৰা সমষ্টিৰ পানীজান অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । এই কেন্দ্ৰটি নিৰ্মাণৰ বাবে দ'লবাগান পানীজান অংনবাড়ী কেন্দ্ৰটোৰ কৰ্মী ফাৰজিনা বেগমৰ পিতৃ প্ৰয়াত মতিউৰ ৰহমানে জীৱিত কালত দান কৰি থৈ গৈছিল ।
    1
    চৰাইদেউ জিলা পৰিষদৰ পঞ্চদশ বিত্তীয় আয়োগ ২০২৪-২৫ বৰ্ষৰ পুজিৰে মাহমৰা সমষ্টিৰ পানীজান অংগনবাৰী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী যোগেন মহনে । 
এই কেন্দ্ৰটি নিৰ্মাণৰ বাবে দ'লবাগান  পানীজান অংনবাড়ী কেন্দ্ৰটোৰ কৰ্মী ফাৰজিনা বেগমৰ পিতৃ প্ৰয়াত মতিউৰ ৰহমানে জীৱিত কালত দান কৰি থৈ গৈছিল ।
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    9 hrs ago
  • असम में साढ़े चार साल की बच्‍ची के साथ रेप, चॉकलेट का लालच देकर बच्‍ची को घर से ले गया था आरोपी असम के कछार जिले से दिल को दहला देने वाला मामला सामने आया है, जहां साढ़े चार साल की बच्‍ची से रेप का मामला सामने आया है. इस मामले में पुलिस ने एक 26 साल के युवक को गिरफ्तार किया है. आरोपी उसी इलाके का रहने वाला बताया जा रहा है और पुलिस मामले की गहन जांच कर रही है. बच्‍ची के परिवार ने इस मामले में एफआईआर दर्ज करवाई है. परिवार की ओर से दर्ज एफआईआर के मुताबिक, यह घटना 4 मार्च को हुई थी. बच्ची के परिजनों ने 6 मार्च को संबंधित थाने में शिकायत दर्ज कराई, जिसके बाद पुलिस ने इस मामले में कार्रवाई शुरू की.
    1
    असम में साढ़े चार साल की बच्‍ची के साथ रेप, चॉकलेट का लालच देकर बच्‍ची को घर से ले गया था आरोपी
असम के कछार जिले से दिल को दहला देने वाला मामला सामने आया है, जहां साढ़े चार साल की बच्‍ची से रेप का मामला सामने आया है. इस मामले में पुलिस ने एक 26 साल के युवक को गिरफ्तार किया है. आरोपी उसी इलाके का रहने वाला बताया जा रहा है और पुलिस मामले की गहन जांच कर रही है. बच्‍ची के परिवार ने इस मामले में एफआईआर दर्ज करवाई है. 
परिवार की ओर से दर्ज एफआईआर के मुताबिक, यह घटना 4 मार्च को हुई थी. बच्ची के परिजनों ने 6 मार्च को संबंधित थाने में शिकायत दर्ज कराई, जिसके बाद पुलिस ने इस मामले में कार्रवाई शुरू की.
    user_Vijay sharma
    Vijay sharma
    Morangi, Golaghat•
    8 hrs ago
  • তিনিচুকীয়া জিলাত উন্নয়নমূলক কাম-কাজ অব্যাহত ৰাখি আজি তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে তিনিচুকীয়া চহৰৰ ভি আই পি পথ আৰু শুভচনী পথত নলাৰ আধাৰশিলা স্থাপন কৰে। উক্ত অনুষ্ঠানত স্থানীয় ৰাইজ আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে। দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত নলা ব্যৱস্থাৰ অভাৱত বৰষুণৰ সময়ত পানী জমা হৈ ৰাইজে নানা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল। বিধায়ক সঞ্জয় কিষানে কয় যে নলাৰ এই নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ পানী নিষ্কাশনৰ সমস্যা বহু পৰিমাণে সমাধান হ’ব আৰু ৰাইজে সুফল লাভ কৰিব। তেওঁ লগতে উন্নয়নমূলক কাম-কাজ আগন্তুক দিনতো অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাই বিধায়কক ধন্যবাদ জ্ঞাপন কৰে।
    1
    তিনিচুকীয়া জিলাত উন্নয়নমূলক কাম-কাজ অব্যাহত ৰাখি আজি তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষানে তিনিচুকীয়া চহৰৰ ভি আই পি পথ আৰু শুভচনী পথত নলাৰ আধাৰশিলা স্থাপন কৰে।
উক্ত অনুষ্ঠানত স্থানীয় ৰাইজ আৰু দলীয় কৰ্মীসকল উপস্থিত থাকে। দীৰ্ঘদিন ধৰি উক্ত অঞ্চলত নলা ব্যৱস্থাৰ অভাৱত বৰষুণৰ সময়ত পানী জমা হৈ ৰাইজে নানা অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছিল।
বিধায়ক সঞ্জয় কিষানে কয় যে নলাৰ এই নিৰ্মাণ সম্পূৰ্ণ হ’লে অঞ্চলটোৰ পানী নিষ্কাশনৰ সমস্যা বহু পৰিমাণে সমাধান হ’ব আৰু ৰাইজে সুফল লাভ কৰিব। তেওঁ লগতে উন্নয়নমূলক কাম-কাজ আগন্তুক দিনতো অব্যাহত থাকিব বুলি আশ্বাস প্ৰদান কৰে। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাই বিধায়কক ধন্যবাদ জ্ঞাপন কৰে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.