logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

মাটিৰ পট্টা পালে, ৩০ টকালৈ বৃদ্ধি হ'ল চাহ শ্ৰমিকৰ মজুৰী, নাহৰকটীয়াত শ্ৰমিকৰ ধন্যবাদ যাত্ৰা চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।

4 hrs ago
user_Dibrugarh Local News
Dibrugarh Local News
Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
4 hrs ago

মাটিৰ পট্টা পালে, ৩০ টকালৈ বৃদ্ধি হ'ল চাহ শ্ৰমিকৰ মজুৰী, নাহৰকটীয়াত শ্ৰমিকৰ ধন্যবাদ যাত্ৰা চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।

More news from অসম and nearby areas
  • তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    1
    তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ।
লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা।
এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    18 hrs ago
  • শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" ​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।
    4
    শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।"
​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    11 hrs ago
  • বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    1
    বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    8 hrs ago
  • असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    1
    असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश
असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    user_Bashar khan
    Bashar khan
    Golaghat, Assam•
    16 hrs ago
  • Post by Trinayan Bora khobor bokakhat
    1
    Post by Trinayan Bora khobor bokakhat
    user_Trinayan Bora khobor bokakhat
    Trinayan Bora khobor bokakhat
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    7 hrs ago
  • Post by S KUMAR
    1
    Post by S KUMAR
    user_S KUMAR
    S KUMAR
    চামাগুৰি, নগাঁও, অসম•
    9 hrs ago
  • সোণোৱাল কছাৰী সকলৰ পবিত্ৰ কৃষিভিত্তিত উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ দুলীয়া দাইনীজানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে খ্ৰীং খ্ৰীং বাইথ' পূজা। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
    1
    সোণোৱাল কছাৰী সকলৰ পবিত্ৰ কৃষিভিত্তিত উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ দুলীয়া দাইনীজানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে খ্ৰীং খ্ৰীং বাইথ' পূজা। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    1
    বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    8 hrs ago
  • কাজিৰঙাত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যান মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অখিল গগৈয়ে।
    1
    কাজিৰঙাত মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে কাজিৰঙা অৰ্কিড উদ্যান। অৰ্কিড উদ্যান মুকলি কৰাৰ পাছতে মুখ্যমন্ত্ৰীক সমালোচনা কৰিলে অখিল গগৈয়ে।
    user_Trinayan Bora khobor bokakhat
    Trinayan Bora khobor bokakhat
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    7 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.