logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰ নাজিৰাত বিৰোধী শিবিৰত মোক্ষম আঘাতঃ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৯ শতাধিকৰ বিজেপিত যোগদান— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" ​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।

11 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
11 hrs ago

শিৱসাগৰ নাজিৰাত বিৰোধী শিবিৰত মোক্ষম আঘাতঃ পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত ৯ শতাধিকৰ বিজেপিত যোগদান— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" ​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।

More news from অসম and nearby areas
  • শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত দিখৌমুখৰ ভৰলুৱাত এক উত্তেজনাপূৰ্ণ পৰিৱেশত সম্পন্ন হ’ল ভৰলুৱা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজিত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা।দিখৌমুখবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰয়াত শিক্ষাবিদ ধৰ্মকান্ত শইকীয়া আৰু সমাজকৰ্মী ৰিন্তুু শইকীয়াৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়। ​খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে। বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে খেলৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    4
    শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত দিখৌমুখৰ ভৰলুৱাত এক উত্তেজনাপূৰ্ণ পৰিৱেশত সম্পন্ন হ’ল ভৰলুৱা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজিত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা।দিখৌমুখবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰয়াত শিক্ষাবিদ ধৰ্মকান্ত শইকীয়া আৰু সমাজকৰ্মী ৰিন্তুু শইকীয়াৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়।
​খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে। বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে খেলৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    8 hrs ago
  • ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে
    1
    ১৯৮ বছৰৰ পাছত চৰাইদেউৰ লাংকুৰী দেওশালণ চোমদেও পূজা অৰ্পণ। ১৭ ফাগুন ত্তাঈ পূৰ্ণিমা লগত সংগতি ৰাখি ধেমাজি জিলাৰ হাতীগড় ফুৰালং সংঘৰ উদ্যোগত আৰু চৰাইদেউ আমাৰ গৌৰৱ নামৰ এক স্বেচ্ছাসেৱী সংগঠনৰ সহযোগত চৰাইদেউ লাংকুৰী দেওশালত চূম-ফ্ৰা ৰূং -ছেং মিয়ুং তথা চোমদেউক পূজা আগবঢ়োৱা হয়।সমগ্ৰ পূজা ভাগ আয়োজনত অংশগ্ৰহণ কৰে ধেমাজি, লক্ষিমপুৰ জিলাৰ পৰা অহা ৩ শতাধিক লোকে
    user_Charaideo news
    Charaideo news
    মাহমৰা, চৰাইদেউ, অসম•
    19 hrs ago
  • সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে।
    1
    সমূহ অসমবাসীৰ বাবে পবিত্ৰ ৰমজান মাহ উপলক্ষে মজনুৰ হক আৰু তেওঁৰ সংগী বৃন্দই জাৰি গীত পৰিৱেশন কৰে।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • ডিব্ৰুগড়ত আজি অসম দৰ্শন আঁচনিৰ অধীনত ৮০ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫০ টা উপাসনা স্থলী অৰ্থাৎ নামঘৰলৈ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে। অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ধন আবণ্টন কৰি আহিছে। আজি অনুষ্ঠিত অনুষ্ঠানত ১৫০ টা নামঘৰৰ প্ৰতিনিধিসকলৰ হাতত চেক প্ৰদান কৰা হয়। ডিব্ৰুগড়ত আজি চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে, আঁচনিৰ ধন সঠিক আৰু স্বচ্ছভাৱে ব্যৱহাৰ কৰিব লাগিব। তেওঁ সকলো নামঘৰ পৰিচালনা সমিতিক উন্নয়নমূলক কামত গুৰুত্ব দিবলৈ আহ্বান জনায়। “এই আঁচনিৰ জৰিয়তে আমাৰ ধৰ্মীয় আৰু সামাজিক স্থানসমূহ অধিক সুসংগঠিত হ’ব। সকলোয়ে ধনৰ সৎ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব।” — প্ৰশান্ত ফুকন তেওঁ লগতে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ-ৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা জনসাধাৰণলৈ আগবঢ়াই দিয়া হৈছে। অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলক চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়। ডিব্ৰুগড় সমষ্টিত বৰ্তমানলৈ মুঠ ৩ শ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে ৩ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে। প্ৰথম পৰ্যায়ত ডেৰ লাখ আৰু দ্বিতীয় পৰ্যায়ত ডেৰ লাখ সৰ্ব মুঠ ৩ লাখকৈ প্ৰদান কৰা হয়। অসম দৰ্শন আঁচনিৰ এই পদক্ষেপে ডিব্ৰুগড়ত ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত নতুন গতি সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
    1
    ডিব্ৰুগড়ত আজি অসম দৰ্শন আঁচনিৰ অধীনত ৮০ নং ডিব্ৰুগড় বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৫০ টা উপাসনা স্থলী অৰ্থাৎ নামঘৰলৈ চেক বিতৰণ কৰা হয়। এই চেক বিতৰণ কৰে ডিব্ৰুগড় সমষ্টিৰ বিধায়ক তথা কেবিনেট মন্ত্ৰী প্ৰশান্ত ফুকনে। অসম দৰ্শন আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে ধৰ্মীয় আৰু সাংস্কৃতিক স্থানসমূহৰ উন্নয়নৰ বাবে ধন আবণ্টন কৰি আহিছে। আজি অনুষ্ঠিত অনুষ্ঠানত ১৫০ টা নামঘৰৰ প্ৰতিনিধিসকলৰ হাতত চেক প্ৰদান কৰা হয়। ডিব্ৰুগড়ত আজি চেক বিতৰণ অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰী প্ৰশান্ত ফুকনে কয় যে, আঁচনিৰ ধন সঠিক আৰু স্বচ্ছভাৱে ব্যৱহাৰ কৰিব লাগিব। তেওঁ সকলো নামঘৰ পৰিচালনা সমিতিক উন্নয়নমূলক কামত গুৰুত্ব দিবলৈ আহ্বান জনায়। “এই আঁচনিৰ জৰিয়তে আমাৰ ধৰ্মীয় আৰু সামাজিক স্থানসমূহ অধিক সুসংগঠিত হ’ব। সকলোয়ে ধনৰ সৎ ব্যৱহাৰ নিশ্চিত কৰিব লাগিব।” — প্ৰশান্ত ফুকন
তেওঁ লগতে কয় যে, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ-ৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সুবিধা জনসাধাৰণলৈ আগবঢ়াই দিয়া হৈছে। অনুষ্ঠানত উপস্থিত হিতাধিকাৰীসকলক চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰা হয়।
ডিব্ৰুগড় সমষ্টিত বৰ্তমানলৈ মুঠ ৩ শ টা নামঘৰলৈ অসম দৰ্শন আঁচনিৰ জৰিয়তে ৩ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰা হৈছে।
প্ৰথম পৰ্যায়ত ডেৰ লাখ আৰু দ্বিতীয় পৰ্যায়ত ডেৰ লাখ সৰ্ব মুঠ ৩ লাখকৈ প্ৰদান কৰা হয়।
অসম দৰ্শন আঁচনিৰ এই পদক্ষেপে ডিব্ৰুগড়ত ধৰ্মীয় আৰু সামাজিক ক্ষেত্ৰত নতুন গতি সঞ্চাৰ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    4 hrs ago
  • আজি গোলাঘাটৰ কমাৰগাঁৱত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কঁহৰাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে কমাৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে।
    1
    আজি  গোলাঘাটৰ কমাৰগাঁৱত উপস্থিত হয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। কঁহৰাৰ পৰা হেলিকপ্টাৰেৰে পোনে পোনে কমাৰগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। কমাৰগাঁৱত সতী সাধনী কলাক্ষেত্ৰৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰা, কাজিৰঙা লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আদি উপস্থিত থাকে।
    user_Dibya Jyoti Saikia
    Dibya Jyoti Saikia
    Golaghat, Assam•
    6 hrs ago
  • গোলাঘাট জিলা কংগ্ৰেছ কাৰ্য্যালয়ত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ।সৰুপথাৰ সমষ্টি অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াক এৰি নিদিওঁ।সৰুপথাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লাগিবই।গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয় প্ৰতিবাদ কৰি হুংকাৰ মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীৰ।
    1
    গোলাঘাট জিলা কংগ্ৰেছ কাৰ্য্যালয়ত কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ।সৰুপথাৰ সমষ্টি অজাপৰ প্ৰাৰ্থী জীৱন চুতীয়াক এৰি নিদিওঁ।সৰুপথাৰ সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী লাগিবই।গোলাঘাট জিলা কংগ্ৰেছ কাৰ্যালয় প্ৰতিবাদ কৰি হুংকাৰ  মঙ্গলবাৰে বিয়লি প্ৰায় ৩ বজাত  সৰুপথাৰৰ কংগ্ৰেছ কৰ্মীৰ।
    user_Malobika bora
    Malobika bora
    গোলাঘাট, গোলাঘাট, অসম•
    7 hrs ago
  • असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    1
    असम: TISS के गर्ल्स हॉस्टल के बाथरूम में साबुन के पैकेट में स्पाई कैमरा, नहाने गई छात्रा ने देखा तो उड़े होश
असम के गुवाहाटी में स्थित टाटा सामाजिक विज्ञान संस्थान (टीएसआईएसएस) के गर्ल्स हॉस्टल में एक हैरान कर देने वाला मामला सामने आया है। यहां हॉस्टल के बाथरूम के अंदर साबुन के पैकेट में छिपा हुआ कैमरा मिला। इस घटना के सामना आने के बाद छात्रों में गुस्सा और डर का माहौल है। छात्राओं ने इस घटना के बाद कड़ी कार्रवाई की मांग की है। अब टीएसआईएसएस के अधिकारी इस बात का पता लगाने की कोशिश कर रहे हैं कि यह घिनौनी हरकत किसने और क्यों की है। फिलहाल मामले की जांच की जा रही है।
    user_Bashar khan
    Bashar khan
    Golaghat, Assam•
    16 hrs ago
  • শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। ​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।" ​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।
    4
    শিৱসাগৰ নাজিৰাত কংগ্ৰেছ আৰু ৰাইজৰ দললৈ মোক্ষম আঘাত। কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা আৰু নেতা ময়ুৰ বৰগোহাঁইৰ উপস্থিতিত আজি প্ৰায় ৯০০ কৰ্মীয়ে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।
​এই অনুষ্ঠানতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উদ্দেশ্যি বিস্ফোৰক মন্তব্য কৰে পবিত্ৰ মাৰ্ঘেৰিটায়ে। তেওঁ কয়— "দেৱব্ৰত শইকীয়াৰ প্ৰতিও আমাৰ দুৱাৰ খোলা আছে, কেৱল তেওঁ 'মিঞা প্ৰীতি' ত্যাগ কৰিব লাগিব।"
​এই বৃহৎ যোগদানে নাজিৰাত বিজেপিৰ ভেটি অধিক শক্তিশালী কৰা বুলি মন্তব্য কৰে ময়ুৰ বৰগোহাঁইয়ে।
    user_Farid Ali.
    Farid Ali.
    Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
    11 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.