logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

শিৱসাগৰৰ দিখৌমুখৰ ভৰলুৱাত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্নঃচুড়ান্ত খেলত উপস্থিত সমাজকৰ্মী লাচিত গগৈ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত দিখৌমুখৰ ভৰলুৱাত এক উত্তেজনাপূৰ্ণ পৰিৱেশত সম্পন্ন হ’ল ভৰলুৱা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজিত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা।দিখৌমুখবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰয়াত শিক্ষাবিদ ধৰ্মকান্ত শইকীয়া আৰু সমাজকৰ্মী ৰিন্তুু শইকীয়াৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়। ​খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে। বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে খেলৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

6 hrs ago
user_Farid Ali.
Farid Ali.
Local News Reporter শিৱসাগৰ, শিৱসাগৰ, অসম•
6 hrs ago

শিৱসাগৰৰ দিখৌমুখৰ ভৰলুৱাত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা সম্পন্নঃচুড়ান্ত খেলত উপস্থিত সমাজকৰ্মী লাচিত গগৈ। শিৱসাগৰ জিলাৰ গৌৰীসাগৰস্থিত দিখৌমুখৰ ভৰলুৱাত এক উত্তেজনাপূৰ্ণ পৰিৱেশত সম্পন্ন হ’ল ভৰলুৱা ক্ৰিকেট ক্লাৱৰ উদ্যোগত আয়োজিত টি-১০ ক্ৰিকেট প্ৰতিযোগিতা।দিখৌমুখবাসী ৰাইজৰ সৰ্বতোপ্ৰকাৰৰ সহযোগত অনুষ্ঠিত এই প্ৰতিযোগিতাখন প্ৰয়াত শিক্ষাবিদ ধৰ্মকান্ত শইকীয়া আৰু সমাজকৰ্মী ৰিন্তুু শইকীয়াৰ সোঁৱৰণত উৎসৰ্গা কৰা হয়। ​খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ চুড়ান্ত খেলখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে। বিশিষ্ট সমাজকৰ্মী লাচিত গগৈয়ে খেলৰ অন্তত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।

More news from অসম and nearby areas
  • বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    1
    বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।
    1
    চাহ বাগিছা অঞ্চলত বহুদিনীয়া মাটি পট্টা দাবী পূৰণ আৰু চাহ শ্ৰমিকৰ মজুৰি ৩০ টকাৰ বৃদ্ধি কৰাৰ বাবে  নাহৰকটীয়া মণ্ডল চাহ জনগোষ্ঠী মৰ্চাৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু স্থানীয় বিধায়ক তৰংগ গগৈক ধন্যবাদ জ্ঞাপন কৰি এক শোভাযাত্ৰা বাহিৰ কৰা হয়। চাহ বাগিছা অঞ্চলৰ ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত ড° হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ এই জনহিতৈষী মনোভাৱক শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷ দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।
    1
    তিনিচুকীয়াৰ আনন্দ নগৰৰ বাসিন্দা  বিনয় মিশ্ৰৰ ঘৰত সোমবাৰে দিনৰ ভাগত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ১৬টা ভাড়া ঘৰ ভস্মীভূত হয় ৷
দুখৰ সমভাগী হ’বলৈ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণে।
ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে কথা পাতি তেওঁলোকক সাহস আৰু শান্তনা প্ৰদান কৰাৰ লগতে তাৎক্ষণিক সহায় আগবঢ়োৱাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে বিধায়কগৰাকীয়ে। 
সমান্তৰালভাৱে আগন্তুক দিনত যাতে এনে ঘটনা পুনৰ নঘটে তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ল’বলৈ নিৰ্দেশ প্ৰদান কৰে বিধায়কগৰাকীয়ে।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    16 hrs ago
  • Post by Trinayan Bora khobor bokakhat
    1
    Post by Trinayan Bora khobor bokakhat
    user_Trinayan Bora khobor bokakhat
    Trinayan Bora khobor bokakhat
    Local News Reporter বোকাখাত, গোলাঘাট, অসম•
    5 hrs ago
  • Post by S KUMAR
    1
    Post by S KUMAR
    user_S KUMAR
    S KUMAR
    চামাগুৰি, নগাঁও, অসম•
    7 hrs ago
  • ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া। তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ। ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ। কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক। ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী। কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে। অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব। AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    1
    ৰূপহীহাটৰ কংগ্ৰেছৰ প্ৰাৰ্থীত্ব লাভ কৰা বিধায়ক নুৰুল হুদাৰ প্ৰথম প্ৰতিক্ৰিয়া।
তৃতীয়বাৰৰ বাবে ৰূপহীহাটত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে নুৰুল হুদাক ঘোষণা AICC ৰ।
ৰূপহীহাট বিধানসভা নিৰ্বাচনৰ তৃতীয় বাৰৰ বাবে নুৰুল হুদাৰ নাম ঘোষণাৰ পিছতেই বিধায়ক গৰাকীৰ বাহসগৃহত উখল মাখল পৰিৱেশ।
কৰ্মী সমৰ্থকে গামোচাৰে আদৰণি জনায় বিধায়ক গৰাকীক।
ৰূপহীহাট বিধানসভাত নুৰুল হুদাৰ কোনো দলৰ সৈতে প্ৰতিদ্বন্দিতা নহয় অসমত বিজেপিৰ সৈতে প্ৰতিদ্বন্দিতা হব আৰু অসমত কংগ্ৰেছৰ চৰকাৰ হব বুলি দাবী।
কংগ্ৰেছৰ প্ৰথমখন ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ সকলোৱেই জয়ী হব বুলি মন্তব্য কৰে।
অসমত সাম্প্ৰদায়িক ৰাজনীতিৰ অৱসান ঘটিব আৰু কংগ্ৰেছৰ চৰকাৰ হব।
AIUDF শূণ্য ফলাফল লৈ এইবাৰ নিৰ্বাচনৰ পিছত ঘৰমুৱা হব বুলি মন্তব্য বিধায়ক গৰাকীৰ।
    user_Samaguri live
    Samaguri live
    Journalist ৰূপাহী, নগাঁও, অসম•
    37 min ago
  • বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    1
    বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ লখিমপুৰ জিলা নকাড়ী বৰ নামঘৰটো উদ্‌যাপন কৰা হয় দৌল উৎসৱ।
    user_MR ABDUL MOTIN
    MR ABDUL MOTIN
    Journalist উত্তৰ লখিমপুৰ, লখিমপুৰ, অসম•
    6 hrs ago
  • সোণোৱাল কছাৰী সকলৰ পবিত্ৰ কৃষিভিত্তিত উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ দুলীয়া দাইনীজানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে খ্ৰীং খ্ৰীং বাইথ' পূজা। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
    1
    সোণোৱাল কছাৰী সকলৰ পবিত্ৰ কৃষিভিত্তিত উৎসৱ খ্ৰীং খ্ৰীং বাইথ' পূজা আজি সমগ্ৰ ৰাজ্যৰ লগতে ডিব্রুগড়তো উদযাপন কৰা হয়। ডিব্ৰুগড়ৰ দুলীয়া দাইনীজানত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে খ্ৰীং খ্ৰীং বাইথ' পূজা। এই উপলক্ষে অনুষ্ঠিত হোৱা অনুষ্ঠানত মন্ত্ৰী প্ৰশান্ত ফুকন উপস্থিত থাকে। আনহাতে এই অনুষ্ঠানতে কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়।
    user_Dibrugarh Local News
    Dibrugarh Local News
    Local News Reporter ডিব্ৰুগড় পশ্চিম, ডিব্ৰুগড়, অসম•
    2 hrs ago
  • তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ। লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা। এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    1
    তিনিচুকীয়া জিলাত জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানক উৎকৃষ্টতাৰ কেন্দ্ৰলৈ উন্নীতকৰণৰ আধাৰশিলা স্থাপন অনুষ্ঠান সম্পন্ন । অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সমষ্টিৰ বিধায়ক সঞ্জয় কিষাণ।
লগতে উক্ত সময়ছোৱাত উপস্থিত থাকে জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠান তিনিচুকীয়াৰ অধ্যক্ষা সংসিতা গগৈ, জিলা বিদ্যালয় পৰিদৰ্শক বিন্তি শৰ্মা।
এই প্ৰকল্প অসম চৰকাৰৰ ৰাজ্যিক শিক্ষা অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা অৰ্থায়িত আৰু অসম ৰাজ্যিক অনুসূচিত জাতি উন্নয়ন নিগম লিমিটেডৰ দ্বাৰা সম্পাদিত হৈছে, আনুমানিক খৰচ ৯১৫.২৯ লাখ টকা।
    user_Tinsukia TIME
    Tinsukia TIME
    তিনিচুকীয়া, তিনিচুকীয়া, অসম•
    16 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.