logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

12 hrs ago
user_Mr Anwar Hussain
Mr Anwar Hussain
মাহমৰা, হোজাই, অসম•
12 hrs ago
4f84653a-922b-4de5-9cae-28e5bea38427
3f30f28c-24a8-4370-87cb-4be563668338
f7c93972-77f4-4f42-a140-0a6183a05337
23c9e79a-6dc7-413e-8373-21b5e9805f13
c5b753d9-e43b-4d2b-80a2-3e9d42d575f7
cd1e499a-bae1-4a06-b627-fa9535710097

More news from অসম and nearby areas
  • হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচ্যুত হোৱা খাটাং | সেইবাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে | হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একে টি ভি চাব নোৱাৰা হৈছে | কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই | .........সাংসদ ৰকিবুল হুছেইন |
    1
    হিমন্ত বিশ্ব শৰ্মা এইবাৰ গাদীচ্যুত হোৱা খাটাং | সেইবাবে অতি নিম্ন মানৰ ৰাজনীতি কৰিছে | হিমন্ত বিশ্ব শৰ্মাৰ বাবে পৰিয়ালৰ লোকে একে টি ভি চাব নোৱাৰা হৈছে | কোন সময়ত কি কথা কৈ দিয়ে তাৰ ঠিক নাই |
.........সাংসদ ৰকিবুল হুছেইন |
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • ৰূপহীহাটৰ নতুন বজাৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ মুকলি #viral video
    1
    ৰূপহীহাটৰ নতুন বজাৰত প্ৰধানমন্ত্ৰী ভাৰতীয় জন ঔষধী কেন্দ্ৰ মুকলি 
#viral video
    user_D Talks Ne
    D Talks Ne
    Local News Reporter Rupahi, Nagaon•
    2 hrs ago
  • হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়। এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।
    1
    হোজাই স্থিত আজমল ফাউণ্ডেচনৰ অন্তৰ্গত আজমল ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। আনন্দ উল্লাসৰ মাজতেই  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
এইবেলি উচ্চতৰ মাধ্যমিকৰ কলা শাখাত শিক্ষানুষ্ঠান খনিৰ ৮০ গৰাকী ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছিল আৰু তাৰে ৫১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে প্ৰথম বিভাগ, ১৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ষ্টাৰ নম্বৰ আৰু এগৰাকী ছাত্ৰই ডিষ্টিংচন লাভ কৰাত স্থানীয় ৰাইজ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    10 hrs ago
  • Post by Mustafa SalimAhmed
    1
    Post by Mustafa SalimAhmed
    user_Mustafa SalimAhmed
    Mustafa SalimAhmed
    Local News Reporter ধিং, নগাঁও, অসম•
    15 hrs ago
  • উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
    1
    উচ্চতৰ মাধ্যমিকৰ চুৰান্ত পৰীক্ষাত সুখ্যাতিৰে উৰ্ত্তীৰ্ণ হোৱা প্ৰীতি বৈশ্যক সম্বৰ্ধনা আমছুৰ
    user_Assam sangbad 24
    Assam sangbad 24
    Dhekiajuli (Pt), Sonitpur•
    4 hrs ago
  • Post by অঞ্জন শ‌ইকীয়া
    4
    Post by অঞ্জন শ‌ইকীয়া
    user_অঞ্জন শ‌ইকীয়া
    অঞ্জন শ‌ইকীয়া
    না-দুৱাৰ, বিশ্বনাথ, অসম•
    16 hrs ago
  • সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৮৩ শতাংশ নম্বৰেৰে উজলিল লংকা নখুটিৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি শইকীয়া।
    1
    সদ্য ঘোষিত অসম উচ্চতৰ মাধ্যমিকৰ কলা শাখাত ৮৩ শতাংশ নম্বৰেৰে উজলিল লংকা নখুটিৰ নীলবাগান জাতীয় বিদ্যালয়ৰ ছাত্ৰ লক্ষ্যজ্যোতি শইকীয়া।
    user_JANJU LIVE
    JANJU LIVE
    Local News Reporter লংকা, হোজাই, অসম•
    15 hrs ago
  • হিমন্ত বিশ্ব শৰ্মাৰ থৰকা ছুটি হেৰুৱাইছে | এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচ্যুত হোৱা টো খাটাং | গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱা টো খাটাং | গৌৰৱ গগৈ মূখ্য মন্ত্ৰী হব |......মীৰা বৰঠাকুৰ
    1
    হিমন্ত বিশ্ব শৰ্মাৰ থৰকা ছুটি হেৰুৱাইছে | এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ গাদীচ্যুত হোৱা টো খাটাং | গৌৰৱ গগৈৰ নেতৃত্বত অসমত কংগ্ৰেছৰ চৰকাৰ হোৱা টো খাটাং | গৌৰৱ গগৈ মূখ্য মন্ত্ৰী হব |......মীৰা বৰঠাকুৰ
    user_Pranjal Bora
    Pranjal Bora
    Local News Reporter নগাঁও, নগাঁও, অসম•
    2 hrs ago
  • নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫% জাহ্নু বৰাই ৯২% অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আনন্দ উল্লাসৰ মাজতেই শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    1
    নগাঁও চহৰৰ নিউ মিছন মাৰ্কেটত অৱস্থিত শিক্ষানুষ্ঠান খনে পূৰ্বৰ ধাৰা অক্ষুন্ন ৰাখি এশ শতাংশ ছাত্ৰ ছাত্ৰী উতীৰ্ণ হোৱাত বিদ্যাখনত এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টিৰ হৈছে। শিক্ষা প্ৰতিষ্ঠান খনিৰ ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ১০৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়েই প্ৰথম বিভাগ পাবলৈ সক্ষম হৈছে। ইয়াৰে নিকিতা হাজৰীকাই ৯৫%
জাহ্নু বৰাই ৯২%
অনংশী বৰাই ৯০% আৰু প্ৰণাম প্ৰতিম শৰ্মাই ৮৯% নম্বৰ লাভ কৰি প্ৰতিষ্ঠান খনিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
আনন্দ উল্লাসৰ মাজতেই  শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুক্ষাতিৰে উৰ্ত্তীণ হোৱা ছাত্ৰ ছাত্ৰী সকলক সম্বৰ্ধনা জনায়।
    user_ৰূপহী অসম দৈনিক
    ৰূপহী অসম দৈনিক
    Advertising agency ৰূপাহী, নগাঁও, অসম•
    18 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.