Shuru
Apke Nagar Ki App…
২২ নং মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা। ভুপেন বৰা সম্পৰ্কে সাংবাদিৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে তেখেতে মোৰ আটাইতকৈ ভাল বন্ধু আৰু যদি তেখেতে বিজেপিত যোগদান কৰে তেন্তে ভুপেন বৰা মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হব।
NeTV - North East TV
২২ নং মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা। ভুপেন বৰা সম্পৰ্কে সাংবাদিৰ প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে তেখেতে মোৰ আটাইতকৈ ভাল বন্ধু আৰু যদি তেখেতে বিজেপিত যোগদান কৰে তেন্তে ভুপেন বৰা মোৰ আটাইতকৈ ডাঙৰ শত্ৰু হব।
More news from অসম and nearby areas
- কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ। বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।1
- বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।1
- Post by Sakandar Ali1
- Post by Abdulla sheikh2
- 📍গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা বাবলী গোস্বামী কি ক'লে সাংবাদিকৰ আগত1
- ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।1
- তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।1
- মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।1