logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

ৰাইজৰ দলৰ যোগদান কাৰ্য্যসূচী জনসমুদ্ৰত পৰিণত বামুণটাৰী। মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।

1 hr ago
user_NeTV - North East TV
NeTV - North East TV
Media Consultant কলগাছিয়া, বৰপেটা, অসম•
1 hr ago

ৰাইজৰ দলৰ যোগদান কাৰ্য্যসূচী জনসমুদ্ৰত পৰিণত বামুণটাৰী। মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।

More news from অসম and nearby areas
  • কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ। বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।
    1
    কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ।
বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    1 hr ago
  • বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।
    1
    বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।
    user_RECENT TIME
    RECENT TIME
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    3 hrs ago
  • Post by Sakandar Ali
    1
    Post by Sakandar Ali
    user_Sakandar Ali
    Sakandar Ali
    Pharmacist Srijangram, Bongaigaon•
    6 hrs ago
  • Post by Abdulla sheikh
    2
    Post by Abdulla sheikh
    user_Abdulla sheikh
    Abdulla sheikh
    Kokrajhar, Assam•
    1 hr ago
  • 📍গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা বাবলী গোস্বামী কি ক'লে সাংবাদিকৰ আগত
    1
    📍গোৱালপাৰা জিলাৰ জলেশ্বৰ সমষ্টিত প্ৰাৰ্থীত্ব প্ৰত্যাশী তথা অসম কৃষক পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদিকা বাবলী গোস্বামী কি ক'লে সাংবাদিকৰ আগত
    user_Pratidin Talks
    Pratidin Talks
    Local News Reporter লক্ষীপুৰ, গোৱালপাৰা, অসম•
    3 hrs ago
  • ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।
    1
    ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত  সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    3 hrs ago
  • তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।
    1
    তামাৰহাটৰ পৰা বালাজানলৈ অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ মটৰচাইকেল ৰেলী । বিজেপি চৰকাৰ প্ৰতাৰক, বিজেপি চৰকাৰ মিছলীয়া, বিজেপি চৰকাৰ কথা দি কথা নাৰাখে, নিৰ্বাচনত আমি ইয়াৰ প্ৰতি উত্তৰ দিম । বিজেপি চৰকাৰ মুৰ্দাবাদ,বিজেপি হাটাও, কোঁচৰাজবংশী বাচাও শ্লোগানেৰে মটৰচাইকেল ৰেলী উলিওৱা হয় । কোঁচ ৰাজবংশী জনগোষ্ঠীৰ লোক সকলৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা হব বুলি হুংকাৰ প্ৰদান কৰে অভিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সভাপতি প্ৰদীপ ৰায় । কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ, পৃথক কমতাপুৰ ৰাজ্য, কোচৰাজবংশী ভাষাক অষ্টম অনুসূচিত অন্তৰ্ভুক্তিকৰণ আদি দাবী লৈও মটৰচাইকেল ৰেলী উলিওৱা হয় । মটৰচাইকেল ৰেলীত শতাধিক সংগঠনৰ কৰ্মী অংশগ্ৰহণ কৰে।
    user_Kamal Roy
    Kamal Roy
    Local News Reporter গৌৰীপুৰ, ধুবুৰী, অসম•
    10 hrs ago
  • মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।
    1
    মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।
    user_NeTV - North East TV
    NeTV - North East TV
    Media Consultant কলগাছিয়া, বৰপেটা, অসম•
    1 hr ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.