Shuru
Apke Nagar Ki App…
ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।
BHASKAR KALITA
ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।
More news from অসম and nearby areas
- ৰঙিয়াত এপ'ল মিলৰ বঞ্চিত কৰ্মচাৰী ভিআৰএছ দাবী সমিতিৰ সংবাদমেল । ৰঙিয়া প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলযোগে সুদীৰ্ঘ কাল ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত ক্ষোভৰ বহিঃপ্ৰকাশ সমিতিৰ নেতৃবৃন্দৰ । আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক পদক্ষেপৰ বিপৰীতে এপল মিলৰ বঞ্চিত কৰ্মচাৰী সকলে ভি আৰ এছৰ প্ৰাপ্য ধনৰ পৰা বঞ্চিত হৈ অহাত গভীৰ উদ্বেগ প্ৰকাশ কৰে। আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভি আৰ এছৰ প্ৰাপ্য ধন সম্পূৰ্ণৰূপে মোকলাই দিয়াৰ বাবে সংবাদ মেলত চৰকাৰৰ প্ৰতি আহ্বান জনায় নেতৃবৰ্গই ।1
- কংগ্ৰেছৰ লগত মিত্ৰতা চূড়ান্ত হোৱাৰ পিছতেই ৰাইজৰ দলত যোগদান বিধায়ক শ্বেৰমান আলীৰ। বিধায়ক অখিল গগৈ উজনিৰ বাঘ আৰু বিধায়ক আব্দুৰ ৰশিদ মণ্ডল, বিধায়ক শ্বেৰমান আলী আহমেদ হৈছে নামনি অসমৰ একো একোজন বাঘ।1
- বৰপেটা লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ আব্দুল খালেকে আজি বৰপেটা জিলাৰ নৱ গঠিত মন্দিয়া সমষ্টিৰ অন্তৰ্গত কৰাৰকুৰ বেকী দলঙৰ কাষত উপস্থিত হৈ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ ৰাইজৰ দলত যোগদান সম্পৰ্কে কেইবাটাও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। লগতে তেওঁ অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধেও মন্তব্যৰে তীব্ৰ সমালোচনা কৰে।1
- 📌মৈৰাবাৰী পাতেকীবড়ি সত্ৰত সেৱা জনাবলৈ অহা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক মিঞা অধ্যুষিত অঞ্চল শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান পাতেকীবড়িত আক্ৰমণ কৰা ঘটনাত মন্তব্য আগবঢ়াইছে সত্ৰ খনৰ সত্ৰাধিকাৰ আৰু ভকতে। 📌ঘটনাটোত ৰহস্যৰ গোন্ধ পাইছে সত্ৰাধিকাৰ আৰু ভকত সকলে । 📌যোৱাকালি মৰিগাঁৱৰ পৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীক লৈ শিক্ষামূলক ভ্ৰমণলৈ অহা এখন গাড়ীত দুষ্ট চক্ৰই শিলগুটি নিক্ষেপ কৰা বুলি বাতৰি প্ৰচাৰ হোৱাৰ পিছত আজি সত্ৰ খনৰ সত্ৰাধিকাৰ গৰাকীয়ে মন্তব্য প্ৰকাশ কৰে। 📌আচলতে তেওঁলোকে সত্ৰত কোনো ধৰণৰ সেৱা লোৱা নাছিল। বাহিৰে বাহিৰেই গুচি গৈছিল। 📌যদি সচাই ঘটনাটো হৈছিল তেন্তে ইয়াত পহৰা দিয়া প্ৰশাসনৰ মানুহ আছে,সত্ৰাধিকাৰ আছে আমাক কিয় অৱগত কৰা নাই বুলিও প্ৰশ্ন সত্ৰাধিকাৰ গৰাকীৰ 📌বিগত ১৪ বছৰ ধৰি মই এইখন সত্ৰত আছোঁ,আজিলৈকে আমাৰ লগত কোনো অপ্ৰীতিকৰ ঘটনা হোৱা নাই। 📌ইয়াত মিঞা মুছলমান সকলে ভাতৃত্ববোধ জীয়াই ৰাখিছে। তেওঁলোকে ৰক্ষণাবেক্ষণ দি আছে সত্ৰখনৰ।1
- শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি ৰাজহচক্ৰ এলেকাৰ শিঙৰীত অনুষ্ঠিত হৈছে মহা শিৱৰাত্ৰি মেলা ৷ শিঙৰীত অনুষ্ঠিত মহা শিৱৰাত্ৰি মেলাত অজস্ৰ ভক্তৰ সমাগম।1
- Post by Sakandar Ali1
- ➡️ ৰাজ্যৰ ৰাজনীতিত ডাঙৰ পৰিবর্তন। ২২ ফেব্ৰুৱাৰীত আনুষ্ঠানিকভাৱে ভূপেন বৰায়ে যোগদান কৰিব ভাৰতীয় জনতা পাৰ্টিত। ➡️ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূপেন বৰাক কাষত বহুৱাই এই ঘোষণাটো কৰে। ➡️ এই ঘটনাই ৰাজ্যৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। ➡️ ভূপেন বৰাৰ এই সিদ্ধান্তই অসম ৰাজনীতিত নতুন সমীকৰণ সৃষ্টি কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলৰ মত1
- মন্দিয়া সমষ্টিৰ বামুণটাৰীত ৰাইজৰ দলৰ বৃহৎ যোগদান সভা।1