Shuru
Apke Nagar Ki App…
হোজাইত অবৈধ দৰৱ দোকানীৰ বিৰুদ্ধে অভিযান।ঔষধ পৰিদৰ্শক বনৰাই ৰংমাইৰ নেতৃত্বত অভিযান।
JANJU LIVE
হোজাইত অবৈধ দৰৱ দোকানীৰ বিৰুদ্ধে অভিযান।ঔষধ পৰিদৰ্শক বনৰাই ৰংমাইৰ নেতৃত্বত অভিযান।
More news from অসম and nearby areas
- হোজাইত অবৈধ দৰৱ দোকানীৰ বিৰুদ্ধে অভিযান।ঔষধ পৰিদৰ্শক বনৰাই ৰংমাইৰ নেতৃত্বত অভিযান।1
- নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ কংগ্ৰেছৰ প্ৰাৰ্থী শিৱামণি বৰাৰ চামগুৰিত পদাৰ্পনৰ পিছতেই কংগ্ৰেছত খহনীয়া। নিশা শতাধিক লোকৰ যোগদান বিজেপিত। কংগ্ৰেছ দল ত্যাগ কৰি গেৰুৱা টুপী পিন্ধিলে শতাধিক সংখ্যালঘু ভোটাৰে। এসময়ৰ কংগ্ৰেছৰ দুৰ্গ চামগুৰিত বিজেপিৰ ভেঁটি শক্তিশালী ৰূপত দেখা গৈছে। নিশাৰ ভাগত এনেদৰে ৰূপহী হাটৰ লৰিৰমুখত বিজেপি দলৰ প্ৰতি আকৃষ্ট হৈ শতাধিক লোকে বিজেপিত যোগদান কৰে। এই যোগদানে বিজেপিক অধিক শক্তিশালী কৰি তুলিছে বুলি মন্তব্য কৰে বিজেপি কৰ্মী সকলে।1
- অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে। অতি সোনকালেই যাতে গছজোপা আঁতৰাই ৰাস্তাটো মুকলাই দিয়ে তাৰবাবে কাতৰ আহ্বান জনায় মাগুৰমাৰী গাঁৱৰ ৰাইজে।1
- *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা। *Breaking@Rupahi hat* দেৱাশীষ শৰ্মা আগৰ পৰাই বিজেপিৰ এজেন্ট। যোৰহাটৰ পৰা আহি নগাঁৱৰ ৰাইজক ঠগ প্ৰৱঞ্চনা কৰা সাম্প্ৰদায়িক বিজেপি দলৰ এজেন্ট দেৱাশীষ শৰ্মাক কোনো কাৰণ ভোট নিদিওঁ - এনে প্ৰতিজ্ঞা কৰা দেখা গ'ল চামগুৰিৰ ৰাইজে। মিঞাৰ ভোট নালাগে বুলি কোনে কৈছিল? মুছলমান মহিলা সকলে সন্তান জন্ম দিয়া মেচিন বুলি কৈছিল, মিঞাক খতম কৰ দেগা, চুৰ ডকাইত মানে মিঞা। সভা চলি থকাৰ মাজতে সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পিয়ুষ হাজৰিকাৰ পুৰনা মন্তব্যবোৰৰ ৰেকৰ্ডিং কৰি ৰাইজক শুনোৱাই। ৰূপহী হাটৰ নতুন বজাৰত অনুষ্ঠিত হয় কংগ্ৰেছৰ বিশাল কৰ্মী সভা। সভাত উপস্থিত থাকি সাংসদ ৰকিবুল হুছেইন, বিধায়ক নুৰুল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম আৰু নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী শিৱামণি বৰা।1
- ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ বিস্ফোৰণ, নগাঁৱত প্ৰাৰ্থীত্ব দিব উলামা কাউন্সিলে আজি নগাঁৱত এইকথা ঘোষণা কৰে ৰাষ্ট্ৰীয় উলামা কাউন্সিলৰ অসম ৰাজ্যিক সভাপতি উবাইদুৰ ৰহমান কাচিমীয়ে।1
- আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ আল্লাহৰ ওপৰত ভৰসা ৰাখি আৰু এআইইউডিএফ দলৰ কৰ্মী, সমৰ্থক আৰু শুভাকাংক্ষীসকলৰ ইচ্ছাক সন্মান জনাই কাইলৈ ১৬ ছেপ্টেম্বৰ বুধবাৰে দিনৰ দহবজাত নগাঁও লোকসভাৰ উপনিৰ্বাচনত প্ৰতিদ্বন্দ্বিতাৰ বাবে মনোনয়ন দাখিল কৰিবলৈ যাম _মন্তব্য বদৰ উদ্দিন আজমলৰ #dtalksne #AssamElection #AIUDF #viral #trending1
- সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ লাহৰীঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী সম জিলা কাৰ্যালয়ত প্ৰৱেশত বাধা দিয়া আৰক্ষীক তীব্ৰ বাক্যবাণ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উপ সভাপতি ফেৰদৌছ জিন্নাৰ মৰিগাঁও জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত লাহৰীঘাট সম জিলা কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ। ছাত্ৰ সংগঠনটোৱে ITEP শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰো দাবী উত্থাপন কৰে। লাহৰীঘাট সম জিলা আয়ুক্তৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষামন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।1
- মুখ্যমন্ত্ৰী আৰু বদ্দৰউদ্দিন আজমলৰ সু সম্পৰ্ক থকা বুলিও তীব্ৰ সমালোচনা কৰে ৰকিবুল হুছেইনে। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভৰ পিছতে চামগুৰিত শিৱামণি বৰাৰ প্ৰথম পদাৰ্পণ। নগাঁও লোকসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ টিকট লাভ কৰাৰ পিছতে নগাঁও লোকসভা সমষ্টিৰ অন্যতম গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি চামগুৰিত প্ৰথমবাৰৰ বাবে পদাৰ্পণ শিৱামণি বৰাৰ। চামগুৰি সমষ্টিৰ অ'অনাৰ পৰা ৰূপহী নতুন বজাৰলৈ এক বিশাল বাইক ৰেলীৰে আদৰি আনিলে কংগ্ৰেছ প্ৰাৰ্থী শিৱামণি বৰাক। বাইক ৰেলীত অংশগ্ৰহণ কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন আৰু চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইনে। বাইক ৰেলী সম্পূৰ্ণ কৰি ৰূপহী নতুন বজাৰত উপস্থিত হয় শিৱামণি বৰা। ৰূপহী নতুন বজাৰত গড়াজান ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠি বিশাল নিৰ্বাচনী সভা। উক্ত নিৰ্বাচনী সভাত সাংসদ ৰকিবুল হুছেইন, চামগুৰি সমষ্টিৰ বিধায়ক তাঞ্জিল হুছেইন, প্ৰাক্তন বিধায়ক আমিনুল ইছলাম সহ কংগ্ৰেছৰ কেইবাগৰাকীও নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে। নিৰ্বাচনী সভাত ৰকিবুল হুছেইনে ভাষণ কমকৈ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্বাস শৰ্মা আৰু মন্ত্ৰী পিষুজ হাজৰিকাই মিঞা লোক সকল, মহিলা সকলক পূৰ্বতে কৰা কৰা তুচ্ছ তাচ্ছিল্য সন্দৰ্ভত পৰিবেশিত বাতৰিৰ ৰেকৰ্ডিং সমূহ শুনাই বিজেপিৰ বিৰুদ্ধে স্থিতি ল'বলৈ আহ্বান জনায়।1