logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

অসমৰ উদীয়মান সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকাই ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৫৪.৫২ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ পদক জয় কৰি তৃতীয় স্থান দখল কৰিছে। তেওঁৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত। এই বিশেষ কৃতিত্বৰ বাবে গোলাঘাট সাঁতোৰ সন্থাই জনঞ্জয় জ্যোতি হাজৰিকাক সৌজন্যমূলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।

23 hrs ago
user_RJ news digital
RJ news digital
Local News Reporter Golaghat, Assam•
23 hrs ago

অসমৰ উদীয়মান সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকাই ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৫৪.৫২ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ পদক জয় কৰি তৃতীয় স্থান দখল কৰিছে। তেওঁৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত। এই বিশেষ কৃতিত্বৰ বাবে গোলাঘাট সাঁতোৰ সন্থাই জনঞ্জয় জ্যোতি হাজৰিকাক সৌজন্যমূলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।

More news from Assam and nearby areas
  • অসমৰ উদীয়মান সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকাই ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৫৪.৫২ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ পদক জয় কৰি তৃতীয় স্থান দখল কৰিছে। তেওঁৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত। এই বিশেষ কৃতিত্বৰ বাবে গোলাঘাট সাঁতোৰ সন্থাই জনঞ্জয় জ্যোতি হাজৰিকাক সৌজন্যমূলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।
    1
    অসমৰ উদীয়মান সাঁতোৰবিদ জনঞ্জয় জ্যোতি হাজৰিকাই ১০০ মিটাৰ বাটাৰফ্লাই প্ৰতিযোগিতাত ৫৪.৫২ ছেকেণ্ড সময়েৰে ব্ৰঞ্জ পদক জয় কৰি তৃতীয় স্থান দখল কৰিছে। তেওঁৰ এই অসাধাৰণ সাফল্যত সমগ্ৰ অসম গৌৰৱান্বিত। এই বিশেষ কৃতিত্বৰ বাবে গোলাঘাট সাঁতোৰ সন্থাই জনঞ্জয় জ্যোতি হাজৰিকাক সৌজন্যমূলক সাক্ষাৎ কৰি সম্বৰ্ধনা জনায়।
    user_RJ news digital
    RJ news digital
    Local News Reporter Golaghat, Assam•
    23 hrs ago
  • নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল। সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
    2
    নুমলীগড়ৰ কানাইঘাটৰ কালিয়নী নদীত নামৰূপৰ নৱজিত বৰপাত্ৰগোঁহাই নামৰ এজন যুৱকে জাঁপ দিছে। নুমলীগড় শোধনাগাৰৰ এটা ব্যক্তিগত কোম্পানীত অভিযন্তা হিচাপে কৰ্মৰত আছিল নৱজিত। ঘটনাৰ সময়ত তেওঁৰ সৈতে থকা কৰ্মস্থলীৰ বন্ধুবৰ্গৰ মতে, পাৰিবাৰিক কন্দলৰ বাবে নৱজিত মানসিক চাপত ভুগি আছিল।

সংগী সকলে বাধা দিবলৈ চেষ্টা কৰাৰ পূৰ্বেই তেওঁ নৈত জাঁপ দিয়াত পলকতে নদীৰ বুকুত হেৰাই যায়। ইতিমধ্যে ঘটনাস্থলীত নুমলীগড় আৰক্ষী আৰু SDRF ৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।
    user_D B
    D B
    Local News Reporter মৰঙী, গোলাঘাট, অসম•
    2 hrs ago
  • গ্ৰাহকসকলৰ বাবে এক বিশেষ বাম্পাৰ অফাৰৰ কথা জনোৱা হৈছে। এই অফাৰৰ অধীনত, অনলাইন শ্বপিংত উপলব্ধ সামগ্ৰীৰ দামতকৈও কম মূল্যত বস্তুসমূহ লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।
    1
    গ্ৰাহকসকলৰ বাবে এক বিশেষ বাম্পাৰ অফাৰৰ কথা জনোৱা হৈছে। এই অফাৰৰ অধীনত, অনলাইন শ্বপিংত উপলব্ধ সামগ্ৰীৰ দামতকৈও কম মূল্যত বস্তুসমূহ লাভ কৰাৰ সুবিধা প্ৰদান কৰা হৈছে।
    user_Time18 News
    Time18 News
    Newsagent সৰুপথাৰ, গোলাঘাট, অসম•
    8 hrs ago
  • গোলাঘাট জিলাৰ সৰুপথাৰস্থিত কৃষি বিষয়াৰ কাৰ্য্যলয়ত কৃষকসকলক যোগান ধৰিবলগীয়া বীজ আৰু বিভিন্ন দৰৱ নষ্ট হৈছে। এই সামগ্ৰীসমূহ কৃষকৰ উপকাৰৰ বাবে আছিল যদিও কাৰ্য্যলয়তে ইয়াৰ অপচয় হোৱা পৰিলক্ষিত হৈছে।
    1
    গোলাঘাট জিলাৰ সৰুপথাৰস্থিত কৃষি বিষয়াৰ কাৰ্য্যলয়ত কৃষকসকলক যোগান ধৰিবলগীয়া বীজ আৰু বিভিন্ন দৰৱ নষ্ট হৈছে। এই সামগ্ৰীসমূহ কৃষকৰ উপকাৰৰ বাবে আছিল যদিও কাৰ্য্যলয়তে ইয়াৰ অপচয় হোৱা পৰিলক্ষিত হৈছে।
    user_DB24assam
    DB24assam
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    8 hrs ago
  • Sarupathar ডান্স একাডেমীৰ সৈতে জড়িত Step Up Dance Academy-ত বৰ্তমান বিনামূলীয়া নামভৰ্তি চলি আছে। এই একাডেমীক শ্ৰেষ্ঠ ডান্স একাডেমী হিচাপে উপস্থাপন কৰা হৈছে।
    1
    Sarupathar ডান্স একাডেমীৰ সৈতে জড়িত Step Up Dance Academy-ত বৰ্তমান বিনামূলীয়া নামভৰ্তি চলি আছে। এই একাডেমীক শ্ৰেষ্ঠ ডান্স একাডেমী হিচাপে উপস্থাপন কৰা হৈছে।
    user_সৰুপথাৰ Live
    সৰুপথাৰ Live
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    11 hrs ago
  • নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।
    1
    নীপক বান্ধ খুলি দিয়াৰ পিছত এক হৃদয়বিদাৰক দৃশ্য পোহৰলৈ আহিছে, য’ত বানৰ মাজত এজন লোকক তেওঁৰ পোহনীয়া কুকুৰটোৰ সৈতে আৱদ্ধ হৈ থকা দেখা গৈছে।
    user_Palash Gogoi Press
    Palash Gogoi Press
    Media and information sciences faculty বিহপুৰীয়া, লখিমপুৰ, অসম•
    4 hrs ago
  • বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে। নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
    3
    বিহপুৰীয়াৰ ডিক্ৰংপৰীয়া ৰাইজ বাৰিষাৰ বতৰত প্ৰতি বছৰে নিপকোৱে গেট খুলি দিয়াৰ বাবে এইবাৰো আতংকিত হৈ পৰিছে। এইবাৰ অৰুণাচল প্ৰদেশত ডাৱৰ বিস্ফোৰণ হোৱাৰ ফলত ধাৰাষাৰে পানী ববলৈ ধৰাত উপায়ন্তৰ হৈ নিপকোৱে জৰুৰী গেটসমূহ খুলি দিয়ে।

নিপকোৰ এই কাৰ্যৰ ফলত ডিক্ৰং নদীৰ বক্ষ ফেনে-ফুটুকাৰে ভৰি পৰিছে, যাৰ ফলত নদীপৰীয়া ৰাইজৰ মাজত গভীৰ চিন্তাৰ সৃষ্টি হৈছে। ডিক্ৰংপৰীয়া ৰাইজে এই পৰিস্থিতিত এক দোকোলটকা বানৰ আশংকা কৰিছে।
    user_নৱজ্যোতি শৰ্মা
    নৱজ্যোতি শৰ্মা
    Local News Reporter বিহপুৰীয়া, লখিমপুৰ, অসম•
    5 hrs ago
  • অৰুণাচল প্ৰদেশত এক ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে, যাৰ ফলত প্ৰকৃতিয়ে এক অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ডাৱৰ বিস্ফোৰণৰ ভয়াৱহতা এনেকুৱা যে ইয়াৰ ফলত সকলো একাষৰ পৰা ভাঙি গৈছে, চাৰিওফালে কেৱল ধ্বংসলীলাৰ দৃশ্য দেখা গৈছে।
    1
    অৰুণাচল প্ৰদেশত এক ডাৱৰ বিস্ফোৰণ সংঘটিত হৈছে, যাৰ ফলত প্ৰকৃতিয়ে এক অতি ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। এই ডাৱৰ বিস্ফোৰণৰ ভয়াৱহতা এনেকুৱা যে ইয়াৰ ফলত সকলো একাষৰ পৰা ভাঙি গৈছে, চাৰিওফালে কেৱল ধ্বংসলীলাৰ দৃশ্য দেখা গৈছে।
    user_DB24assam
    DB24assam
    Local News Reporter সৰুপথাৰ, গোলাঘাট, অসম•
    8 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.