logo
Shuru
Apke Nagar Ki App…
  • Latest News
  • News
  • Politics
  • Elections
  • Viral
  • Astrology
  • Horoscope in Hindi
  • Horoscope in English
  • Latest Political News
logo
Shuru
Apke Nagar Ki App…

বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া

5 hrs ago
user_Laba kumar Das
Laba kumar Das
Baska, Baksa•
5 hrs ago

বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া

More news from অসম and nearby areas
  • আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
    1
    আজি ১ মে'। শ্ৰমিক দিৱস উপলক্ষে বাক্সাৰ জালাহৰ অনন্ত একাডেমী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আৰু পৰিবহণৰ ব্যক্তি গাড়ীচালক সকলক সম্বৰ্ধনা জ্ঞাপন আৰু মিঠাই টোপোলা প্ৰদান ।
    user_JintuMani's News
    JintuMani's News
    Local News Reporter বাক্সা, বাক্সা, অসম•
    4 hrs ago
  • বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া
    1
    বৰপেটাৰোডৰ মেচপাৰাত শোকাৱহ ঘটনা। ভনী জোঁৱাইৰ গাড়ীৰ খুন্দাত মৃত্যু বৌৱেক ৰমিছা খাতুনৰ। গাড়ীৰ খুন্দাত আহত ডাঙৰ জোঁৱাই ছফিকুল ইছলাম। ঘটনা সন্দৰ্ভত আত্মীয়ৰ প্ৰতিক্ৰিয়া
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    5 hrs ago
  • ​তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তৰবা গান্ধী বালিকা বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে এক অনন্য সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ আৰু আধাতে পঢ়া এৰা ড্ৰপ আউট ছাত্ৰীসকলে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ পৰা এইবাৰ মেট্ৰিকত ২৬ গৰাকী ছাত্ৰীৰ ভিতৰত ইটাইকেইগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকতো ৫ গৰাকী ছাত্ৰীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সাফল্যত আজি ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এক আৱেগিক পৰিৱেশত আনন্দ উদযাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদ্যালয়খনৰ অধ্যক্ষ সুমুনা বড়ো আৰু শিক্ষয়িত্ৰী অনিতা মগৰে ছাত্ৰীসকলৰ এই জয়যাত্ৰাক কঠোৰ পৰিশ্ৰমৰ ফল বুলি অভিহিত কৰাৰ লগতে আৱাসিক বিদ্যালয়খনত দিনে-ৰাতিয়ে কৰ্তব্য পালন কৰা শিক্ষক-কৰ্মচাৰীসকলৰ বাবে চৰকাৰক মাননী বৃদ্ধি আৰু ‘আৰ অ’ পি’ (ROP) প্ৰদান কৰিবলৈ বিশেষ আহ্বান জনায়।
    1
    ​তামুলপুৰ জিলাৰ নাগ্ৰীজুলি কস্তৰবা গান্ধী বালিকা বিদ্যালয়ে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত এশ শতাংশ উত্তীৰ্ণৰে এক অনন্য সফলতা কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। বিশেষকৈ দৰিদ্ৰ পৰিয়ালৰ আৰু আধাতে পঢ়া এৰা ড্ৰপ আউট ছাত্ৰীসকলে অধ্যয়ন কৰা এই বিদ্যালয়খনৰ পৰা এইবাৰ মেট্ৰিকত ২৬ গৰাকী ছাত্ৰীৰ ভিতৰত ইটাইকেইগৰাকী সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বিপৰীতে উচ্চতৰ মাধ্যমিকতো ৫ গৰাকী ছাত্ৰীয়েই সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। বিদ্যালয়ৰ এই গৌৰৱোজ্জ্বল সাফল্যত আজি ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীসকলে এক আৱেগিক পৰিৱেশত আনন্দ উদযাপন কৰে। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদ্যালয়খনৰ অধ্যক্ষ সুমুনা বড়ো আৰু শিক্ষয়িত্ৰী অনিতা মগৰে ছাত্ৰীসকলৰ এই জয়যাত্ৰাক কঠোৰ পৰিশ্ৰমৰ ফল বুলি অভিহিত কৰাৰ লগতে আৱাসিক বিদ্যালয়খনত দিনে-ৰাতিয়ে কৰ্তব্য পালন কৰা শিক্ষক-কৰ্মচাৰীসকলৰ বাবে চৰকাৰক মাননী বৃদ্ধি আৰু ‘আৰ অ’ পি’ (ROP) প্ৰদান কৰিবলৈ বিশেষ আহ্বান জনায়।
    user_NAlive24
    NAlive24
    Local News Reporter তামুলপুৰ, তামুলপুৰ, অসম•
    1 hr ago
  • Post by Mithun Rabha
    1
    Post by Mithun Rabha
    user_Mithun Rabha
    Mithun Rabha
    বজালী (পিটি), বজালী, অসম•
    19 hrs ago
  • #Hindipoems #Assam
    1
    #Hindipoems #Assam
    user_U song my videos
    U song my videos
    Artist বাক্সা, বাক্সা, অসম•
    21 hrs ago
  • উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে স্বাক্ষৰ থকা এখন চেক চুৰি কৰি গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    1
    উত্তৰ গুৱাহাটী আৰু ৰঙিয়া আৰক্ষীৰ যুটীয়া অভিযানত আজি ৰঙিয়াত বৃহৎ পৰিমাণৰ ধনসহ আটক হয় বহিঃৰাজ্যৰ এজন প্ৰৱঞ্চক । ধৃত প্ৰৱঞ্চকজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে নগদ ৪ লাখ ৭০ হাজাৰ ৫ শ টকা । ধৃত প্ৰৱঞ্চকজন বিহাৰৰ মায়া নগৰ সমষ্টিপুৰৰ কৃষ্ণ কুমাৰ শ্বাহ । অভিযোগ অনুসৰি, উত্তৰ গুৱাহাটীৰ ব্যৱসায়ী এগৰাকীৰ তাত কৰ্মচাৰী হিচাপে থকা প্ৰৱঞ্চক কৃষ্ণ কুমাৰ শ্বাহে  স্বাক্ষৰ থকা এখন চেক চুৰি কৰি  গোপনে বেংকৰ পৰা টকা উলিয়াই পলায়ন কৰিছিল । ব্যৱসায়ীগৰাকীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত উত্তৰ গুৱাহাটী আৰক্ষীক অভিযোগ দিয়ে । অৱশেষত আৰক্ষীয়ে অভিযান চলাই ৰঙিয়াৰ চোচাইটি মুৰাৰাৰ পৰা টকা ভৰ্তি বেগ সহ  প্ৰৱঞ্চকজনে এখন "কেব" ভাড়া কৰি পলায়ন কৰিবলৈ লোৱাৰ মুহুৰ্ততে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ।
    user_BHASKAR KALITA
    BHASKAR KALITA
    সাংবাদিক ৰঙিয়া পিটি, কামৰূপ, অসম•
    20 hrs ago
  • *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ* *ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা* *গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস* সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু বিজ্ঞান শাখাত উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।
    1
    *উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ১০০ শতাংশই উত্তীর্ণ*
*ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ  ৯৮ গৰাকী কৃতিমান শিক্ষার্থীক সম্বৰ্দ্ধনা*
*গৰিৱ শিক্ষাৰ্থীক বিনামুলীয়াকৈ শিক্ষাদানৰ আশ্বাস*
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ঘগ্রাপাৰৰ এমবিচিয়াছ একাডেমিৰ পৰা এইবেলি ১০০ শতাংশ উত্তীর্ণ হোৱা কৃতিমান শিক্ষাৰ্থীসকলক  আজি শিক্ষানুষ্ঠানখনৰ পৰিয়ালবৰ্গই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। 
আজি দুপৰীয়া শিক্ষানুষ্ঠানখনৰ পৰিচালনা সঞ্চালক বসন্ত হালৈয়ে সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য বাখ্যা আৰু আঁত ধৰে  শিক্ষানুষ্ঠানখনৰ সঞ্চালক তাইজুদ্দিন চৌধুৰীয়ে।সভাত শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ হামিদ আলী, সদৌ নলবাৰী জিলা সাংবাদিক সন্হাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্র ডেকা, ঘগ্রাপাৰ প্রেছ ক্লাৱৰ সম্পাদক দ্বিজেন ডেকা, প্রতিদিনৰ জেষ্ঠ সাংবাদিক তপন দাস আদিয়ে কৃতিমান শিক্ষাৰ্থীসকলৰ উদ্দেশ্য শুভেচ্ছামুলক বক্তব্য প্রদান কৰে। অনুষ্ঠানত বিদ্যালয়খনৰ 
সদ্য ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত ক'লা আৰু 
বিজ্ঞান শাখাত  উত্তীর্ণ হোৱা ৯৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা, মানপ্রত্রৰে সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। 
অনুষ্ঠানত শিক্ষানুষ্ঠানখনৰ বিষয় শিক্ষক পুলেন মজুমদাৰ, শৈলেন ডেকা, বিশ্বজিৎ ভুঞা, জাকিৰ হুছেইন, 
শিক্ষয়ত্রী পল্লৱী চক্রৱর্তী, নিৰ্মালী দাস আদিয়ে অংশগ্রহণ কৰে।
    user_Anup
    Anup
    Video Creator ঘোগ্ৰাপাৰ (Pt), নলবাৰী, অসম•
    22 hrs ago
  • বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
    1
    বাক্সাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিক দিৱস পালন । ভাৰতীয় চাহ মজদুৰ সংঘ ফাতেমাবাদ সমিতিৰ উদ্যোগত শ্ৰমিক দিৱস পালন ।
    user_Laba kumar Das
    Laba kumar Das
    Baska, Baksa•
    5 hrs ago
View latest news on Shuru App
Download_Android
  • Terms & Conditions
  • Career
  • Privacy Policy
  • Blogs
Shuru, a product of Close App Private Limited.